আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)
অৱয়ব
| আধুনিক অসমীয়া কবিতা-মঞ্জৰী | |
|---|---|
| লেখক | ড॰ নগেন শইকীয়া |
| দেশ | ভাৰতীয় |
| ভাষা | অসমীয়া |
| বিষয় | অসমীয়া কবিতাৰ সংকলন |
| প্ৰকাৰ | কবিতা |
| প্ৰকাশক | বনলতা |
| প্ৰকাশ | ১৯৯৬ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ৬৫ |
| আই.এচ.বি.এন. | 81-7339-142-4 |
আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা। গ্ৰন্থখনত সন্নিৱিষ্ট কবিসকলৰ নাম হৈছে ক্ৰমে- নৱকান্ত বৰুৱা, মহিম বৰা, কেশৱ মহন্ত, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাম গগৈ, নীলমণি ফুকন, ভৱেন বৰুৱা, হৰেকৃষ্ণ ডেকা।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ নগেন শইকীয়া. "আধুনিক অসমীয়া কবিতা-মঞ্জৰী". বনলতা. পৃষ্ঠাসমূহ: আগকথা.