ত্ৰিকোণমিতি

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ত্ৰিভুজ

ত্ৰিকোণমিতি (ইংৰাজী: Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যায়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যায়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।[1] ত্ৰিকোণমিতি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Trigonometry”। এই শব্দটি আকৌ গ্ৰীক শব্দ trigōnon অৰ্থাৎ ত্ৰিভুজ আৰু metron অৰ্থাৎ পৰিমাপৰ পৰা উদ্ভৱ হৈছে।[2]

ত্ৰিকোণমিতিত সমকোনী ত্ৰিভুজৰ অধ্যয়ন সকলোতকৈ গুৰুত্বপূৰ্ণ দিয়া হয়।

Circle-trig6.svg


সূচী

[সম্পাদনা কৰক] কিছুমান কোনৰ ত্ৰিকোনমিত্ৰিক মান

নিম্নোক্ত তালিকাত কিছুমান প্ৰধান কোনৰ ত্ৰিকোনমিত্ৰিক মান দেখুওৱা হৈছে:-

θ জ্যা কোণ ষ্পৰ্শক বহুভুজ ভুজ
0 1 0 \infty 1 \infty
30° 1/2 \sqrt{3}/2 1/\sqrt{3} \sqrt{3} 2/\sqrt{3} 2
45° 1/\sqrt{2} 1/\sqrt{2} 1 1 \sqrt{2} \sqrt{2}
60° \sqrt{3}/2 1/2 \sqrt{3} 1/\sqrt{3} 2 2/\sqrt{3}
90° 1 0 \infty 0 \infty 1



[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

  1. R. Nagel (ed.), Encyclopedia of Science, 2nd Ed., The Gale Group (2002)
  2. "trigonometry". Online Etymology Dictionary. http://www.etymonline.com/index.php?search=trigonometry. 

[সম্পাদনা কৰক] গ্ৰন্থপঞ্জী

  • Boyer, Carl B. (1991). A History of Mathematics (Second Edition ed.). John Wiley & Sons, Inc.. ISBN 0471543977. 
  • Christopher M. Linton (2004). From Eudoxus to Einstein: A History of Mathematical Astronomy . Cambridge University Press.
  • Weisstein, Eric W. "Trigonometric Addition Formulas". Wolfram MathWorld. Weiner.

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত