ইউনিক'ডত অসমীয়া–বঙালী লিপি
অৱয়ব
বঙালী আৰু অসমীয়া | |
---|---|
পৰিসৰ | U+0980..U+09FF (১২৮ ক'ড বিন্দু) |
Plane | বহুভাষিক (BMP) |
লিপি | অসমীয়া বঙালী |
প্ৰধান বৰ্ণ | অসমীয়া বঙালী |
ব্যৱহৃত | ৯২ ক'ড বিন্দু |
অব্যৱহৃত | ৩৬ সংৰক্ষিত ক'ড বিন্দু |
উৎসৰ মান | ISCII |
ইউনিক'ড সংস্কৰণৰ ইতিহাস | |
১.০.০ | 89 (+89) |
৪.০ | 90 (+1) |
৪.১ | 91 (+1) |
৫.২ | 92 (+1) |
টোকা: [1][2] |
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰে U+0981..U+09CDলৈ চিহ্নসমূহ ১৯৮৮ ISCII মানৰ বঙালী চিহ্ন A1-EDৰ প্ৰতক্ষ্য প্ৰতিলিপি, লগতে U+09F0 স্তম্ভৰ বহুকেইটা চিহ্ন হৈছে অসমীয়া ISCII চিহ্ন। একেধৰণে দেৱনাগৰী, গুৰুমুখী, গুজৰাটী, ওড়িয়া, তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ইউনিক'ড ব্লকবোৰো ISCII ইনক'ডিঙত গঠিত হৈছে।
বঙালী[1][2] অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+098x | ঀ | ঁ | ং | ঃ | অ | আ | ই | ঈ | উ | ঊ | ঋ | ঌ | এ | |||
U+099x | ঐ | ও | ঔ | ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ | ট | ||
U+09Ax | ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন | প | ফ | ব | ভ | ম | য | |
U+09Bx | র | ল | শ | ষ | স | হ | ় | ঽ | া | ি | ||||||
U+09Cx | ী | ু | ূ | ৃ | ৄ | ে | ৈ | ো | ৌ | ্ | ৎ | |||||
U+09Dx | ৗ | ড় | ঢ় | য় | ||||||||||||
U+09Ex | ৠ | ৡ | ৢ | ৣ | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ||
U+09Fx | ৰ | ৱ | ৲ | ৳ | ৴ | ৵ | ৶ | ৷ | ৸ | ৹ | ৺ | ৻ | ৼ | ৽ | ৾ | |
বি. দ্ৰ. |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Unicode character database". The Unicode Standard. http://www.unicode.org। আহৰণ কৰা হৈছে: 22 March 2013.
- ↑ The Unicode Standard Version 1.0, Volume 1. Addison-Wesley Publishing Company, Inc.. 1990, 1991. ISBN 0-201-56788-1.