ভৱপ্ৰসাদ চলিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৱপ্ৰসাদ চলিহা

ভৱপ্ৰসাদ চলিহা
জন্ম ভৱপ্ৰসাদ চলিহা
২০ আগষ্ট, ১৯৩৪ (৮৯ বছৰ)
নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত
বাসগৃহ নাহৰকটীয়া, ডিব্ৰুগড়, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক
জনা যায় শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, অধ্যাপক
উল্লেখযোগ্য কৰ্ম শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য
আত্মীয়-স্বজন নন্দিতা চলিহা (সহ ধৰ্মিনী)
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০২০

ভৱপ্ৰসাদ চলিহা (ইংৰাজী: Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।[1]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • শংকৰী সংস্কৃতিৰ অধ্যয়ন,
  • শংকৰী সাহিত্যৰ সমীক্ষা,
  • মাধৱদেৱৰ সাহিত্য,
  • মাধৱদেৱ অধ্যয়নৰ ভূমিকা,
  • মহাপুৰুষীয়া ধৰ্ম,
  • ৰুক্মিণী হৰণ নাট ইত্যাদি

লাভ কৰা বঁটা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]