স্বাভাৱিক সংখ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


স্বাভাবিক সংখ্যা (ইংৰাজী: Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তীয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা।

গণিত শিক্ষাৰ আৰম্ভনি হয় নিম্নোক্ত পূৰ্ণ সংখ্যাবোৰৰ পৰা:

১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ...

পৰৱৰ্তীকালত শূণ্যৰ অন্তৰ্ভূক্তিৰ দ্বাৰা গণিতৰ জ্ঞান আৰু এধাপ ওপৰলৈ আগবাঢ়িল।

০, ১, ২, ৩, ৪, ৫, ৬, ৯,৮, ...

গণিত স্বাভাৱিক সংখ্যৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে। স্বাভাবিক সংখ্যাৰ প্ৰথম গাণিতিক সংজ্ঞা দিছিল গটলব ফ্ৰেগে (ঊনবিংশ শতাব্দীতে) আৰু ইয়াৰ পিছৰজন আছিল বাৰ্ট্ৰাণ্ড ৰাচেল