শ্ৰেণী:সাহিত্য
| ৱিকিমিডিয়া কমন্সত ‘সাহিত্য’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
উপশ্ৰেণীসমূহ
এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 8টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 8 টা উপশ্ৰেণী আছে।
অআই |
কগব |
ব আগলৈভ |
"সাহিত্য" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
এই শ্ৰেণীটোত কেৱল তলত দিয়া পৃষ্ঠাহে আছে । মুঠ 13 খনৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 13 খন পৃষ্ঠা আছে।
*অক |
ক আগলৈছনপল |
সহ |