অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ
অৱয়ব
(অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমুহঃৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক। |
অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
- ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
- ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ : কচুগাঁও -ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগিছে।
- ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ : নগাঁও-ডবকা-ডিমাপুৰ।
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : পঞ্চৰত্ন -গুৱাহাটী -যোৰাবাট-কমাৰগাঁও-মাকুম-চৈখোৱাঘাট।
- ৩৭নং (ক)ৰাষ্ট্ৰীয় ঘাইপথ : কুঁৱৰীটোল- তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
- ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ : মাকুম -লিডু-লেখাপানী।
- ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ : নুমলীগড়-ইম্ফল।
- ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ -ছিলং
- ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ : বাইহাটা চাৰিআলি-তেজপুৰ-বান্দৰদোৱা-উত্তৰ লখিমপুৰ-জোনাই।
- ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ- শিলচৰ।
- ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : শিলচৰ-আইজাল।
| |||||||||||||||||||