বিশ্বনাথ কৃষি মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বনাথ কৃষি মহাবিদ্যালয়
স্থাপিত ২ ফেব্ৰুৱাৰী, ১৯৮৮
স্থান বিশ্বনাথ চাৰিআলি, অসম, ভাৰত
ভুক্তি অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
ৱেবছাইট http://aau.ac.in/dee/bnca/read_more.html


বিশ্বনাথ কৃষি মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু বিশ্বনাথ জিলাত অৱস্থিত।