বিক্ৰম ঔৰ বেতাল (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিক্ৰম ঔৰ বেতাল
শৈলী অলীক কল্পনা
নিৰ্মাণকৰ্তা সাগৰ আৰ্টচ্‌ লিমিটেড
পৰিচালক প্ৰেম সাগৰ
অভিনয়ত মুখ্য চৰিত্ৰসমূহ
(অধিক চাওক)
দেশ ভাৰত
ভাষা হিন্দী
শৃংখলাৰ সংখ্যা
খণ্ডৰ সংখ্যা ২৬
প্ৰযোজনা
প্ৰযোজক ৰামানন্দ সাগৰ
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট (প্ৰায়)
সম্প্ৰচাৰ
মূল ছেনেল দূৰদৰ্শন কেন্দ্ৰ
দৃশ্যৰ ফৰমেট ৪৮০
প্ৰদৰ্শনৰ সময় ১৯৮৫
Chronology
সংশ্লিষ্ট ধাৰাবাহিক বেতাল পঞ্চবিংশতি
External links
Website

বিক্ৰম ঔৰ বেতাল (ইংৰাজী : Vikram Aur Betaal) : হ’ল ভাৰতীয় টেলিভিচনৰ ধাৰাবাহিক, যাক দূৰদৰ্শনে প্ৰচাৰ কৰিছিল।[1] ধাৰাবাহিকখনত হিন্দুু পৌৰাণিক কথা আছে। কিংবদন্তি ৰজা বিক্ৰম (বিক্ৰমাদিত্য বুলি অনুমান কৰা হয়) আৰু বেতাল (পশ্চিমীয়া সাহিত্যত পিশাচৰ অনুৰূপ আত্মা) -ক লৈ এক কাহিনীৰ আধাৰত ধাৰাবাহিকখন প্ৰচাৰ কৰিছিল। ধাৰাবাহিকখন দুপৰীয়া চাৰি বজাত (ভাৰতীয় মান সময়) সম্প্ৰচাৰ কৰা হৈছিল।

বিক্ৰম আৰু বেতাল একাদশ শতাব্দীত কাশ্মীৰী কবি সোমদেব ভট্টৰ “বেতাল পঞ্চবিংশতি”ৰ আধাৰত ৰচিত ধাৰাবাহিক।[2] এই ধাৰাবাহিকখনত মুঠ ২৬টা খণ্ড আছে।[3][4] প্ৰত্যেকটো খণ্ডতে একটাকৈ সাধু আছে।

অভিনয়ত[সম্পাদনা কৰক]

ক্ৰমিক নং চৰিত্ৰসমূহ অভিনয়ত
বিক্ৰমাদিত্য অৰুণ গভিল
বেতাল সাজ্জান
তান্ত্ৰিক অৰবিন্দ ত্ৰিবেদী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]