হাতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাতী (Asian elephant)[1]
জীৱাশ্ম কাল: Late Pliocene – recent[2]
A male Asian elephant in the wild at Bandipur National Park in India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Proboscidea
পৰিয়াল: Elephantidae
গণ: Elephas
প্ৰজাতি: E. maximus
বৈজ্ঞানিক নাম
Elephas maximus
Linnaeus, 1758
হাতীৰ বিতৰণ
(brown — native, black — origin uncertain)

হাতী (ইংৰাজী: Asian or Asiatic elephant, বৈজ্ঞানিক নাম-Elephas maximus) এলিফাছ (Elephas)গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি৷ ই সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ পশ্চিমেভাৰতৰ পৰা পূবেবৰ্ণিঅ'লৈকে বিস্তৃতি হৈ আছে৷[1] এছিয়' হাতী এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ ভূমিত বাস কৰা জন্তুৰ প্ৰজাতি৷ [4]

১৯৮৬ চনৰ পৰাই হাতীক আই. ইউ. চি এন ৰ ৰেড ডাটা বুকত সংকটাপন্ন বুলি স্বীকৃতি দিয়া হৈছে৷ যোৱা তিনিটা দশত ইয়াৰ জনসংখ্যা প্ৰায় ৫০% হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ স্থিতিৰ প্ৰতি প্ৰধান ভাবুকিবোৰ হৈছে-বনাঞ্চল ধ্বংস, মানুহৰ সৈতে সংঘাত ইত্যাদি৷ [3] ২০০৩ চনৰ তথ্য অনুসৰি বিশ্বত ইয়াৰ জনসংখ্যা প্ৰায় ৪১,৪১০-৫২,৩৪৫ টা৷ [5]

বিৱৰণ[সম্পাদনা কৰক]

Illustration of an elephant skeleton[6]

ভাৰতীয় হাতী সাধাৰণতে আফ্ৰিকাৰ হাতীতকৈ আকাৰত সৰু৷ ইয়াৰ পিঠি অংশ ইঠঙা৷ কাণ দুখন সৰু আৰু সন্মুখৰ ফালে ভাঁজ খোৱা৷ মতা হাতীৰ কান্ধলৈকে উচ্চতা ২.৭ মিটাৰ (৯ ফুট) আৰু মাইকী হাতীৰ প্ৰায় ২.৮ মিটাৰ (৮ ফুট)[6] ইয়াৰ শুঁৰডাল নাক আৰু ওপৰ ওঁঠৰ এটা অংশ, ইয়াৰ নাক শুঁৰৰ ওপৰত থাকে৷ তথ্য অনুসৰি হাতীৰ শুঁৰ প্ৰায় ৬০,০০০ টা মাংসপেশীৰে গঠিত৷ এই শুঁৰ আৰু হাতীৰ দেহত থকা জেকবছনৰ অংগ (Jacobson's organ)ৰ বাবে হাতীৰ গোন্ধ ল'ব পৰা ক্ষমতা বেছি৷ ইয়াৰ উপৰিও হাতীয়ে ইয়াৰ শুঁৰডাল খাদ্য খোৱা, পানী খোৱা, স্পৰ্শ কৰা, ধূলি মৰা, শব্দ কৰা, প্ৰতিৰক্ষা,অন্য প্ৰাণীৰ সৈতে যোগাযোগ কৰা আদি বিভিন্ন কামত ব্যৱহাৰ কৰে৷[4][7]

হাতীৰ শুঁৰে চাৰি লিটাৰ পৰ্যন্ত পানী ধৰি ৰাখিব পাৰে৷ ই শুঁৰডালেৰে অন্য হাতীৰ সৈতে খেলে কিন্তু প্ৰকৃত যুঁজত ই কেৱল ভাবুকি দিবলৈহে ইয়াক ব্যৱহাৰ কৰে৷ [8]

Tusker debarking a tree

হাতীৰ দাঁত ই পানী, লোণ আদি গছৰ গা বা শিলৰ ফাঁকৰ পৰা উলিয়াবলৈ ব্যৱহাৰ কৰে৷[4]তাৰোপৰি গছৰ গাত দাগ বহুৱাই কোনো ঠাইত নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ আৰু দলৰ অন্য প্ৰতিদ্বন্দীৰ সৈতে যুঁজত অস্ত্ৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা দেখা যায়৷ [9]


মাইকী হাতীৰ সাধাৰণতে মতা হাতীৰ দৰে দাঁত নাথাকে৷ কিছুমান মতা হাতীৰো দাঁত নাথাকে-এনে হাতীক 'মখনা' (filsy makhnas) বুলি কোৱা হয়৷ শ্ৰীলংকাৰ হাতীৰ মাজত ইয়াৰ প্ৰবণটা অধিক বুলি জনা যায়৷ এছীয় হাতীৰ কপালত দুয়োফালে দুটা গাঁতৰ দৰে অংশ থাকে, আনাহাতে আফ্ৰিকাৰ হাতীৰ কপাল অংশ সাধাৰণতে সমান হয়৷ এছীয় হাতীৰ ছালৰ বৰণ সাধাৰণতে মুগা (gray) হয়, ই প্ৰায়ে মাটিৰে ঢাক খাই থাকে৷ ইয়াৰ ছাল আফ্ৰিকাৰ হাতীতকৈ মিহি হয়৷ এছীয় হাতী খুবেই বুদ্ধিমান আৰু সতৰ্ক হোৱা দেখা যায়৷[10]

Depigmented skin on the forehead and ears of an Asian elephant
Tusker at Corbett National Park taking a mud bath

টেক্স'নমি[সম্পাদনা কৰক]

Sri Lankan elephants
Borneo elephant

জীৱবিজ্ঞানী কাৰ্ল লিনিয়াছে পোনপ্ৰথমে ১৭৫৮ চনত 'Elephas' গোত্ৰ আৰু 'Elephas maximus' ৰ বিষয়ে উল্লেখ কৰিছিল [11]৷ ১৭৯৮ চনত জৰ্জ কুভিয়াৰ (Georges Cuvier) প্ৰথম ভাৰতীয় হাতীক Elephas indicus নামেৰে বৰ্ণনা কৰিছিল৷[12] ৷ তাৰপিছত ১৮৪৭ চনত কনৰাড জেকব টেমিণ্ক (Coenraad Jacob Temminck) সুমাত্ৰাৰ হাতীক Elephas sumatranus নামেৰে নামকৰণ কৰে.[13]

হাতীৰ প্ৰধানত: তিনিটঅ উপ-প্ৰজাতি পোৱা যায়-[3][4]

  • শ্ৰীলংকাৰ হাতী (Sri Lankan elephant_- শ্ৰীলংকা
  • ভাৰতীয় হাতী ( Indian elephant ) -ভাৰত, নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, লাওছ, চীন l
  • সুমাত্ৰাৰ হাতী ( Sumatran elephant )- সুমাত্ৰা, বৰ্ণিঅ'

তাৰোপৰি অন্য দুবিধ বিলুপ্ত উপ-প্ৰজাতি হৈছে-

বিতৰণ আৰু বাসস্থান[সম্পাদনা কৰক]

A herd of elephants in the grasslands of Jim Corbett National Park
A herd of elephants in the Nagarahole National Park

এছিঅ' হাতীয়ৈ সাধাৰণতে ঘাঁহনি, ক্ৰান্তীয় চিৰসেউজীয়া বনাঞ্চল (tropical evergreen forests), অৰ্ধ-চিৰসেউজীয়া বনাঞ্চল (semi-evergreen forests), সেমেকা পৰ্ণপাতী বনাঞ্চল (moist deciduous forests), শুকান পৰ্ণপাতী বনাঞ্চল (dry deciduous forests) আৰু শুকান কাইঁটীয়া বনাঞ্চল (dry thorn forests) ত বাস কৰে৷ তাৰোপৰি ইয়াক খেতি-পথাৰ আদিতো চৰা দেখিবলৈ পোৱা যায়৷ এই বনাঞ্চলসমূহত সাধাৰণতে সাগৰপৃষঠৰ পৰা ৩,০০০ মিটাৰ উচ্চতা পৰ্যন্ত হাতীক বাস কৰা দেখা পোৱা যায়৷ [14]

আচৰণ[সম্পাদনা কৰক]

A 5-month-old calf and its 17-month-old cousin in a sanctuary in Laos

হাতী সাধাৰণতে দোকমোকালি আৰু গধূলি সময়ত আটাইতকৈ সক্ৰিয় (crepuscular)৷[4] ইহঁতক 'মেগাহাৰ্বিভৰ' (megaherbivores) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে৷ ই দৈনিক প্ৰায় ১৫০ কি.গ্ৰা. উদ্ভিদ খাব পাৰে৷[15] ই সাধাৰণতে 'generalist feeders', যি 'grazers' আৰু 'browser' দুয়োবিধ পদ্ধতিৰেই খাদ্য গ্ৰহণ কৰে৷ গৱেষণাত ই প্ৰায় ১১২ বিধ বিভিন্ন উদ্ভিদৰ প্ৰজাতি খাদ্য হিচাপে গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে৷[16] হাতীয়ে দৈনিক কমেও এবাৰকৈ পানী খায় আৰু প্ৰায়ে পানীৰ উৎসৰ আশে পেশেই চৰে বুলি জনা যায়৷[4] ইহঁতৰ দৈনিক ৮০০-১২০ লিটাৰ পৰ্যন্ত পানীৰ প্ৰয়োজন হয়৷

পূৰ্ণবয়স্ক মাইকী হাতী আৰু কমবয়সীয়া হাতীয়ে দলত একেলগে চৰে৷ কিন্তু পূৰ্ণতাপ্ৰাপ্তিৰ লগে লগে মতা হাতীয়ে মাকৰ লগ এৰে৷ ইহঁতে কেতিয়াবা অকলশৰে বা অন্য সময়ত অন্য সমবয়সীয়া মতা হাতীৰ সৈতে দল ('bachelor groups') গঠন কৰি চৰে৷[17]

মাক-পোৱালিৰ দলত সাধাৰণতে তিনিজনী মান পূৰ্ণবয়স্ক মাইকী হাতী পোৱালিৰে সৈতে থকা দেখা যায়৷[18] কেতিয়াবা ইহঁতে অৱস্যে ১৫ জনী পূৰ্ণবয়স্ক মাইকী হাতীৰে বৃহৎ দলো গঠন কৰিব পাৰে৷ [19] কোনো কোনো ঋতুত ১০০ টা পৰ্যন্ত পোৱালি-মাক লগ হোৱাও দেখা পোৱা যায়৷ কিছু দিনৰ আগলৈকে আফ্ৰিকাৰ হাতীৰ দৰেই এছিয়' হাতীৰৰ দলো পূৰ্ণবয়স্ক মাইকী হাতীৰ নেতৃত্বত চলা বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু শেহতীয়া তথ্যই প্ৰমাণ কৰিছে যে হাতীৰ সমাজ ব্যৱস্থা যথেষ্ট জটিল আৰু পৰিৱৰ্ত্তনশীল৷ [20] আফ্ৰিকাৰ হাতীৰ তুলনাত ইয়াৰ হাতীৰ সামাজিক বন্ধন দুৰ্বল বুলিও তথ্য পোৱা গৈছে৷[19]

হাতীৰ উচ্চ কম্পনাংকৰ শব্দ শুনাৰ ক্ষমতা আছে৷[21]

প্ৰজনন[সম্পাদনা কৰক]

Indian elephants in the Coimbatore Forests, Tamil Nadu

মতা হাতীয়ে মাইকী হাতীৰ সৈতে প্ৰজনন কৰাক লৈ ইটোৱে সিটোৰ সৈতে যুঁজ কৰে৷ সাধাৰণতে মতা হাতীয়ে ১২-১৫ বছৰৰ ভিতৰত পূৰ্ণবয়স্ক হয়৷ ১০ ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত মতা হাতীৰ বছৰেকীয়াভাৱে "musth" আৰম্ভ হয়৷ এই সময়ছোৱাত হাতীৰ দেহত অন্য স্বাভাৱিক সময়ৰ তুলনাত প্ৰায় ১০০ গুণ বেছিকৈ টেষ্ট'ষ্টেৰণ হৰ্মন ক্ষৰণ হয়৷ ইয়াৰ ফলত হাতী এই সময়ত অতি খঙাল আৰু উত্তেজিত হৈ উঠে৷ হাতীৰ মূৰত চকুৰ কাষত থকা paired temporal gland এই সময়ছোৱাত ফেৰমণ (pheromone) ক্ষৰণ কৰে৷[22]

হাতীৰ গৰ্ভধাৰণ কাল প্ৰায় ১৮-২২ মাহ৷ মাইকী হাতীয়ে এটা বা কেতিয়াবা যুঁৰীয়া পোৱালি জন্ম দিয়ে৷ ১৯ মাহৰ ভিতৰত পোৱালিয়ে গৰ্ভত সম্পূৰ্ণ ৰূপ পায়৷ জন্মৰ সময়ত পোৱালিৰ ওজন প্ৰায় ১০০ কি.গ্ৰা. হয়৷[উদ্ধৃতিৰ প্ৰয়োজন]

হাতীৰ জীৰনকাল সাধৰণতে গড়ে ৬০ বছৰ হয়৷ অৱশ্যে কৃত্ৰিম পৰিৱেশত ই ৮০ বছৰ পৰ্যন্ত জীয়াই থকাও দেখা পোৱা যায়৷ [4]

সংকট[সম্পাদনা কৰক]

মানুহ আৰু হাতীৰ সংঘাত[সম্পাদনা কৰক]

Prime elephant habitat cleared for jhum – a type of shifting cultivation practiced in Arunachal Pradesh

মানুহ আৰু হাতীৰ মাজৰ সংঘাতৰ মূল কাৰণ হৈছে বাসস্থানৰ বাবে প্ৰতিযোগিতা৷ বেদখল, খেতি পথাৰ আদিৰ বাবে কৰা বনাঞ্চল ধ্বংসই হাতীৰ বাবে সংকট মাতি আনিছে৷ প্ৰয়োজনীয়া খাদ্যৰ সন্ধানত হাতীৰ বৃহৎ জাকে বনাঞ্চলৰ সীম মূৰীয়া খেতি-পথাৰৰ মাজেদি গৈ তহিলং কৰিলেই মানুহৰ সৈতে সংঘাত সৃষ্টি হয়৷

[23]

A sign stating "Beware of the Elephant" along highway 12 in Nam Nao National Park, Thailand.[24]

Human-elephant conflict is categorized into:

  • ultimate causes including growing human population, large-scale development projects and poor top-down governance;
  • proximate causes including habitat loss due to deforestation, disruption of elephant migratory routes, expansion of agriculture and illegal encroachment into protected areas.

Development such as border fencing along the India-Bangladesh border has become a major impediment to the free movement of elephants.[25] In Assam, more than 1,150 humans and 370 elephants died as a result of human-elephant conflict between 1980 and 2003.[26] In India alone, over 400 people are killed by elephants every year, affecting nearly 500,000 families across the country.[27] Moreover, elephants are known to destroy crops worth up to US$ 2-3 million annually.[28] This has major impacts on the welfare and livelihoods of local communities, as well as the future conservation of this species.[23]

চোৰাং চিকাৰ[সম্পাদনা কৰক]

18th century ivory powder flask
Ivory chopsticks

The demand for ivory as a result of rapid economic development during the 1970s and 1980s, particularly in East Asia, led to rampant poaching and the serious decline of elephants in many Asian and African range countries. In Thailand, the illegal trade in live elephants and ivory still flourishes. Although the quantity of worked ivory seen openly for sale has decreased substantially since 2001, Thailand still has one of the largest and most active ivory industries seen anywhere in the world. Tusks from Thai poached elephants also enter the market; between 1992 and 1997 at least 24 male elephants were killed for their tusks. Young elephants are captured and illegally imported from Myanmar for use in the tourism industry; calves are used mainly in amusement parks and are trained to perform various stunts for tourists.[29] The calves are often subjected to a 'breaking in' process, which may involve being tied up, confined, starved, beaten and tortured; as a result, two-thirds may perish.[30]

Up to the early 1990s, Vietnamese ivory craftsmen used exclusively Asian elephant ivory from Vietnam and neighbouring Lao PDR and Cambodia. Before 1990, there were few tourists and the low demand for worked ivory could be supplied by domestic elephants. Economic liberalization and an increase in tourism raised both local and visitors’ demands for worked ivory, which resulted in heavy poaching.[31]

স্থিতি আৰু সংৰক্ষণ[সম্পাদনা কৰক]

Elephas maximus is listed on CITES Appendix I.[3] The pre-eminent threats to Asian elephants today are loss, degradation and fragmentation of habitat, leading in turn to increasing conflicts between humans and elephants. They are poached for ivory and a variety of other products including meat and leather.[3] Asian elephants are quintessential flagship species, deployed to catalyze a range of conservation goals, including:

  • habitat conservation at landscape scales[32][33]
  • generating public awareness of conservation issues[34]
  • mobilization as a popular cultural icon both in India and the West[32][33]

সংস্কৃতিত[সম্পাদনা কৰক]

The elephant plays an important part in the culture of the subcontinent and beyond, featuring prominently in Jataka tales and the Panchatantra. They play a major role in Hinduism: the god Ganesha's head is that of an elephant, and the "blessings" of a temple elephant are highly valued. Elephants have been used in processions in Kerala, where the animals are adorned with festive outfits.[উদ্ধৃতিৰ প্ৰয়োজন]

The elephant is depicted in several Indian manuscripts and treatises. Notable amongst these is the Matanga Lila ("Elephant sport")[35] of Rameswara Pandita and the Hastividyarnava of Sukumar Barkaith. The latter manuscript is from Assam in northeast India.

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 সাঁচ:MSW3 Proboscidea
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Haynes1993 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. 3.0 3.1 3.2 3.3 3.4 Choudhury, A., Lahiri Choudhury, D.K., Desai, A., Duckworth, J.W., Easa, P.S., Johnsingh, A.J.T., Fernando, P., Hedges, S., Gunawardena, M., Kurt, F., Karanth, U., Lister, A., Menon, V., Riddle, H., Rübel, A., Wikramanayake, E. (2008). "Elephas maximus". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/7140. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Shoshani, J, Eisenberg, J. F. (1982). "Elephas maximus". Mammalian Species খণ্ড 182: 1–8. doi:10.2307/3504045. http://www.science.smith.edu/msi/pdf/i0076-3519-182-01-0001.pdf. 
  5. Sukumar, R. (2003). The Living Elephants: Evolutionary Ecology, Behavior, and Conservation. Oxford University Press, Oxford, UK. http://books.google.com/books?hl=en&lr=&id=P_IS80OBWTgC&oi=fnd&pg=PA1&ots=VS04CbKb15&sig=yhJWx6IDJ4hE8qRWCVEuBAdqXb4. 
  6. 6.0 6.1 Lydekker, R. (1894). The Royal Natural History. Volume 2. Frederick Warne and Co., London. http://www.archive.org/stream/royalnaturalhist02lydeuoft#page/542/mode/2up. 
  7. Rasmussen, L. E. L. (2006) Chapter 32. Chemical, Tactile, and Taste Sensory Systems. In: Fowler, M. E., Mikota, S. K. Biology, medicine, and surgery of elephants. Wiley-Blackwell, Oxford, UK. ISBN 978-0-8138-0676-1. Page 409 ff.
  8. Spinage, C. A. (1994). Elephants. প্ৰকাশক London: T & A D Poyser. ISBN 0856610887. 
  9. Clutton-Brock, J. (1987). A Natural History of Domesticated Mammals. প্ৰকাশক London: British Museum (Natural History). পৃষ্ঠা. 208. ISBN 0-521-34697-5. 
  10. Aldous, P. (2006-10-30). "Elephants see themselves in the mirror". New Scientist. http://www.newscientist.com/article/dn10402-elephants-see-themselves-in-the-mirror.html. 
  11. Linnaei, C. (1760) Elephas maximus In: Caroli Linnæi Systema naturæ per regna tria naturæ, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Halae Magdeburgicae. Page 33
  12. Cuvier, G. (1798) Tableau elementaire de l’histoire naturelle des animaux. Baudouin, Paris
  13. Temminck, C. J. (1847) Coup-d'oeil général sur les possessions néerlandaises dans l'Inde archipélagique. Tome second. A. Arnz and Comp., Leide
  14. Choudhury, A. U. (1999) Status and Conservation of the Asian elephant Elephas maximus in north-eastern India. Mammal Review 29: 141–173.
  15. Samansiri, K. A. P.; Weerakoon, D. K. (2007). "Feeding Behaviour of Asian Elephants in the Northwestern Region of Sri Lanka". Gajah: Journal of the IUCN/SSC Asian Elephant Specialist Group খণ্ড 2: 27–34. http://www.asesg.org/PDFfiles/Gajah/27-27-Samansiri.pdf. 
  16. Sukumar, R. (1990). "Ecology of the Asian Elephant in southern India. II. Feeding habits and crop raiding patterns". Journal of Tropical Ecology খণ্ড 6: 33–53. http://www.asiannature.org/pdf_resources/JournalofTropicalEcologyB1989.pdf. 
  17. McKay, G. M. (1973). "Behavior and ecology of the Asiatic elephant in southeastern Ceylon". Smithsonian Contributions to Zoology খণ্ড 125: 1–113. 
  18. Fernando, P.; Lande, R. (2000). "Molecular genetic and behavioral analysis of social organization in the Asian elephant (Elephas maximus)". Behav Ecol Sociobiol খণ্ড 48 (1): 84–91. doi:10.1007/s002650000218. 
  19. 19.0 19.1 de Silva, S.; Wittemyer, G. (2012). "A Comparison of Social Organization in Asian Elephants and African Savannah Elephants". International Journal of Primatology খণ্ড Forthcoming. doi:10.1007/s10764-011-9564-1. 
  20. de Silva, S.; Ranjeewa, A. D. G.; Kryazhimskiy, S. (2011). "The dynamics of social networks among female Asian elephants". BMC Ecology খণ্ড 11: 17. doi:10.1186/1472-6785-11-17. 
  21. Heffner, R.; Heffner, H. (1980). "Hearing in the elephant (Elephas maximus)". Science খণ্ড 208 (4443): 518–520. doi:10.1126/science.7367876. 
  22. Jainudeen, M. R.; McKay, G. M.; Eisenberg, J. F. (1972). "Observation on musth in the domesticated Asiatic elephant (Elephas maximus)". Mammalia খণ্ড 36 (2): 247–261. doi:10.1515/mamm.1972.36.2.247. 
  23. 23.0 23.1 Barua, M. (2010), Whose issue? Representations of human-elephant conflict in Indian and international media, প্ৰকাশক Science Communication 32 (1): 55–75, https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxtYWFuYmFydWF8Z3g6MzA5MTlkMjU2YjllMWVhMw 
  24. Fernando, P. (2000). Elephants in Sri Lanka: past present and future. Loris 22 (2): 38–44.
  25. Choudhury, A. U. (2007). Impact of border fence along India – Bangladesh border on elephant movement. Gajah 26: 27–30.
  26. Choudhury, A. U. (2003). Human-Elephant conflicts in Northeast India. Human Dimensions of Wildlife 9 (4): 261–270.
  27. Rangarajan, M., Desai, A., Sukumar, R., Easa, P. S., Menon, V., Vincent, S., Ganguly, S., Talukdar, B. K., Singh, B., Mudappa, D., Chowdhary, S., Prasad, A. N. (2010). Gajah: Securing the future for elephants in India. Report of the Elephant Task Force. Ministry of Environment and Forests, New Delhi.
  28. Bist, S. S. (2006). Elephant conservation in India - an overview. Gajah 25: 27–35.
  29. Stiles, D. (2009). The elephant and ivory trade in Thailand. TRAFFIC Southeast Asia, Petaling Jaya, Selangor, Malaysia.
  30. "Tourism driving illegal elephant trade in Burma and Thailand – video". guardian.co.uk. 24 July 2012. http://www.guardian.co.uk/environment/2012/jul/24/tourism-elephant-trade-burma-thailand. 
  31. Stiles, D. (2009). The status of ivory trade in Thailand and Vietnam. TRAFFIC Bulletin 22 (2): 83–91.
  32. 32.0 32.1 Barua, M., Tamuly, J., Ahmed, R.A. (2010). Mutiny or Clear Sailing? Examining the Role of the Asian Elephant as a Flagship Species. Human Dimensions of Wildlife 15(2): 145–160.
  33. 33.0 33.1 Bowen-Jones, E.; Entwistle, A. (2002). "Identifying appropriate flagship species: The importance of culture and local contexts". Oryx খণ্ড 36 (2): 189–195. doi:10.1017/S0030605302000261. 
  34. Barua, M. (2010). Whose issue? Representations of human-elephant conflict in Indian and international media. প্ৰকাশক Science Communication 32(1): 55–75. https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxtYWFuYmFydWF8Z3g6MzA5MTlkMjU2YjllMWVhMw. 
  35. Nilakantha, of (1985). The Elephant-Lore of the Hindus : the Elephant-sport (Matanga-lila) (Repr.; of 1931 সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass. ISBN 8120800052. 


লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]