প্ৰমিলা ৰাণী ব্ৰহ্ম
অৱয়ব
প্ৰমীলা ৰাণী ব্ৰহ্ম | |
|---|---|
![]() | |
| অসম বিধানসভাৰ বিধায়িকা | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১৯৯১ | |
| পূৰ্বসূৰী | চৰণ নাৰ্জাৰী |
| সমষ্টি | পূব কোকৰাঝাৰ সমষ্টি |
| বন মন্ত্ৰী, অসম চৰকাৰ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২৪ মে' ২০১৬ | |
| পূৰ্বসূৰী | আতুৱা মুণ্ডা |
| কৃষি মন্ত্ৰী, অসম চৰকাৰ | |
| কাৰ্যকাল ২০০৬ – ২০১০ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯৫১ |
| ৰাষ্ট্ৰীয়তা | |
| ৰাজনৈতিক দল | বড়োলেণ্ড পিপলছ ফ্ৰন্ট |
| শিক্ষানুষ্ঠান | কোকৰাঝাৰ মহাবিদ্যালয় (স্নাতক) |
| পেচা | ৰাজনীতিবিদ |
প্ৰমীলা ৰাণী ব্ৰহ্ম (বড়ো: प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত হৈছে৷[1][2][3][4]
