সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিদ্ধাৰ্থ
জন্ম সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ
১৭ এপ্ৰিল, ১৯৭৯ (৪৪ বছৰ)
চেন্নাই, তামিল নাডু, ভাৰত
সক্ৰিয় হৈ থকা সময় ২০০২-বৰ্তমানলৈ
দাম্পত্যসঙ্গী মেঘনা নাৰায়ণ

সিদ্ধাৰ্থ নাৰায়ণ (তামিল: சித்தார்த்) (জন্ম: ১৭ এপ্ৰিল ১৯৭৯) মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক । ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে। ২০০৩ চনত শংকৰৰ 'বয়্‌‍জ' বোলছবিৰ যোগেদি তেওঁ অভিনয়ৰ জগতত প্ৰৱেশ কৰে। এই বোলছবিখনৰ সফলতাই তেওঁক মণি ৰত্নমৰ Aayutha Ezhuthu (২০০৪) বোলছবিত অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ পাছত তেওঁ নুভোষ্তান্তে নিনদান্তানা (২০০৫), ৰংগ দে বচন্তি আৰু ব'ম্মাৰিল' (২০০৬) ছবিৰ জৰিয়তে তেলুগু আৰু হিন্দী চলচ্চিত্ৰ জগতত সমালোচকৰ প্ৰশংসা আৰু ব্যৱসায়িক সফলতা লাভ কৰে। ষ্ট্ৰাইকাৰ (২০১০) আৰু ফেণ্টাচী ছবি আনাগানাগা অ' ধীৰুদু' (২০১১) বোলছবিত তেওঁ ক্ৰমে এজন কেৰম খেলুৱৈ আৰু এজন অন্ধ যোদ্ধাৰ চৰিত্ৰ অভিনীত কৰে। কিছু কালৰ বিৰতিৰ পাছত তেওঁ ২০১১ চনত তামিল বোলছবি জগতলৈ উভতি বালাজী মোহনৰ সফল ৰোমাণ্টিক হাস্য ছবি Kadhalil Sodhappuvadhu Yeppadi (২০১২) প্ৰযোজনা কৰে। ২০১৪ চনো সিদ্ধাৰ্থৰ বাবে সফল বৰ্ষ পৰিগণিত হয়। Jigarthanda বোলছবিত তেওঁ ৰূপায়ন কৰা নৱাগত বোলছবি নিৰ্মাতা আৰু Kaaviya Thalaivan বোলছবিত ১৯২০ দশকৰ মাদ্ৰাছ থিয়েটাৰৰ এজন অভিনেতাৰ চৰিত্ৰৰ বাবে তেওঁ প্ৰশংসিত হয়।

Early life[সম্পাদনা কৰক]

Siddharth was born to a Tamil-speaking family in Chennai, India on 17 April 1979.

সিদ্ধাৰ্থ টিচএআইডিসৰ ৰেকোডিং চিজন বছৰ ২০১৩

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

অভিনেতা[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
2002 Kannathil Muthamittal Bus passenger তামিল Uncredited role
2003 Boys Munna তামিল ITFA Best New Actor Award
2004 Aaytha Ezhuthu Arjun তামিল
2005 Nuvvostanante Nenoddantana Santosh তেলেগু Filmfare Award for Best Actor – তেলেগু
2006 Chukkallo Chandrudu Arjun তেলেগু Also writer
2006 Rang De Basanti Karan Singhania হিন্দী Screen Award for Most Promising Newcomer - Male
Nominated—Filmfare Best Male Debut Award
Nominated—Filmfare Best Supporting Actor Award
Nominated—Zee Cine Award for Best Male Debut
Nominated—Zee Cine Award for Best Actor in a Supporting Role – Male
Nominated—IIFA Award for Star Debut of the Year – Male
Nominated—Stardust Award for Superstar of Tomorrow – Male
Nominated—GIFA Best Male Debut Award
2006 Bommarillu Siddharth (Siddhu) তেলেগু Nominated—Filmfare Award for Best Actor – তেলেগু
2007 Aata Sri Krishna তেলেগু
2007 Blood Brothers Arjun Dutt হিন্দী
2009 কঁচেম ইস্টম কঁচেম কোষ্টম Siddharth (Siddhu) তেলেগু
2009 Oy! Uday তেলেগু
2010 Striker Suryakant Sarang হিন্দী
2010 Baava Veera Babu তেলেগু
2011 আনাগানাগা অ' ধীৰুদু Yodha তেলেগু
2011 180 Ajay Kumar (Mano) তেলেগু
2011 Nootrenbadhu তামিল
2011 অ' মাই ফ্ৰে'ণ্ড Chandu তেলেগু
2012 Kadhalil Sodhappuvadhu Yeppadi Arun তামিল
2012 Love Failure তেলেগু
2013 Midnight's Children Shiva English
2013 Jabardasth Bairraju তেলেগু
2013 Baadshah Siddharth তেলেগু Cameo appearance
2013 Chashme Baddoor Jai হিন্দী
2013 Udhayam NH4 Prabhu তামিল
2013 Theeya Velai Seiyyanum Kumaru Kumar তামিল
2013 Something Something তেলেগু
2014 Jigarthanda Karthik Subramaniam তামিল
2014 Kaaviya Thalaivan Thalaivankottai Kaliappa Bhagavathar তামিল Post-production
2014 Enakkul Oruvan তামিল Filming

প্ৰযোজক[সম্পাদনা কৰক]

Year Film ভাষা Notes
2012 Kadhalil Sodhappuvadhu Yeppadi তামিল
2012 Love Failure তেলেগু

নেপথ্য গায়ক[সম্পাদনা কৰক]

বৰ্ষ শিৰোনাম ভাষা সংগীত সংগীতকাৰ
2006 Chukkallo Chandrudu তেলেগু "Everybody", "Edhalo Epudo" Chakri
2006 Bommarillu তেলেগু "Appudo Ippudo" Devi Sri Prasad
2007 Aata তেলেগু "Ninu chusthunte" Devi Sri Prasad
2008 Santosh Subramaniam তামিল "Adada Adada" Devi Sri Prasad
2009 Oy! তেলেগু "Oy Oy" Yuvan Shankar Raja
2010 Striker হিন্দী "Bombay Bombay", "Haq Se" Amit Trivedi, Yuvan Shankar Raja
2010 Baava তেলেগু "Baava Baava" Chakri
2011 Oh My Friend তেলেগু "Maa Daddy Pockets", "Sri Chaitanya Junior College" Rahul Raj
2012 Kadhalil Sodhappuvadhu Yeppadi তামিল "Parvathi Parvathi", "Ananda Jaladosam" Thaman
2013 Udhayam NH4 তামিল "Neevevvaro neevevvaro"[1] G. V. Prakash Kumar
2014 Enakkul Oruvan তামিল "Prabalamagavey" Santhosh Narayanan

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]