ঔৰংগাবাদ জিলা, বিহাৰ
অৱয়ব
ঔৰংগাবাদ জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | বিহাৰ |
সংমণ্ডল | মাগধ |
সদৰ | ঔৰংগাবাদ, বিহাৰ |
কালি | |
• মুঠ | 3,305 km2 (1,276 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ | 25,40,073 |
• ঘনত্ব | 770/km2 (2,000/sq mi) |
ঔৰংগাবাদ ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন জিলা। ঔৰংগাবাদ নগৰ এই জিলাখনৰ সদৰ ঠাই।
ভূগোল
[সম্পাদনা কৰক]ঔৰংগাবাদ জিলাৰ মাটিকালি ৩,৩৮৯ বৰ্গ কিলোমিটাৰ (১,৩০৯ বৰ্গ মাইল)। এই জিলাখন মাগধ সংমণ্ডলৰ অন্তৰ্গত।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যা ২,৫৪০,০৭৩জন।[1] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬০জন (২০০০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৬ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭২.৭৭%।[2]
২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যাৰ ৯৪.৭৮% হিন্দী আৰু ৫.১৭% উৰ্দুভাষী লোক।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.
- ↑ 2011 Census of India, Population By Mother Tongue