এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন । অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক।
অসম ৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ : কচুগাঁও -ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগিছে।
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ : নগাঁও-ডবকা-ডিমাপুৰ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : পঞ্চৰত্ন -গুৱাহাটী -যোৰাবাট-কমাৰগাঁও-মাকুম-চৈখোৱাঘাট।
৩৭নং (ক)ৰাষ্ট্ৰীয় ঘাইপথ : কুঁৱৰীটোল- তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ : মাকুম -লিডু-লেখাপানী।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ : নুমলীগড়-ইম্ফল।
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ -ছিলং
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ : বাইহাটা চাৰিআলি-তেজপুৰ-বান্দৰদোৱা-উত্তৰ লখিমপুৰ-জোনাই।
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ- শিলচৰ।
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : শিলচৰ-আইজাল।