বিশ্বনাৰায়ণ শাস্ত্ৰী
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
বিশ্বনাৰায়ণ শাস্ত্ৰী (জন্ম-১৯১৭,মৃত্যু-২০০২) একেধাৰে ৰাজনীতিক,পণ্ডিত, প্ৰশাসক তথা শিক্ষাবিদ ৷ শিক্ষা,সাহিত্য,গৱেষণা আৰু ৰাজনীতিত সমানে সুখ্যাতি লভা ড°শাস্ত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷