অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ

  1. ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  2. ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ : উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  3. ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ : কচুগাঁও -ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগিছে।
  4. ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ : নগাঁও-ডবকা-ডিমাপুৰ।
  5. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : পঞ্চৰত্ন -গুৱাহাটী -যোৰাবাট-কমাৰগাঁও-মাকুম-চৈখোৱাঘাট।
  6. ৩৭নং (ক)ৰাষ্ট্ৰীয় ঘাইপথ : কুঁৱৰীটোল- তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  7. ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ : মাকুম -লিডু-লেখাপানী।
  8. ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ : নুমলীগড়-ইম্ফল।
  9. ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ -ছিলং
  10. ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ : বাইহাটা চাৰিআলি-তেজপুৰ-বান্দৰদোৱা-উত্তৰ লখিমপুৰ-জোনাই।
  11. ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ : বদৰপুৰ- শিলচৰ।
  12. ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ : শিলচৰ-আইজাল।