অসম উপত্যকা সাহিত্য বঁটা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| অসম উপত্যকা সাহিত্য বঁটা | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| প্ৰকাৰ | অসামৰিক | |
| শ্ৰেণী | অসমীয়া সাহিত্য | |
| প্ৰতিষ্ঠা | ১৯৯০ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৯০ | |
| মুঠ প্ৰদানৰ সংখ্যা | ২২ | |
| প্ৰদানকৰ্তা | ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাস | |
| নগদ টকা | ||
| প্ৰথম প্ৰাপ্তক | ভবেন্দ্ৰ নাথ শইকীয়া (১৯৯০) | |
| অন্তিম প্ৰাপ্তক | পূৰবী বৰমুদৈ (২০১১) | |
অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰষ্কাৰটো হৈছে 'অসম উপত্যকা সাহিত্য বঁটা'৷ সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত নগদ দুই লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বিশেষভাৱে নিৰ্মিত এটা ট্ৰফি দিয়া হয়৷ ১৯৯০ চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক আছিল ভবেন্দ্ৰ নাথ শইকীয়া।[1][2][3]বঁটাটোৰ আৰ্হি প্ৰস্তুত কৰিছিল প্ৰখ্যাত অসমীয়া ভাস্কৰ আৰু চিত্ৰশিল্পী শোভা ব্ৰহ্মই ৷
[সম্পাদনা কৰক] অসম উপত্যকা সাহিত্য বঁটা বিজয়ীসকল
| ক্ৰমিক নং | চন | ব্যক্তিৰ নাম |
| ১ | ১৯৯০ | ভবেন্দ্ৰ নাথ শইকীয়া |
| ২ | ১৯৯১ | হোমেন বৰগোহাঞি |
| ৩ | ১৯৯২ | ছৈয়দ আব্দুল মালিক |
| ৪ | ১৯৯৩ | নৱকান্ত বৰুৱা |
| ৫ | ১৯৯৪ | যোগেশ দাস |
| ৬ | ১৯৯৫ | সৌৰভ কুমাৰ চলিহা |
| ৭ | ১৯৯৬ | উমাকান্ত শৰ্মা |
| ৮ | ১৯৯৭ | নীলমণি ফুকন |
| ৯ | ১৯৯৮ | মহিম বৰা |
| ১০ | ১৯৯৯ | অজিৎ বৰুৱা |
| ১১ | ২০০০ | হীৰেন ভট্টাচাৰ্য[4] |
| ১২ | ২০০১ | শীলভদ্ৰ[5] |
| ১৩ | ২০০২ | চন্দ্ৰপ্ৰসাদ শইকীয়া [6][7] |
| ১৪ | ২০০৩ | নিৰুপমা বৰগোহাঞি |
| ১৫ | ২০০৪ | লক্ষ্মীনন্দন বৰা[8] |
| ১৬ | ২০০৫ | অৰুণ শৰ্মা |
| ১৭ | ২০০৬ | নলিনীধৰ ভট্টাচাৰ্য |
| ১৮ | ২০০৭ | নগেন শইকীয়া |
| ১৯ | ২০০৮ | ৰংবং টেৰাং[9] |
| ২০ | ২০০৯ | ইমৰাণ শ্বাহ |
| ২১ | ২০১০ | হৰেকৃষ্ণ ডেকা |
| ২২ | ২০১১ | পূৰবী বৰমুদৈ |
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Another plume in writer’s crown". The Telegraph. April 13 , 2008. http://www.telegraphindia.com/1080413/jsp/northeast/story_9131491.jsp.
- ↑ "Assam Valley Literary Award to Nagen Saikia". Indian Express. Jan 01 2008. http://www.indianexpress.com/news/assam-valley-literary-award-to-nagen-saikia/256247/.
- ↑ "Assam Valley Award presented". Assam Tribune. April 13, 2008. http://www.assamtribune.com/scripts/details.asp?id=apr1308/at05.
- ↑ "Williamson Magor trust projects in Assam". Business Line. March 20, 2001. http://www.hinduonnet.com/businessline/2001/03/20/stories/022018sv.htm.
- ↑ "Master narrator - Rebati Mohan Dutta Choudhury". The Telegraph. June 30, 2003. http://www.telegraphindia.com/1030630/asp/northeast/story_2114229.asp.
- ↑ "Chandra Prasad Saikia dead". The Hindu. Aug 09, 2006. http://www.hindu.com/2006/08/09/stories/2006080921271500.htm.
- ↑ "Worth his words in gold - Chandra Prasad Saikia". The Telegraph. April 19, 2003. http://www.telegraphindia.com/1030419/asp/northeast/story_1886467.asp.
- ↑ "Dr LN Bora new Gariyoshi Editor". Assam Tribune. April 2, 2009. http://www.assamtribune.com/scripts/details.asp?id=apr0209/at05.
- ↑ "Literateur Rongbong Terang to get Assam Valley award". The Hindu. December 31, 2008. http://www.hinduonnet.com/thehindu/holnus/001200812311512.htm.