উমাশংকৰ যোশী
অৱয়ব
উমাশংকৰ যোশী | |
---|---|
১৯৬০ চনত মুম্বাইত উমাশংকৰ যোশী | |
জন্ম | ২১ জুলাই, ১৯১১ বামনা, সবৰকান্তা, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৯ ডিচেম্বৰ, ১৯৮৮ (৭৭ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ছদ্মনাম | বাসুকী, শ্ৰৱণ |
পেচা | কবি, ঔপন্যাসিক, গল্পকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | গুজৰাট কলেজ Elphinstone College[1] |
সময় | গান্ধীৰ যুগ |
উল্লেখযোগ্য বঁটা | ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক (১৯৩৯)
|
স্বাক্ষৰ | |
ৱেবছাইট | [http:// আধিকাৰিক ৱেবছাইট] |
উমাশংকৰ যোশী ( pronunciation (সহায়·তথ্য))(ইংৰাজী: Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। [2] তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Modern Gujarati Poetry: A Selection by Rita Kothari. 1998. পৃষ্ঠা. 82, 85. ISBN 9788126002948. https://books.google.com/books?id=JObSbMwe3aUC&q=gujarat+college&pg=PA85.
- ↑ "Jnanpith Laureates Official listings". Jnanpith Website. Archived from the original on 13 October 2007. https://web.archive.org/web/20071013122739/http://jnanpith.net/laureates/index.html। আহৰণ কৰা হৈছে: 10 July 2023.