সমললৈ যাওক

সদস্য:IKHazarika/সদস্য পৃষ্ঠাৰ আগৰ সংস্কৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰথম সংস্কৰণ

[সম্পাদনা কৰক]
ৱিকিপিডিয়া:বাবেল
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-2 This user is able to contribute with an intermediate level of English.
hi-2 यह सदस्य हिन्दी भाषा का मध्यम स्तर का ज्ञान रखते हैं।
ৱিকিপিডিয়ানৰ ভাষাসমূহ
ঈশান কাশ্যপ হাজৰিকা
পেচা ছাত্ৰ

মই ঈশান কাশ্যপ হাজৰিকা, উত্তৰ লখিমপুৰৰ এচিয়ান পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই অসমীয়া ৱিকিপীডিয়াৰ এজন সদস্য, মই ইংৰাজী ৱিকিপীডিয়াৰো এজন সদস্য। মোলৈ কোনো বাৰ্তা থাকিলে ""ইয়াত"" দিব পাৰে।

মই মাজে সময়ে আজৰি পৰত অসমীয়া ৱিকিপীডিয়াত কিছু লিখা মেলা কৰোঁঁ। মোৰ বৰঙণিসমূহ ইয়াত চাব পৰা যাব--->[]

ৱাট্চ্ লিষ্ট

[সম্পাদনা কৰক]

যদিও মই প্ৰায় প্ৰবন্ধ ৱাট্চ্ লিষ্টত নিদিও, মোৰ ৱাট্চ্ লিষ্টখন ইয়াত চাব পৰা যাব---https://as.wikipedia.org/wiki/বিশেষ:লক্ষ্যতালিকা

মই সৃষ্টি কৰা পৃষ্ঠা সমূহ

[সম্পাদনা কৰক]

মই সৃষ্টি কৰা পৃষ্ঠা সমূহৰ তালিকা ইয়াত চাব পাৰে--http://tools.wmflabs.org/xtools/pages/index.php?name=IKHazarika&lang=as&wiki=wikipedia&namespace=0&redirects=noredirects

বঁটাবঁটা পোৱাৰ তাৰিখ
উদগণি পদক৩০/১০/২০১৪

ইংৰাজী ৱিকিপীডিয়াৰ সদস্য পৃষ্ঠা

[সম্পাদনা কৰক]

ইংৰাজী ৱিকিপীডিয়াৰ সদস্য পৃষ্ঠা চাবলৈ ইয়াত যাব পাৰে--https://en.wikipedia.org/wiki/User:IKHazarika


সবিশেষ ইয়াত চাওক




দ্বিতীয় সংস্কৰণ

[সম্পাদনা কৰক]

মই ঈশান কাশ্যপ হাজৰিকা, উত্তৰ লখিমপুৰৰ এচিয়ান পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই অসমীয়া ৱিকিপিডিয়াৰ আৰু ইংৰাজী ৱিকিপিডিয়াৰো এজন সদস্য।


অসমীয়া ৱিকিপিডিয়াত মোৰ ১০০টা প্ৰবন্ধ সম্পূৰ্ণ!! সবিশেষ চাবলৈ ইয়াত টিপক!!

সদস্য:IKHazarika   বঁটা   মোলৈ বাৰ্তা ইয়াত দিয়ক   ৱিকিপিডিয়ালৈ মোৰ বৰঙণি   মই আৰম্ভ কৰা প্ৰবন্ধ   ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা   হিন্দী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা   বাংলা ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা    
ঈশান কাশ্যপ হাজৰিকা
জন্ম ১৪-০১-২০০০
লখিমপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মইনা
পেচা ছাত্ৰ
মোৰ জন্ম ১৪ জানুৱাৰী ২০০০ত লখিমপুৰত হৈছিল। মোক ২ বছৰ বয়সত লখিমপুৰৰ মডাৰ্ণ স্কুলত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত সংগম একাডেমীলৈ যাওঁ। ৩য় শ্ৰেণীত মোক এচিয়ান পাব্লিক স্কুলত নাম ভৰ্ত্তি কৰোৱা হয়।

পৰিয়াল

মোৰ দেউতাৰ নাম ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মাৰ নাম ৰেখা শৰ্মা। ৫ জনীয়া পৰিয়ালটিত মই, দেউতা, মা, আইতা কুসুম হাজৰিকা আৰু ভনী অভিনন্দা কাশ্যপ হাজৰিকা থাকোঁ। আমাৰ ঘৰ বৰ্তমান অসমৰ লখিমপুৰত।

বৰ্তমান বিদ্যালয়

মই লখিমপুৰৰ এচিয়ান পাব্লিক স্কুললৈ যাওঁ। এই স্কুলত নাৰ্চাৰিৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। স্কুলখন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ফলকৰ অধীনত।


এই সদস্যজন ৱিকিপিডিয়াত ১২ বছৰ আৰু ১৭ দিন ধৰি আছে।
ৱিকিপিডিয়া:বাবেল
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
ৱিকিপিডিয়ানৰ ভাষাসমূহ


সবিশেষ ইয়াত চাওক