বিজয় টেণ্ডুলকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয় টেণ্ডুলকাৰ
জন্ম বিজয় ধন্দপণ্ট টেণ্ডুলকাৰ
জানুৱাৰী ৬, ১৯২৮
কলহাপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু মে' ১৯, ২০০৮ (৮০ বছৰ)
পুনে, ভাৰত
মৃত্যুৰ কাৰণ দীৰ্ঘদিনীয়া অসুস্থতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম ভূষণ: ১৯৮৪
সংগীত নাটক একাডেমী ফেলশ্বিপ: ১৯৯৮
১৯৭৭ শ্ৰেষ্ঠ স্ক্ৰীন-প্লেৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: মন্থন


বিজয় টেণ্ডুলকাৰ (ইংৰাজী: Vijay Tendulkar) (Marathi:विजय तेंडुलकर) (৭ জানুৱাৰী, ১৯২৮ - ১৯ মে, ২০০৮) মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]


চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

নাট্যকৰ্ম[সম্পাদনা কৰক]

বিজয় টেণ্ডুলকাৰৰ নাট্যকৰ্মবোৰ হ’ল-

  • গৃহস্থ(১৯৪৭),
  • শ্ৰীমন্ত(১৯৫৫),
  • মনাচ’ নৱাচ’ বে’ত্‌(১৯৫৬),
  • মধ্‌ল্যা ভিন্তী(১৯৫৮),
  • চিম্‌ণীচ ঘৰ হ’ট’ মেনাচ(১৯৬০),
  • গীধাৰে(১৯৬১),
  • মী জিঙ্কল’ মী হৰ্‌ল’(১৯৬৩),
  • কাৱলান্‌চী শ্যালা(১৯৬৪),
  • সৰি গ’ সৰি(১৯৬৪),
  • শান্ততা! ক’ৰ্ট চালু আহে(১৯৬৫),
  • এ’ক হট্টি মুলগী(১৯৬৮),
  • ঝালা অনন্ত হনুমন্ত(১৯৬৮),
  • অচি‌ পাখ্‌ৰে য়েতি(১৯৭০),
  • সখাৰাম বাইণ্ডাৰ(১৯৭২),
  • ঘৰ্‌টে আমূচে ছাঁন(১৯৭৩),
  • ঘাচিৰাম কোটৱাল(১৯৭৩),
  • দম্ব্‌দ্বীপচা মুকাবলা(১৯৭৪),
  • ভল্যাকাকা(১৯৭৫),
  • বেবী(১৯৭৫),
  • পাহিজে জাতীচে(১৯৭৬),
  • মিত্ৰাচী গ’ষ্ট(১৯৮২),
  • কম্‌লা(১৯৮২),
  • কন্যাদান(১৯৮৩),
  • বিথ্‌থলা(১৯৮৫),
  • চিৰঞ্জীৱ সৌভাগ্যকাক্ষিনী (১৯৯২),
  • সফৰ(১৯৯২),
  • নিয়তীচা বৈলালা(১৯৯২),
  • ফুট্‌পায়ৰীচা সম্ৰাট(২০০৭) ইত্যাদি।


বচন[সম্পাদনা কৰক]

  • অৰবিন্দ দেশাই কী অজীৱ দাস্তা (১৯৭৮)
  • ২২ জুন ১৮৯৭

ইংৰাজীত উপলদ্ধ গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Silence! The Court Is in Session (Three Crowns). Priya Adarkar (Translator), Oxford University Press, 1979.ISBN 0-19-560313-3.
  • Ghashiram Kotwal, Sangam Books, 1984 ISBN 81-7046-210-X.
  • The Churning, Seagull Books, India, 1985 ISBN 0-85647-120-8.
  • The Threshold: (Umbartha - Screenplay), Shampa Banerjee (Translator), Sangam Books Ltd.,1985 ISBN 0-86132-096-4.
  • Five Plays (Various Translators), Bombay, Oxford University Press, 1992 ISBN 0-19-563736-4.
  • The Last Days of Sardar Patel and The Mime Players: Two Screen Plays New Delhi, Permanent Black, 2001 ISBN 81-7824-018-1.
  • Modern Indian Drama: An Anthology Sāhitya Akademi, India, 2001 ISBN 81-260-0924-1.
  • Mitrāchi Goshta : A Friend’s Story: A Play in Three Acts Gowri Ramnarayan (Translator). New Delhi, Oxford University Press, 2001 ISBN 0-19-565317-3.
  • Kanyādān, Oxford University Press, India, New Ed edition, 2002 ISBN 0-19-566380-2.
  • Collected Plays in Translation New Delhi, 2003, Oxford University Press. ISBN 0-19-566209-1.
  • The Cyclist and His Fifth Woman: Two Plays by Vijay Tendulkar Balwant Bhaneja (Translator), 2006 Oxford India Paperbacks ISBN 0-19-567640-8.

প্ৰাপ্ত পদকসমূহ[সম্পাদনা কৰক]

  1. পদ্ম ভূষণ: ১৯৮৪
  2. সংগীত নাটক একাডেমী ফেলস্বিপ: ১৯৯৮
  3. ১৯৭৭ শ্ৰেষ্ঠ স্ক্ৰীন-প্লেৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: মন্থন

অধিক পঢ়ক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]