কবিতা
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| অসমীয়া সাহিত্য | |
|---|---|
চৰ্যাপদ পুথি শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা |
|
| অসমীয়া সাহিত্য (শ্ৰেণী: সাহিত্য) অসমীয়া ভাষা |
|
| সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যিকসকলৰ তালিকা | |
| কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা | |
| অসমীয়া সাহিত্যিক | |
| ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ | |
| সাহিত্যধাৰা | |
| প্ৰাচীন আৰু মধ্যযুগীয় চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য আধুনিক যুগৰ সাহিত্য উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান |
|
| প্ৰতিষ্ঠান আৰু পুৰস্কাৰ | |
| ভাষা শিক্ষায়ন সাহিত্য পুৰস্কাৰ |
|
| সম্পৰ্কীয় প্ৰবেশদ্বাৰ সাহিত্য প্ৰবেশদ্বাৰ অসম প্ৰবেশদ্বাৰ |
|
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
সূচী |
কবিতাৰ জন্ম [সম্পাদনা কৰক]
এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ ক্ৰৌঞ্চমিথুন-বিয়োগ-জনিত শোকেই শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল[1] -
| “ | মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ। যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্।। |
” |
বৈশিষ্ট্য [সম্পাদনা কৰক]
প্ৰকাৰভেদ [সম্পাদনা কৰক]
|
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ সাহিত্য-সন্দৰ্শন, শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০