পুৰকুইল
পুৰকুইল | |
|---|---|
| ৰাষ্ট্ৰ | |
| বিভাগ | চট্টগ্ৰাম (চিটাগাং) |
| জিলা | ব্ৰাহ্মণবাৰিয়া |
| উপজিলা | কছবা (কসবা) |
| ইউনিয়ন | ২ নং মেহাৰী |
| ৱাৰ্ড | ৮ নং |
| চৰকাৰ | |
| • ধৰণ | স্থানীয় চৰকাৰ |
| • পৰিচালনা | ইউনিয়ন পৰিষদ |
| • ইউনিয়নৰ অধ্যক্ষ | আলম মিয়া[1] |
| • ৱাৰ্ড সদস্য | জুৱেল মিয়া [1] |
| জনসংখ্যা | |
• মুঠ |
৬৫০ |
পুৰকুইল বাংলাদেশৰ পূব-কেন্দ্ৰীয় অংশৰ এখন গাঁও। ই বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।[2]
ৰাজহুৱা তথ্য
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি, পুৰকুইল গাঁৱৰ মুঠ জনসংখ্যা হৈছে ৬৫০জন।[3] গাঁওখনৰ সকলোৱে ইছলামধৰ্মৰ অনুগামী।
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]পুৰকুইল গাঁৱৰ ওচৰত ৰাজাৰ খাল নামৰ এটা খাল বৈ গৈছে। লগতে তিতাচ নদীৰ এটা শাখা গাঁওখনৰ পৰা অলপ দূৰত বৈ গৈছে।
সীমা
[সম্পাদনা কৰক]এই গাঁওখনৰ পূবে মেহাৰী ইউনিয়নৰ খেওড়া গাঁও, পশ্চিমে ঈশান নগৰ গাঁও, উত্তৰে যমুনা গাঁও আৰু দক্ষিণ ফালে বাহাৰ আটা আৰু চৌবেপুৰ গাঁও আছে।
শিক্ষা আৰু সংস্কৃতি
[সম্পাদনা কৰক]গাঁওখনত "পুৰকুইল গাউছিয়া হাবিবিয়া ফাজিল মাদ্ৰাছা" নামৰ এখন ফাজিল মাদ্ৰাছা আছে। তাত দুটা হাফিজিয়া মাদ্ৰাছাও আছে।
পুৰকুইল গাঁৱত মুছলমান সম্প্ৰদায়ৰ বাবে তিনিটা মছজিদ আৰু দুটা ইদগাহ আছে। মাদ্ৰাছা চৌহদত এটা কবৰস্থানকে[4] ধৰি মুঠ ৩টা কবৰস্থান আছে। গাঁওখনত এখন বজাৰো আছে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "মেহাৰী ইউনিয়ন: এক নজৰে মেহাৰী ইউপি (মেহৰি ইউনিয়ন: মেহাৰী ইউনিয়ন এট এ গ্লান্স) [Mehari Union: Mehari UP at a glance]" (bn ভাষাত). Government of BangladeshBangladesh National Portal. Archived from the original on 2020-11-06. https://web.archive.org/web/20201106132243/http://mehariup.brahmanbaria.gov.bd/site/page/7fd48d7d-2144-11e7-8f57-286ed488c766/%E0%A6%8F%E0%A6%95%20%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87%20%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%80%20%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%A8। আহৰণ কৰা হৈছে: 2020-08-07.
- ↑ "মেহাৰী ইউনিয়ন: গ্ৰামসমূহেৰ তালিকা ( "মেহাৰী ইউনিয়ন: গাঁওসমূহৰ তালিকা" [Mehari Union: List of villages]" (bn ভাষাত). Government of BangladeshBangladesh National Portal. Archived from the original on 2020-11-01. https://web.archive.org/web/20201101011049/http://mehariup.brahmanbaria.gov.bd/site/page/641ef64d-f19b-4dc1-8b2e-d2cfee38a095/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%87%E0%A6%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE। আহৰণ কৰা হৈছে: 2020-08-07.
- ↑ "মেহাৰী ইউনিয়ন: গ্ৰাম ভিত্তিক লোকসংখ্যা (মেহাৰী ইউনিয়ন: গাঁও আধাৰিত জনসংখ্যা) ["মেহ ইউনিয়ন: গাঁও আধাৰিত জনসংখ্যা"]" (bn ভাষাত). Government of BangladeshBangladesh National Portal. Archived from the original on 2020-11-01. https://web.archive.org/web/20201101045610/http://mehariup.brahmanbaria.gov.bd/site/page/7fd499e0-2144-11e7-8f57-286ed488c766/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE। আহৰণ কৰা হৈছে: 2020-08-07.
- ↑ "মেহাৰী ইউনিয়ন: কবৰস্থান (মেহাৰী ইউনিয়ন: কবৰস্থান) [Mahari Union: Cemetery]" (bn ভাষাত). Government of BangladeshBangladesh National Portal. Archived from the original on 2020-11-01. https://web.archive.org/web/20201101065331/http://mehariup.brahmanbaria.gov.bd/site/page/7fb2767a-2144-11e7-8f57-286ed488c766/%E0%A6%95%E0%A6%AC%E0%A6%B0%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 2021-05-11.