শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশন
অৱয়ব
অধিৱেশন সমূহ
[সম্পাদনা কৰক]নং | চন | স্থান | সভাপতি | সম্পাদক |
---|---|---|---|---|
১ | ১৯৩২ | পলাশনি, নগাঁও | হলধৰ ভূঞা | |
২ | ১৯৩৩ | নগাঁও চহৰ | গোপীকাবল্লভ গোস্বামী | হলধৰ ভূঞা |
৩ | ১৯৩৪ | বৰহমপুৰ, নগাঁও | হলিৰাম মহন্ত ঠাকুৰ | হলধৰ ভূঞা |
৪ | ১৯৩৫ | পলাশনি, নগাঁও | ককা নীলমণি ফুকন | হলধৰ ভূঞা |
৫ | ১৯৩৬ | শুৱালকুছি, কামৰূপ | ডম্বৰুধৰ বৰুৱা | হলধৰ ভূঞা |
৬ | ১৯৩৭ | কলংপাৰ, নগাঁও | ককা নীলমণি ফুকন | হলধৰ ভূঞা |
২০ | ১৯৫১ | কঢ়ালী শঙ্কৰ মিছন, নগাঁও | পীতাম্বৰ দেৱগোস্বামী | ভানুকান্ত শইকীয়া |
২১ | ১৯৫২ | চাৰিং, শিৱসাগৰ | গহন চন্দ্ৰ গোস্বামী | |
২২ | ১৯৫৩ | উত্তৰ লক্ষীমপুৰ | শশীকান্ত বৰুৱা | বোধেশ্বৰ শইকীয়া |
২৩ | ১৯৫৪ | ঢেকীয়াল, গোলাঘাট | ডিম্বেশ্বৰ নেওগ | বোধেশ্বৰ শইকীয়া |
২৪ | ১৯৫৫ | জামুগুৰিহাট, শোণিতপুৰ | হৰমোহন দাস | গোলোক কাকতি |
২৫ | ১৯৫৬ | কুঁৱৰীটোল, কলিয়াবৰ | ডিম্বেশ্বৰ নেওগ | গোলোক কাকতি |
২৬ | ১৯৫৭ | টীয়ক, যোৰহাট | তীৰ্থনাথ গোস্বামী | গোলোক কাকতি |
২৭ | ১৯৫৮ | শিৱসাগৰ | ডিম্বেশ্বৰ নেওগ | গোলোক কাকতি |
২৮ | ১৯৫৯ | উত্তৰ লক্ষীমপুৰ | সোণাৰাম চুতীয়া | গোলোক কাকতি |
২৯ | ১৯৬০ | কামপুৰ্, নগাঁও | হলধৰ ভূঞা | গোলোক কাকতি |
৩০ | ১৯৬১ | গোলাঘাট | হলধৰ ভূঞা | গোলোক কাকতি |
৩১ | ১৯৬২ | বকো, কামৰূপ | হলধৰ ভূঞা | ঋষেশ্বৰ দলৈ |
৩২ | ১৯৬৩ | নাহৰকটীযা, ডিব্ৰুগড় | শশীচন্দ্ৰ বৰবৰুৱা | ঋষেশ্বৰ দলৈ |
৩৩ | ১৯৬৪ | যোৰহাট | শশীচন্দ্ৰ বৰবৰুৱা | ঋষেশ্বৰ দলৈ |
৩৪ | ১৯৬৫ | কলাবাৰী, দৰং | সোণাৰাম চুতীয়া | ঋষেশ্বৰ দলৈ |
৩৫ | ১৯৬৬ | তিনিচুকীয়া | সোণাৰাম চুতীয়া | বলোৰাম চলিহা |
৩৬ | ১৯৬৭ | হাওৰাঘাট্, কাৰ্বি আংলং | সোণাৰাম চুতীয়া | বলোৰাম চলিহা |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ইতিহাস, প্ৰকাশ- ফেব্ৰুৱাৰী,২০১২ , প্ৰকাশক-শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ