সমললৈ যাওক

এম. ষ্টেনলী হুইটটিনগাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইকেল ষ্টেনলী হুইটটিনগাম

জন্ম ১৯৪১ (বয়স ৮৪৮৫)
যুক্তৰাজ্য
ক্ষেত্ৰ ৰসায়নবিদ
কৰ্মস্থান বিনগামটন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান নিউ কলে, অক্সফোৰ্ড (বি.এ, এম.এ, ডি.ফিল)
জনা যায় লিথিয়াম আয়ন বেটেৰী
উল্লেখনীয় বঁটা ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০১৯)

মাইকেল ষ্টেনলী হুইটটিনগাম এগৰাকী ইংৰাজ ৰসায়নবিদ। তেওঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ অধীনত বিনগামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেটেৰীয়েল ৰিচাৰ্ছ আৰু মেটেৰীয়েল চাইন্স আৰু প্ৰকৌশল প্ৰগ্ৰেমৰ দুয়ো প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু আকিৰা য়শ্বিন'ৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]