অসমীয়া লোকসাহিত্য
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য বোলে৷ সমাজ জীৱনৰ বিভিন্ন লোক-সাংস্কৃতিক সমল আৰু সভ্যতাৰ উত্থান-পতন ইয়াৰ মাজত সোমাই থাকে৷ লিখিত সাহিত্যৰ বহু শতিকাৰ আগতেই মানুহে জীৱন-ধাৰণৰ লগত জড়িত বহুতো ব্যৱস্থাক ইয়াৰ জড়িয়তে প্ৰকাশ কৰিছিল৷ অসমীয়া সাহিত্যত ইয়াক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি৷
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- আমি অসমীয়া ৱেবছাইটত অসমীয়া লোকসাহিত্যৰ তথ্য আছে।
- অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কীয় এটা টোকা, উত্স:- শৰাই ডট নেট।
- অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ, আমি অসমীয়া ৱেবছাইট।