সদস্য বাৰ্তা:Krish

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Niyorporosh (talk) 08:49, 1 নৱেম্বৰ 2012 (UTC)


Thanks a lot, but please help me to write Assamese language, I want to write in wikipedia.

অসমীয়া টাইপিং[সম্পাদনা কৰক]

অসমীয়া টাইপিঙৰ সহায়ৰ বাবে মোক মোৰ ফে'চবুক পৃষ্ঠাত যোগাযোগ কৰক। — গীতাৰ্থ বৰদলৈ (talk) 11:48, 1 নৱেম্বৰ 2012 (UTC)

I have no any fb account. Now I am able to write with the help of Barha. Krish, Talk 8-11-12
ভাল বাৰু। বাৰাহাত কিবা অসুবিধা পালে সুধিব পাৰে। অসমীয়া ৱিকিপিডিয়াত বাহিৰা টাইপিং সঁজুলিৰ সহায় নোহোৱাকৈও লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইন্‌স্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। — গীতাৰ্থ বৰদলৈ (talk) 08:51, 8 নৱেম্বৰ 2012 (UTC)

প্ৰবন্ধ[সম্পাদনা কৰক]

আপুনি ৱিকিপিডিয়াত "বাম্বোলপিটা গীত" নামৰ এটা প্ৰবন্ধ সৃষ্টি কৰা চকুত পৰিল। আকৰ্ষণীয় বিষয় এটা ডাঙি ধৰা বাবে আপোনাক ধন্যবাদ। কিন্তু ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ কিছুমান বিশেষ নিয়ম আছে। তাৰে এটা নিয়ম হৈছে তথ্যসূত্ৰ বা ৰেফাৰেন্সৰ উল্লেখ। আপুনি যদি কোনোবা কিতাপ বা আলোচনীত বাম্বোলপিটা গীতৰ বিষয়ে পাইছে তেন্তে যথাস্থানত কিতাপৰ নাম, লেখক, প্ৰকাশক, চন, পৃষ্ঠা আদি লিখিব লাগিব। বাকীবোৰ নিয়ম লাহে লাহে শিকিব পাৰিব। সবিশেষ তথ্যৰ বাবে অনুগ্ৰহ কৰি "ৱিকিপিডিয়া:সহায়িকা" চাওক। — গীতাৰ্থ বৰদলৈ (talk) 09:02, 8 নৱেম্বৰ 2012 (UTC)


প্ৰবন্ধ প্ৰতিলিপি[সম্পাদনা কৰক]

আপুনি অসমীয়া ৱিকিপিডিয়াত কেইবাটাও নতুন প্ৰবন্ধ সৃষ্টি কৰা চকুত পৰিল| ৱিকিপিডিয়াত স্বতাধিকাৰীৰ সন্মতি অবিহনে কোনো প্ৰবন্ধ, ছবি আদি ৰখাটো নীতিসন্মত নহয়| আপোনাক এনে কাৰ্য দুনাই নকৰিবলৈ অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:59, 14 নৱেম্বৰ 2012 (UTC)

Yes, I copied them from various websites, but I think it will not do any hamper to the authorities. Assamese wikipedia is a very small community. Do not hold copyright polices here so strictly at this early stage or it will die very soon. Common people are too coward to write on wikipedia. They think it is impossible for them to write here. I know u are doing a lot for this wiki, in the recent changes I always see your name. Good work but I think only you or 6 / 7 active members can not survive this wiki. Please do not delete the posts I created. An well wisher of Assamese language. Krish (Talk), 17/11/2012.

ডাঙৰীয়া, কপিৰাইট নীতিসমূহ সকলো ৱিকিপিডিয়াতে একেই। অসমীয়া ৱিকিপিডিয়া এই নিয়মবোৰৰ উৰ্দ্ধত নহয়। কোনো কিতাপ বা ৱেবছাইটৰ পৰা পোনে পোনে ইয়াত একো সমল তুলি দিব নোৱাৰে। উৎসবোৰৰ নাম উল্লেখ কৰি নিজৰ ভাষাতহে প্ৰবন্ধ লিখা উচিত। অন্যথা নকল কৰিছে বুলি ৱিকিপিডিয়াৰে বদনাম হ'ব। আগতেও ব্যক্তিগত ব্ল'গৰ পৰা কপী কৰা ঘটনা হৈছে আৰু তেতিয়া লেখকে আপত্তি কৰিছিল। আপোনাকো এনে নকৰিবলৈ অনুৰোধ জনালোঁ। প্ৰশাসক, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন খালী বা বিলোপ কৰক। সাধাৰণ মানুহে ৱিকিপিডিয়াৰ কথা ভালকৈ নাজানে বাবেহে ইয়াত লিখাটো টান বুলি ভাবে। আমি তেনে মনোভাৱ আঁতৰাবলৈয়ে চেষ্টা চলাই আছোঁ আৰু বিভিন্ন ঠাইত কৰ্মশালাও অনুষ্ঠিত কৰিছোঁ। আপুনি অনুগ্ৰহ কৰি "ৱিকিপিডিয়া:পাঁচটা স্তম্ভ", "ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়", "ৱিকিপিডিয়া:সহায়িকা" আদি পৃষ্ঠাবোৰ পঢ়ি চাওক। ৱিকিপিডিয়াত লিখা সহজ, মাত্ৰ কিছুমান নিয়ম মানিব লাগে। তাৰ ভিতৰত কপিৰাইট উলঙ্ঘন নকৰাও এটা। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 09:10, 17 নৱেম্বৰ 2012 (UTC)

I am not dangoria and also read those facts about copyright. You are right in your points, but It may good for your wiki if you read my points again. Krish (Talk), 09:10, 17 নৱেম্বৰ 2012 (UTC)

আপোনাৰ কথাখিনি পুনৰ পঢ়িলোঁ। আকৌ কৈছোঁ- কোনো কিতাপ বা ৱেবছাইটৰ পৰা পোনে পোনে লেখা আনি ৱিকিপিডিয়াত দিব নোৱাৰি। সেইবোৰৰ সহায় লৈ আৰু ক'ৰপৰা তথ্য পাইছে সেয়া উল্লেখ কৰিহে প্ৰবন্ধ লিখিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 09:43, 17 নৱেম্বৰ 2012 (UTC)
Ok, I will give the source links onwards. Krish (Talk), 17 নৱেম্বৰ 2012 (UTC)
আপুনি অসমৰ কাঁহ শিল্পত সংযোগ কৰা তথ্যখিনিকে পুনৰ লিখিলোঁ। এবাৰ প্ৰবন্ধটো চাই-ল'ব। Ani ttbr (talk) 12:35, 17 নৱেম্বৰ 2012 (UTC)

Avoid creating English Article[সম্পাদনা কৰক]

Recently you have created and article named Maidam. That is good but you know that this is Assamese Wikipedia not English. Create English articles on English Wikipedia. If you want to write articles on Assamese Wiki then please write in Assamese. Jyoti Prakash Nath (talk) 12:26, 17 নৱেম্বৰ 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:12, 17 নৱেম্বৰ 2012 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.