বাল গঙ্গাধৰ তিলক
অৱয়ব
লোকমান্য বাল গঙ্গাধৰ তিলক | |
---|---|
Bal Gangadhar Tilak | |
জন্ম | ২৩ জুলাই, ১৮৫৬ ৰত্নগিৰী, মহাৰাষ্ট্ৰ, ভাৰত[1] |
মৃত্যু | ১ আগষ্ট, ১৯২০ (৬৪ বছৰ) ব'ম্বে, ভাৰত |
পেচা | শিক্ষক, ৰাজনৈতিক নেতা, সাংবাদিক, উকীল, স্বাধীনতা সংগ্ৰামী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
দাম্পত্যসঙ্গী | সত্যভামাবাই তিলক |
সন্তান | শ্ৰীধৰ বলৱন্ত তিলক,[2] বিশ্বনাথ বলৱন্ত তিলক, ৰামভাও বলৱন্ত তিলক |
বাল গঙ্গাধৰ তিলক (মাৰাঠী: बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি।[3] ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক 'ভাৰতীয় অশান্তিৰ পিতৃ ' বুলি পৰিচিতি প্ৰদান কৰে। ভাৰতীয় লোক সকলে তেওঁক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু তেওঁক 'লোকমান্য' উপাধি প্ৰদান কৰা হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ * Maharashtra Gazetteer
- ↑ Anupama Rao 2009, পৃষ্ঠা. 315–.
- ↑ Lokamany Tilak: Father of Indian Unrest and Maker of Modern India. John Murray; 1st Edition (1956). 5 February 2013. http://www.amazon.com/Lokamany-Tilak-Father-Indian-Unrest/dp/B0006D9MV4.
- ↑ Lokamany Tilak: Father of Indian Unrest and Maker of Modern India. John Murray; 1st Edition (1956). 5 February 2013. http://www.amazon.com/Lokamany-Tilak-Father-Indian-Unrest/dp/B0006D9MV4.