বাৰ্তা:ৰমাদ্বান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাহ আৰু উদ্‌যাপনটোৰ অসমীয়া নাম "ৰমজান", "ৰমাদ্বান" নহয়। আকৌ ৰমজান (পঞ্জিকা মাহ) পৃষ্ঠাৰ কথাখিনি একেই। গতিকে প্ৰবন্ধটোৰ নাম "ৰমজান" কৰি দুইটা প্ৰবন্ধ একত্ৰিত কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 17:15, 20 মে' 2018 (ইউ.টি.চি.)

হয়, ৰমজান হ'ব লাগে। দিব্য দত্ত (বাৰ্তা) 19:13, 30 মে' 2018 (ইউ.টি.চি.)
ভাৰত উপমহাদেশত ৰমজান বুলিয়ে কয়। "ৰমাদ্বান" লিখোঁতে চাগে ইংৰাজীৰ পৰা পোনে পোনে লিপ্যান্তৰ কৰি লিখিছে।-অজয় দাস (বাৰ্তা) 01:49, 31 মে' 2018 (ইউ.টি.চি.)