ইংলেণ্ড
অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইংলেণ্ড যুক্তৰাজ্যৰ অংশীদাৰী ইউৰোপৰ অন্তৰ্গত এখন দেশ। সংযুক্ত যুক্তৰাজ্যৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰতে ই আটাইতকৈ জনবহুল।[5][6][7] ইংলেণ্ডৰ ৰাজধানী আৰু বৃহত্তম নগৰখন হৈছে লণ্ডন। ইংলেণ্ড নামটোৰ উৎপত্তি Englaland শব্দটোৰ পৰা হৈছে যাৰ অৰ্থ হ’ল "পৰীৰ দেশ"। ইংৰাজী ইংলেণ্ডৰ প্ৰধান ভাষা, আনহাতে কৰ্নিছ ভাষা আঞ্চলিক ভাষাসমূহৰ ভিতৰত অন্যতম। মুঠ মাটিকালিৰ পৰিমান ১৩০,৩৯৫ বৰ্গ কিলোমিটাৰ। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইংলেণ্ডৰ জনসংখ্যা ৫৩,০১৩,০০০ জন।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ Marden 2003, পৃষ্ঠা 460.
- ↑ Brewer 2006, পৃষ্ঠা 340.
- ↑ http://www.ons.gov.uk/ons/rel/census/2011-census/key-statistics-for-local-authorities-in-england-and-wales/rft-table-ks201ew.xls
- ↑ 2011 Census - Population and household estimates for England and Wales, March 2011. Accessed 16 July 2012
- ↑ Office for National Statistics. "The Countries of the UK". statistics.gov.uk. Archived from the original on 20 December 2008. http://web.archive.org/web/20081220225201/http://www.statistics.gov.uk/geography/uk_countries.asp। আহৰণ কৰা হৈছে: 1 February 2009.
- ↑ "Countries within a country". number-10.gov.uk. Archived from the original on 9 February 2008. http://web.archive.org/web/20080209003312/http://www.number-10.gov.uk/output/Page823.asp। আহৰণ কৰা হৈছে: 1 February 2009.
- ↑ "Changes in the list of subdivision names and code elements (Page 11)" (PDF). International Organization for Standardization. http://www.iso.org/iso/newsletter_i-9.pdf। আহৰণ কৰা হৈছে: 1 February 2009.
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্সমূহ "nb" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="nb"/> টেগ্ পোৱা নগ'ল