সমললৈ যাওক

অলিম্পিকত জাপান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাপানৰ পতাকা
জাপানৰ পতাকা

১৯১২ চনত জাপানে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল, আৰু তেতিয়াৰ পৰাই প্ৰায় প্ৰতিখন খেলতে অংশগ্ৰহণ কৰি আহিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৮ চনৰ গেমছলৈ জাপানক আমন্ত্ৰণ জনোৱা হোৱা নাছিল, আৰু ১৯৮০ চনত মস্কোত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক জাপানে বৰ্জন কৰিছিল। [1]

জাপানে ১৯২০ চনত প্ৰথমবাৰৰ বাবে পদক লাভ কৰে, আৰু ১৯২৮ চনত প্ৰথম সোণৰ পদক লাভ কৰে। গ্ৰীষ্মকালীন অলিম্পিক গেমছত (শিল্প প্ৰতিযোগিতাৰ বাহিৰে) জাপানী খেলুৱৈসকলে ৫৪২টা পদক লাভ কৰিছে, য'ত জুডো, জিমনাষ্টিক, মল্লযুঁজ, আৰু সাঁতোৰত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ শেষৰ ফালে। শীতকালীন অলিম্পিক গেমছতো জাপানে ৭৬টা পদক লাভ কৰিছে । টকিঅ’ত আয়োজন কৰা

অলিম্পিক খেলৰ চিহ্ন
অলিম্পিক খেলৰ চিহ্ন

২০২০ অলিম্পিকত জাপানে আটাইতকৈ ভাল প্ৰদৰ্শন কৰিছে।

১৯১১ চনত জাপানী অলিম্পিক কমিটি গঠন কৰা হয় আৰু ১৯১২ চনত স্বীকৃতি দিয়া হয়।[2]

গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ প্ৰদৰ্শন

[সম্পাদনা কৰক]
অলিম্পিক খেলুৱৈ সোণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
গ্ৰীচ ১৮৯৬ এথেন্স অংশগ্ৰহণ কৰা নাছিল
ফ্ৰান্স ১৯০০ পেৰিছ
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯০৪ ছেইণ্ট লুইচ
সংযুক্ত যুক্তৰাজ্য ১৯০৮ লণ্ডন
ছুইডেন ১৯১২ ষ্টকহোম
বেলজিয়াম ১৯২০ এণ্টৱাৰ্প ১৫ ১৭
ফ্ৰান্স ১৯২৪ পেৰিছ ১৯ ২৩
নেডাৰলেণ্ড ১৯২৮ আমষ্টাৰডাম ৪৩ ১৫
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৩২ লছ এঞ্জেলছ ১৩১ ১৮
জাৰ্মানী ১৯৩৬ বাৰ্লিন ১৫৬ ১৮
সংযুক্ত যুক্তৰাজ্য ১৯৪৮ লণ্ডন অংশগ্ৰহণ কৰা নাছিল
ফিনলেণ্ড ১৯৫২ হেলচিঙ্কী ৬৯ ১৭
অষ্ট্ৰেলিয়া ১৯৫৬ মেলবৰ্ণ ১১০ ১০ ১৯ ১০
ইটালী ১৯৬০ ৰোম ১৬২ ১৮
জাপান ১৯৬৪ টকিঅ' ৩২৮ ১৬ ২৯
মেক্সিকো ১৯৬৮ মেক্সিকো চিটি ১৭১ ১১ ২৫
পশ্চিম জাৰ্মানী ১৯৭২ মিউনিখ ১৮৪ ১৩ ২৯
কানাডা ১৯৭৬ মণ্ট্ৰিয়েল ২১৩ ১০ ২৫
ছ'ভিয়েট সংঘ ১৯৮০ মস্কো অংশগ্ৰহণ কৰা নাছিল
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ লছ এঞ্জেলছ ২৬৬ ১০ 8 ১৪ ৩২
দক্ষিণ কোৰিয়া ১৯৮৮ ছিউল ২৫৫ ১৪ ১৪
স্পেইন ১৯৯২ বাৰ্চিলোনা ২৫৬ 8 ১১ ২২ ১৭
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৬ আটলাণ্টা ৩০৬ ১৪ ২৩
অষ্ট্ৰেলিয়া ২০০০ চিডনী ২৬৬ ১৮ ১৫
গ্ৰীচ ২০০৪ এথেন্স ৩০৬ ১৬ ১২ ৩৭
গণচীন ২০০৮ বেইজিং ৩৩২ ২৫
সংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডন ২৯৫ ১৪ ১৭ ৩৮ ১১
ব্ৰাজিল ২০১৬ ৰিঅ' ডি জেনেৰিঅ' ৩৩৮ ১২ ২১ ৪১
জাপান ২০২০ টকিঅ' ৫৫৬ ২৭ 14 ১৭ ৫৬
ফ্ৰান্স ২০২৪ পেৰিছ ৪০৩ ২০ ১২ ১৩ ৪৫
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০২৮ লছ এঞ্জেলছ ভৱিষ্যতৰ খেল
অষ্ট্ৰেলিয়া ২০৩২ ব্ৰিচবেন
মুঠ (২৪/৩০) ৫১৪২ ১৮৯ ১৬২ ১৯১ ৫৪২

শীতকালীন অলিম্পিতক জাপানৰ প্ৰদৰ্শন

[সম্পাদনা কৰক]
অলিম্পিক খেলুৱৈ সোণ ৰূপ ব্ৰঞ্জ মুঠ স্থান
ছুইজাৰলেণ্ড ১৯২৮ ছেইণ্ট মৰিটজ 0 0 0 0
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৩২ লেক প্লাচিড ১৬ 0 0 0 0
জাৰ্মানী ১৯৩৬ গাৰ্মিচ-পাৰ্টেনকিৰ্চেন ৩১ 0 0 0 0
ছুইজাৰলেণ্ড ১৯৪৮ ছেইণ্ট মৰিটজ অংশগ্ৰহণ কৰা নাছিল
নৰৱে ১৯৫২ অচল' ১৩ 0 0 0 0
ইটালী ১৯৫৬ কৰ্টিনা ডি এম্পেজ্জো ১০ 0 0 ১১
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৬০ স্কোৱা ভেলী ৪১ 0 0 0 0
অষ্ট্ৰিয়া ১৯৬৪ ইন্সব্ৰুক ৪৭ 0 0 0 0
ফ্ৰান্স ১৯৬৮ গ্ৰেনোবল ৬১ 0 0 0 0
জাপান ১৯৭২ চাপ'ৰ' ৮৫ ১১
অষ্ট্ৰিয়া ১৯৭৬ ইন্সব্ৰুক ৫৮ 0 0 0 0
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮০ লেক প্লাচিড ৫০ 0 0 ১৫
ছচিয়েলিষ্ট ফেডাৰেল ৰিপাব্লিক অৱ য়ুগোশ্লভিয়া ১৯৮৪ চাৰাইভো ৩৯ 0 0 ১৪
কানাডা ১৯৮৮ কেলগেৰী ৪৮ 0 0 ১৬
ফ্ৰান্স ১৯৯২ এলবাৰ্টভিল ৬০ ১১
নৰৱে ১৯৯৪ লিলেহাইমাৰ ৫৯ ১১
জাপান ১৯৯৮ নাগানো ১৫৬ ১০
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০০২ চল্ট লেক চিটি ১০৩ 0 ২১
ইটালী ২০০৬ টুৰিন ১১০ 0 0 ১৮
কানাডা ২০১০ ভেংকুভাৰ ৯৪ 0 ২০
ৰাছিয়া ২০১৪ চ'চি ১১৩ ১৭
দক্ষিণ কোৰিয়া ২০১৮ পিয়ংচাং ১২৪ 4 ১৩ ১১
গণচীন ২০২২ বেইজিং ১২৪ ১৮ ১২
ইটালী ২০২৬ মিলান–কৰ্টিনা ভৱিষ্যতৰ খেল
মুঠ (২৩/২৪) ১৪৪ ১৭ ২৯ ৩০ ৭৬ ১৭

|}

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "United by Emotion': Everything you need to know about the Opening Ceremony for Tokyo 2020". Tokyo 2020 Organising Committee. 2021-07-16. Archived from the original on 2021-07-25. Retrieved 2021-08-17. What does 'United by Emotion' mean?
  2. Japan | Japanese Olympic Committee | National Olympic Committee". Olympic.org.