সদস্য:Psneog/ৱিকিপিডিয়া - ৰাইজৰ চ'ৰা (প্ৰস্তাবসমূহ)
AAA
ৰাইজৰ চ'ৰা (প্ৰস্তাবসমূহ) |
ৰাইজৰ চ'ৰা: নীতি • ৱিকিমিস্ত্ৰীৰ দোকান • প্ৰস্তাৱসমূহ (সততে উত্থাপিত প্ৰস্তাৱসমূহ) • উদ্ভাৱনশালা • বিবিধ |
সূচী • প্ৰথম আলোচনা • পৃষ্ঠাৰ শেষলৈ যাওক • নতুন মন্তব্য আৰম্ভ কৰক |
New ideas and proposals are discussed here. Before submitting:
|
|
অনুগ্ৰহ কৰি নতুন বিষয়/আলোচনা যোগ কৰিবলৈ এই পৃষ্ঠাৰ শেষলৈ যাওক। | |
|
নতুন সদস্যক স্বাগতম জনাওক[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম! অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছো আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:
আশাকৰো সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড ~~~~ ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত
|
সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব।
আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। | style = border: 1px black solid; }}
ৱিকিপিডিয়া/ফে'চবুক[সম্পাদনা কৰক]
ৰাইজৰ চৰাৰ আলোচনাবোৰ ফে'চবুকৰ ৱিকিপিডিয়া গোট বা পৃষ্ঠাখনৰ লগত সংযোগ হোৱাকৈ ব্যৱস্থা কৰিব পাৰি নেকি ? ধৰক তাত কিবা মন্তব্য দিলে ইয়ালৈ আহি যায়, নে কি কয় ?
Gitartha.bordoloi 16:06, 18 অক্টোবৰ 2011 (UTC)
- মই কোনো এটা mediawiki extension ব্যৱহাৰ কৰি facebook interface কৰাৰ কথা কৈছিলোঁ, কিন্তু ইয়াৰ security -ৰ দিশৰপৰা সম্পূৰ্ণ আস্বস্ত নোহোৱালৈকে মই install নকৰোঁ। তেতিয়ালৈকে আমি সেইখিনি কাম হাতেৰেই কৰিব লাগিব। কোনোবা এজনে এই আলোচনাটো ৱিকিমিস্ত্রীৰ দোকানলৈ লৈ যাওকচোন আৰু আলোচনা আৰম্ভ কৰক। (মই আজি অলপ ব্যস্ত থাকিম, সেয়ে আপোনালোকক কৈছোঁ) কিন্তু আলোচনা আৰম্ভ কৰক। অনুগ্রহ কৰি ৱিকিমিস্ত্রিৰ দোকানত অকল ইংৰাজীতহে আলোচনা কৰেযেন, কাৰণ কেতিয়াবা কিবা কামত international community-ৰ সহায় লাগিব পাৰে, সেইকাৰণে।
- প্রভাকৰ শৰ্মা নেওগ 04:24, 19 অক্টোবৰ 2011 (UTC)