বৰ্ফি! (২০১২ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বৰ্ফি!ৰ পৰা পুনঃনিৰ্দেশিত)
বৰ্ফি!

বৰ্ফি!-ৰ পোষ্টাৰ
পৰিচালক অনুৰাগ বসু
ৰচনা অনুৰাগ বসু
প্ৰযোজক ৰ’ণী স্ক্ৰেৰেৱালা
সিদ্ধাৰ্থ ৰয় কাপুৰ
অভিনয়ত
সূত্ৰধাৰ ইলিয়ানা ডি’ ক্ৰুজ
চিত্ৰগ্ৰহণকাৰী ৰবি বৰ্মণ
সংগীত পৰিচালক প্ৰিতম
প্ৰযোজনা
কোম্পানী
ঈশানা মুভিজ
পৰিবেশক ইউ টিভি ম’চন পিকচাৰচ
মুক্তি
১৪ ছেপ্টেম্বৰ ২০১২ (2012-09-14)
দৈৰ্ঘ্য
১৫০ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ₹ ৩০ কোটি (৬.৬ নিযুত আমেৰিকান ডলাৰ)[2]
সৰ্বমুঠ আয় ₹ ১০৬ কোটি (২৩.৩২ নিযুত আমেৰিকান ডলাৰ)[3]

বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত (অ’টিষ্টিক)। চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং। মুখ্য অভিনেতা অভিনেত্ৰী সকল হৈছে ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আৰু ইলিয়ানা ডি'ক্ৰুজ

ভাৰতৰ ১৩০০টা ছবি ঘৰত ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ বাজেট আছিল ₹৩০ কোটি।[4] অনুৰাগ বসুৱে পাছত ঘোষণা কৰে যে ছবি খনৰ এটা ইংৰাজী সংস্কৰণ মুক্তি দিয়াৰো তেওঁৰ পৰিকল্পনা আছে।[5]

ইতিমধ্যে চলচ্চিত্ৰ খনক ২০১৩ চনৰ ফেব্ৰুৱাৰীত হ’ব লগা অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শাখাৰ বাবে মনোনীত কৰা হৈছে। দেশৰ ভিতৰত সৰ্বাধিক মুঠ উপাৰ্জন কৰা চলচ্চিত্ৰ তালিকাত ইতিমধ্যে বৰ্ফি! য়ে স্থান পাইছে।[6] মুক্তিৰ তিনি সপ্তাহৰ পাছত বৰ্ফিক বক্স অফিচ ইণ্ডিয়াৰ এখন চুপাৰ হিট হিচাপে ঘোষণা কৰা হয়।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "BARFI! (PG) - British Board of Film Classification". 11 September 2012. http://www.bbfc.co.uk/AFF291616/। আহৰণ কৰা হৈছে: 1 October 2012. 
  2. The writer has posted comments on this article (26 July 2005). "Directors who got their mojo back  — The Times of India". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Directors-who-got-their-mojo-back/articleshow/16500911.cms। আহৰণ কৰা হৈছে: 22 September 2012. 
  3. "Top Ten 2012 Lifetime Grossers". boxoffceindia. Archived from the original on 6 December 2012. https://archive.ph/20121206002756/http://boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=5038&nCat=। আহৰণ কৰা হৈছে: 31 October 2012. 
  4. The writer has posted comments on this article (26 July 2005). "Directors who got their mojo back". The Times of India. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Directors-who-got-their-mojo-back/articleshow/16500911.cms। আহৰণ কৰা হৈছে: 22 September 2011. 
  5. Jha, Subhash (19 September 2012). "Barfi! : Anurag Basu plans an English version". Times of India (Mumbai). Archived from the original on 22 October 2012. https://web.archive.org/web/20121022011219/http://articles.timesofindia.indiatimes.com/2012-09-19/news-interviews/33927479_1_barfi-anurag-basu-plans-english-version। আহৰণ কৰা হৈছে: 22 September 2012. 
  6. "Fastest To The Century: Barfi! In 17 Days". Boxofficeindia. 9 October 2012. Archived from the original on 8 December 2012. http://www.boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=4967&nCat=। আহৰণ কৰা হৈছে: 9 October 2012. 
  7. "New Releases Poor OMG! Oh My God Excellent Barfi! Closing In On 100 Crore". boxofficeindia. Archived from the original on 8 December 2012. https://archive.ph/20121208215706/http://boxofficeindia.com/boxdetail.php?page=shownews&articleid=4953&nCat=। আহৰণ কৰা হৈছে: 6 October 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]