২
অৱয়ব
| ||||
---|---|---|---|---|
অংকবাচক | two | |||
পূৰণবাচক | দ্বিতীয় (second) | |||
Factorization | prime | |||
Greek numeral | Β´ | |||
Roman numeral | II | |||
বাইনেৰি | 102 | |||
Ternary | 23 | |||
Quaternary | 24 | |||
Quinary | 25 | |||
Senary | 26 | |||
Octal | 28 | |||
Duodecimal | 212 | |||
Hexadecimal | 216 | |||
Vigesimal | 220 | |||
Base 36 | 236 |
২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।[1]
গণিতত ২
[সম্পাদনা কৰক]২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।[2], এটি ৰামানুজ যুগ্ম সংখ্যা[3]
২ৰ গুণনীয়ক
[সম্পাদনা কৰক]২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২[4] অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু[5] একমাত্ৰ যুগ্ম মৌলিক সংখ্যা[6]
২ৰে বিভাজ্য সংখ্যা
[সম্পাদনা কৰক]২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।[7] যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।[8]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://xobdo.org/# search result
- ↑ https://primes.utm.edu/top20/page.php?id=2 2 is listed in Sophie Germain primes list
- ↑ http://planetmath.org/ramanujanprime 2 is shown to be a Ramanujan Prime
- ↑ http://factorzone.tripod.com/1-50.ht[সংযোগবিহীন উৎস] ৰ মতে
- ↑ http://mathworld.wolfram.com/PrimeNumber.html states "....the smallest prime is therefore 2.
- ↑ http://www.factmonster.com/math/numbers/prime.html ৰ মতে
- ↑ search result of http://xobdo.org/#
- ↑ http://www.factmonster.com/ipka/A0876700.html