চুক ভেকুলী
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
চুক ভেকুলী (Bufo melanosticus) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Amphibia |
বৰ্গ: | Anura |
পৰিয়াল: | Bufonidae |
গণ: | Duttaphrynus |
প্ৰজাতি: | D. melanostictus |
বৈজ্ঞানিক নাম | |
Duttaphrynus melanostictus (Schneider, 1799) | |
সমাৰ্থক | |
Bufo melanostictus |
চুক ভেকুলী (ইংৰাজী: Asian common toad, বৈজ্ঞানিক নাম-Duttaphrynus melanostictus দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ ভেকুলীৰ প্ৰজাতি৷[1] এই ভেকুলী প্ৰায় ২০ ছে:মি: পৰ্যন্ত ডাঙৰ হ'ব পাৰে৷ ই সাধাৰণতে বাৰিষা প্ৰজনন কৰে৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 van Dijk, P. P., et al. 2004. Duttaphrynus melanostictus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. Downloaded on 03 June 2013.
লগতে চাওক
[সম্পাদনা কৰক]Lu, W., Qing N. (2010). Bufo melanostictus (Asian Common Toad). Record size. Herpetological Review 41(1): 61.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিপ্ৰজাতিত চুক ভেকুলী সম্পৰ্কে অধিক তথ্য আছে |
ৱিকিমিডিয়া কমন্সত Bufo melanostictus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |