অম্লজান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.3) (ৰবট যোগ দিছে :ckb:ئۆکسجین
r2.7.1) (ৰবট যোগ দিছে :ceb:Oxygen
58 নং শাৰী: 58 নং শাৰী:
[[bs:Kiseonik]]
[[bs:Kiseonik]]
[[ca:Oxigen]]
[[ca:Oxigen]]
[[ceb:Oxygen]]
[[ckb:ئۆکسجین]]
[[ckb:ئۆکسجین]]
[[co:Ossigenu]]
[[co:Ossigenu]]

17:23, 7 December 2012ৰ সংস্কৰণ

অক্সিজেন বা অম্লজান (pron.: /ˈɒksɨɨn/ ok-si-jin) এবিধ গোন্ধহীন অদৃশ্য গেছ । পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল । ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮ । আয়তন হিছাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ । ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায় । জুলীয়া বায়ুৰ পৰা আংশিক পাতন প্ৰক্ৰিয়াৰে বিশুদ্ধ অক্সিজেন পাব পাৰি । ইয়াক জ্বালাই কৰা, ধাতুৰ টুকুৰা কটা আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।



টোকা আৰু তথ্যসূত্ৰ

তথ্যসূত্ৰ

  • Cook, Gerhard A.; Lauer, Carol M. (1968). "Oxygen". In Clifford A. Hampel. The Encyclopedia of the Chemical Elements. প্ৰকাশক New York: Reinhold Book Corporation. পৃষ্ঠা. 499–512. 
  • Emsley, John (2001). "Oxygen". Nature's Building Blocks: An A-Z Guide to the Elements. প্ৰকাশক Oxford, England, UK: Oxford University Press. পৃষ্ঠা. 297–304. ISBN 0-19-850340-7. 
  • Raven, Peter H.; Ray F. Evert, Susan E. Eichhorn (2005). Biology of Plants, 7th Edition. প্ৰকাশক New York: W.H. Freeman and Company Publishers. পৃষ্ঠা. 115–27. ISBN 0-7167-1007-2. 

অধিক পঢ়্ক

  • Walker, J. (1980). "The oxygen cycle". In Hutzinger O.. Handbook of Environmental Chemistry. Volume 1. Part A: The natural environment and the biogeochemical cycles. প্ৰকাশক Berlin; Heidelberg; New York: Springer-Verlag. পৃষ্ঠা. 258. ISBN 0-387-09688-4. 

বাহ্যিক সংযোগ

সাঁচ:Link FA