অলিম্পিকত চীন

এছিয়া মহাদেশৰ সৰ্ববৃৰত্ দেশ চীন। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল যদিও অলিম্পিক খেলত চীনৰ অংশগ্ৰহণ তুলনামূলকভাৱে শেহতীয়াকৈ হৈছে। ১৯৮৪ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক গেমছ[1]লৈ চীনৰ জনসাধাৰণে প্ৰথম সম্পূৰ্ণ এথলেটিক প্ৰতিনিধি দল প্ৰেৰণ কৰে।[2][3]
২০২৪ চনলৈকে চীনে গ্ৰীষ্মকালীন অলিম্পিকত এবাৰ ১ম, চাৰিবাৰ ২য়, আৰু দুবাৰ ৩য় স্থান দখল কৰিছে। ১২খন অলিম্পিক খেলৰ সময়ছোৱাত মুঠ ৩২৫টা সোণৰ পদক, ২৫৮টা ৰূপৰ পদক আৰু ২২১টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
গ্ৰীষ্মকালীন অলিম্পিকত দেশখনৰ দ্বাদশ আৰু শীতকালীন অলিম্পিকত দ্বাদশ স্থানত অংশগ্ৰহণ কৰি চীন এছিয়া–অ’চেনিয়া অঞ্চলত সামগ্ৰিকভাৱে আটাইতকৈ সফল দেশ হিচাপে পৰিগণিত হৈছে, যাৰ ফলত ই অলিম্পিকৰ ইতিহাসত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ পিছতে ৩য় সফল দেশ হিচাপে পৰিগণিত হৈছে।

অলিম্পিকত চীনৰ পদক অনুযায়ী প্ৰদৰ্শন
[সম্পাদনা কৰক]গ্ৰীষ্মকালীন অলিম্পিকত চীনৰ প্ৰদৰ্শন
[সম্পাদনা কৰক]Host country
অলিম্পিক | খেলুৱৈ | সোণ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
---|---|---|---|---|---|---|
![]() |
অংশগ্ৰহণ কৰা নাই | |||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() |
![]() | |||||
![]() |
অংশগ্ৰহণ কৰা নাই | |||||
![]() |
![]() | |||||
![]() | ||||||
![]() | ||||||
![]() |
১ | ০ | ০ | ০ | ০ | – |
![]() |
আই অ’ চিৰ পৰা পদত্যাগ | |||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() |
বৰ্জন | |||||
![]() |
২১৬ | ১৫ | ৮ | ৯ | ৩২ | চতুৰ্থ |
![]() |
২৭৩ | ৫ | ১১ | ১২ | ১৮ | একাদশ |
![]() |
২৪৪ | ১৬ | ২২ | ১৬ | ৫৪ | চতুৰ্থ |
![]() |
২৯৪ | ১৬ | ২২ | ১২ | ৫০ | চতুৰ্থ |
![]() |
২৭১ | ২৮ | ১৬ | ১৪ | ৫৮ | তৃতীয় |
![]() |
৩৮৪ | ৩২ | ১৭ | ১৪ | ৬৩ | দ্বিতীয় |
![]() |
৬৩৯ | ৪৮ | ২২ | ৩০ | ১০০ | প্ৰথম |
![]() |
৩৯৬ | ৩৯ | ৩১ | ২২ | ৯২ | দ্বিতীয় |
![]() |
৪১২ | ২৬ | ১৮ | ২৬ | ৭০ | তৃতীয় |
![]() |
৪০৬ | ৩৮ | ৩২ | ১৯ | ৯০ | দ্বিতীয় |
![]() |
৩৮৮ | ৪০ | ২৭ | ২৪ | ৯১ | দ্বিতীয় |
![]() |
future event | |||||
![]() | ||||||
মুঠ (১২/৩০) | ৩৯২৪ | ৩০৩ | ২২৬ | ১৯৮ | ৭২৭ | ৩ |
শীতকালীন অলিম্পিকত চীনৰ প্ৰদৰ্শন
[সম্পাদনা কৰক]Host country
অলিম্পিক | খেলুৱৈ | সোণৌ | ৰূপ | ব্ৰঞ্জ | মুঠ | স্থান |
---|---|---|---|---|---|---|
![]() |
অংশগ্ৰহণ কৰা নাই | |||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() | ||||||
![]() |
২৪ | ০ | ০ | ০ | ০ | – |
![]() |
৩৭ | ০ | ০ | ০ | ০ | – |
![]() |
১৩ | ০ | ০ | ০ | ০ | – |
![]() |
৩২ | ০ | ৩ | ০ | ৩ | ১৫ |
![]() |
২৪ | ০ | ১ | ২ | ৩ | ১৯ |
![]() |
৫৭ | ০ | ৬ | ২ | ৪ | ১৬ |
![]() |
৬৬ | ২ | ২ | ৪ | ৮ | ১৩ |
![]() |
৭৬ | ২ | ৪ | ৫ | ১১ | ১৪ |
![]() |
৯৪ | ৫ | ২ | ৪ | ১১ | ৭ |
![]() |
৬৬ | ৩ | ৪ | ২ | ৯ | ১২ |
![]() |
৮১ | ১ | ৬ | ২ | ৯ | ১৬ |
![]() |
১৭৬ | ৯ | ৪ | ২ | ১৫ | ৪ |
![]() |
future event | |||||
মুঠ (১২/২৪) | ৭৪৬ | ২২ | ৩২ | ২৩ | ৭৭ | ১৬ |
- ↑ https://en.wikipedia.org/wiki/1984_Summer_Olympics
- ↑ 23rd Olympic Games: Los Angeles 1984 Archived November 17, 2017, at the Wayback Machine Chinese Olympic Committee.
- ↑ "Chinese get preparations training for Rio Games". July 31, 2016. Archived from the original on September 4, 2017. https://web.archive.org/web/20170904015205/http://en.omriyadat.com/asian-athletics/chinese-get-preparations-training-for-rio-games.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Withdrew
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Paris_1924
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই