সদস্য:Md Askar Ali

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আস্কৰ আলী[সম্পাদনা কৰক]

আস্কৰ আলী
[[File:
|frameless|alt=]]
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
শিক্ষানুষ্ঠান
জনা যায় Contribution to Assamese Wikipedia


আস্কৰ আলী (জন্ম: ১৯৯৮ নভেম্বৰ ২৬) হ'ল এজন অসমীয়া উইকিপিডিয়াত অংশগ্ৰহণকাৰী। তেজপুৰ, অসমত জন্ম গ্ৰহণ কৰা আস্কৰ আলীয়ে বৰ্তমানে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যয়ন কৰি আছে।

জীৱনবৃত্ত[সম্পাদনা কৰক]

তেজপুৰত ১৯৯৮ চনৰ ২৬ নভেম্বৰত জন্ম গ্ৰহণ কৰা আস্কৰ আলী প্ৰাথমিক শিক্ষা তেজপুৰৰ পৰা আৰম্ভ কৰে। তাৰ পিছত আলীয়ে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু দৰং কলেজত শিক্ষা প্ৰাপ্ত কৰিছে। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যয়ন কৰি আছে। [1]

যোগাযোগ[সম্পাদনা কৰক]

ই-মেইল: askar.geofil@gmail.com

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. "তৰুৰাগ". মে, ২০২৪. https://taruraag.blogspot.com/p/about-us.html। আহৰণ কৰা হৈছে: ২০২৪.