আইটন জনগোষ্ঠী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
টাই আইটন (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই লোক সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।