সদস্য বাৰ্তা:-chanakyakdas/archive-one

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এপ্ৰিল (২০২০) মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


--জলি বৰা (talk) 23:14, 31 March 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Joli: ধন্যবাদ বাইদেউ। :) চাণক্য (বাৰ্তা) 03:27, 1 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অক্লান্ত কৰ্মী পদক
"জীৱন সিন্ধুৰ প্ৰতি বিন্দুত উঠিছে জোৱাৰ ভাঙি পাৰাপাৰ, মহাশূন্যৰ প্ৰতিটো দিশত শুনিছানে নাই আশাৰ হুংকাৰ?"-ড° ভূপেন হাজৰিকা।
মৰমৰ চাণক্য, অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়াই থকা তোমাৰ মূল্যৱান আৰু অবিৰত অৱদানৰ শলাগ লৈ ধন্যবাদসহকাৰে এই পদকটি প্ৰদান কৰিলোঁ। তোমাৰ এই গতি যাতে অব্যাহত থাকে। --ঈশান জ্যোতি বৰা (talk) 09:36, 22 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@ঈশান জ্যোতি বৰা: ধন্যবাদ দাদা। :) চাণক্য (বাৰ্তা) 10:11, 22 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক[সম্পাদনা কৰক]

কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- অনামিকা(চুমু) বড়া (talk) 07:00, 30 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশেষ বঁ‌টা(২০২০)[সম্পাদনা কৰক]

বিশেষ বঁ‌টা (২০২০)
অসমীয়া ৱিকিপিডিয়ালৈ আপুনি নিৰৱচ্ছিন্নভাৱে আগবঢ়াই অহা বহুমুখী অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ কৃতজ্ঞ। ইয়াৰে চিনস্বৰূপে সকলোৰে হৈ ধন্যবাদেৰে এই সামান্য পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (talk) 03:53, 29 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath: ধন্যবাদ দাদা। :) চাণক্য (বাৰ্তা) 07:08, 1 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[সম্পাদনা কৰক]

শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক মিৰ্জা গালিব (চলচ্চিত্ৰ), হাটে বাজাৰে, কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ) আদি প্ৰবন্ধবোৰত Film articles using image size parameter নামৰ শ্ৰেণী এটা স্বয়ংক্ৰিয়ভাবে আহি গৈছে। অনুগ্ৰহ কৰি সমস্যাটো ঠিক কৰি দিব নেকি? বাবুল বৈশ্য (বাৰ্তা) 16:27, 12 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Babulbaishya:  কৰা হ'লচাণক্য (বাৰ্তা) 17:20, 12 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@-chanakyakdas: বহুত ধন্যবাদ। বাবুল বৈশ্য (বাৰ্তা) 17:24, 12 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় -chanakyakdas,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

কাৰিকৰী পদক[সম্পাদনা কৰক]

কাৰিকৰী পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 14:21, 1 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Kuldhar Rabha: ধন্যবাদ কুলধৰ। — চাণক্য (বাৰ্তা) 18:24, 3 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ ২০২১[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Nayan j Nath (বাৰ্তা) 15:51, 1 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath: ধন্যবাদ দাদা। — চাণক্য (বাৰ্তা) 18:26, 3 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]