আৰ্কিমিডিছ
| সম্পূৰ্ণ নাম | আৰ্কিমিডিছ (গ্ৰীক: Άρχιμήδης) |
|---|---|
| জন্ম | c. ২৮৭ বিসি Syracuse, Sicily Magna Graecia |
| মৃত্যু | c. ২১২ বিসি সিৰাকস |
| যুগ | সুপ্ৰাচীন দৰ্শন |
| অঞ্চল | গ্ৰীক দাৰ্শনিক |
| ধাৰা | আলেকজেণ্ড্ৰিয়াৰ ইউক্লিড সাধাৰণ দৰ্শণ |
| আগ্ৰহ | গনিত, পদাৰ্থবিদ্যা, জ্যোতিৰ্বিজ্ঞান |
| উল্লেখযোগ্য কৰ্ম | Fluid statics, লিভাৰ, infinitesimals |
খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয় ৷ এওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল ৷ আলেকজেন্দ্ৰিয়াত এওঁ পঢ়া-শুনা কৰিছিল৷ আৰ্কিমিডিছে আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ এক নতুন সূত্ৰ –প্লাৱিতাৰ সূত্ৰ ৷ শ্ৰমিকসকলৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁ কেটাপুল্ট উদ্ভাৱন কৰিছিল ৷ জলসিঞ্চনৰ সুবিধাৰ বাবে জলস্ত্ৰ আৱিষ্কাৰ কৰিছিল ৷ এওঁৰ ‘ On The Sphere and Cylinder ’ নামৰ দুটা খণ্ডত বিভক্ত এখন জ্যামিতি সম্বন্ধীয় গ্ৰন্থ আছে য’ত ষাঠিটা প্ৰমেয় আছে ৷ ‘ The Measurement of A Circle ’ এখন সৰু গ্ৰন্থ য’ত মাত্ৰ তিনিটা প্ৰমেয় আছে ৷ ‘ On Conoids and Spheroids ’ নামৰ গ্ৰন্থখনত বত্ৰিশটা প্ৰমেয় আছে ৷ ‘ On Spirals ’ নামৰ গ্ৰন্থখনত আঠাইশটা প্ৰমেয় আছে ৷ ‘ Quadrature of A Parabola ’ গ্ৰন্থত চৌবিছটা প্ৰমেয় আছে ৷ ‘ On Plane Equilibrium ’ আৰু ‘ On Floating Bodies ’ গ্ৰন্থ দুখন আৰ্কিমিডিছৰ গণিতলৈ উল্লেখযোগ্য অৱদান ৷ ১৯০৬ চনত জে এল হিবাৰ্গে আৰ্কিমিডিছৰ ‘Method ’ গ্ৰন্থখন উদ্ধাৰ কৰে ৷ ইয়াত আৰ্কিমিডিছে তেওঁৰ আৱিষ্কৃত প্ৰমেয়বোৰ কেনেদৰে প্ৰমাণ কৰিছিল, তাৰ পদ্ধতি সম্বন্ধে আলোচনা কৰিছে ৷ আৰ্কিমিডিছ ২১২ চনত স্বৰ্গগামী হয়৷ [1][2]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
অধিক পঢ়ক [সম্পাদনা কৰক]
- Boyer, Carl Benjamin (1991). A History of Mathematics. প্ৰকাশক New York: Wiley. ISBN 0-471-54397-7.
- Dijksterhuis, E.J. (1987). Archimedes. Princeton University Press, Princeton. ISBN 0-691-08421-1. Republished translation of the 1938 study of Archimedes and his works by an historian of science.
- Gow, Mary (2005). Archimedes: Mathematical Genius of the Ancient World. Enslow Publishers, Inc. ISBN 0-7660-2502-0.
- Hasan, Heather (2005). Archimedes: The Father of Mathematics. Rosen Central. ISBN 978-1404207745.
- Heath, T.L. (1897). Works of Archimedes. Dover Publications. ISBN 0-486-42084-1. Complete works of Archimedes in English.
- Netz, Reviel and Noel, William (2007). The Archimedes Codex. Orion Publishing Group. ISBN 0-297-64547-1.
- Pickover, Clifford A. (2008). Archimedes to Hawking: Laws of Science and the Great Minds Behind Them. Oxford University Press. ISBN 978-0195336115.
- Simms, Dennis L. (1995). Archimedes the Engineer. Continuum International Publishing Group Ltd. ISBN 0-720-12284-8.
- Stein, Sherman (1999). Archimedes: What Did He Do Besides Cry Eureka?. Mathematical Association of America. ISBN 0-88385-718-9.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘আৰ্কিমিডিছ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Archimedes—The Greek mathematician and his Eureka moments—In Our Time, broadcast in 2007 (requires RealPlayer)
- The Archimedes Palimpsest project at The Walters Art Museum in Baltimore, Maryland
- The Mathematical Achievements and Methodologies of Archimedes
- Article examining how Archimedes may have calculated the square root of 3 at MathPages
- Archimedes On Spheres and Cylinders at MathPages
- Photograph of the Sakkas experiment in 1973
- Testing the Archimedes steam cannon
- Stamps of Archimedes