সদস্য বাৰ্তা:Moushomi B.C.

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপুনি কেৱ্ল চিত্ৰ আৰু লগত সাৰাংশ দিয়াৰ সলনি "শিৱ দ’ল" সম্পৰ্কে প্ৰৱন্ধ এটা লিখি তাতহে এইখন সংযোগ কৰাটো বোধকৰোঁ ভাল হ’ব | Gitartha.bordoloi ১৯:৩৭, ২৮ জুলাই ২০১১ (UTC) আচলতে মই প্রবন্ধৰ সৈতে ছবিখন একেলগে সংযোগ কৰিব পৰা নাই ।কেনেকৈ কৰিব লাগে অকণমান বুজাই দিলে ভাল পাম ।

আপুনি প্ৰৱন্ধটোৰ যি ঠাইত ছবিখন সংযোগ কৰিব বিচাৰিছে, তাত "

" এইটো কপী পেষ্ট কৰি দিয়ক | Nameৰ ঠাইত ছবিখনৰ ফাইল নাম আৰু একেবাৰে সোঁফালৰ "|" চিহ্নটোৰ পিছত এটা শাৰীত ছবিখনৰ সাৰাংশ লিখক | তাৰ পিছত প্ৰৱন্ধটো সাঁচি থ’লে চিত্ৰৰ বাবে এটা আপল’ড সংযোগ আহিব | তেতিয়া সেইটো টিপি ফাইলটো আপল’ড কৰক | Gitartha.bordoloi ১২:৪৫, ৩০ জুলাই ২০১১ (UTC)

ধন্যবাদ Gitartha.bordoloi ।

ইংৰাজী কথাখিনি দেখা পোৱা নাই ছাগে | "সম্পাদনা"লৈ আহক | ইয়াৰপৰা কপী পেষ্ট কৰক | Gitartha.bordoloi ১২:৫৪, ৩০ জুলাই ২০১১ (UTC)

সাঁচিপাত[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি প্ৰৱন্ধটোৰ তথ্যসূত্ৰ উল্লেখ কৰক | Gitartha.bordoloi ০৭:৫৮, ৩১ জুলাই ২০১১ (UTC) ধন্যবাদ । তথ্যসূত্ৰ সংযোগ কৰা হ'ল আপোনাৰ নিয়মটো শুদ্ধ হোৱা নাছিল | যিটো শাৰীৰ পিছত তথ্যসূত্ৰ দিব খুজিছে সেই ঠাইত কাৰ্চাৰ ডাল ৰাখি সম্পাদনা ক্ষেত্ৰৰ ওপৰত থকা "কিতাপ"ৰ ছবিখন ক্লিক কৰক | তথ্যসূত্ৰৰ ৱিণ্ড’ এখন খোল খাব | তাত তথ্যসূত্ৰ লিখি "যোগ কৰক" | আৰু প্ৰৱন্ধটোৰ তলত কি কমাণ্ড লিখিব লাগে সেয়া "সাঁচিপাত" প্ৰৱন্ধটোৰ সম্পাদনালৈ গৈ চাই লওক | Gitartha.bordoloi ০৮:৪৭, ১ আগষ্ট ২০১১ (UTC)সম্পাদনা কক্ষত পাৰ্গত হ'বলৈ অলপ সময় লাগিব । অকণমাণ খেলিমেলি হৈ গ'ল ।মন কৰে যেন ।

আপোনাৰ ই-মেইল ঠিকনাটো ইয়াতে বা ফে’চবুকত মোলৈ পঠিয়াওক | ম‍ই সহায়ৰ বাবে এখন মেইল পঠাম | Gitartha.bordoloi ১১:১৮, ১ আগষ্ট ২০১১ (UTC)

আপোনাক এখন ই-মেইল পঠাইছোঁ | সেইখন চাব আৰু কিবা খোকোজা থাকিলে সুধিব | Gitartha.bordoloi ১৯:২৯, ১ আগষ্ট ২০১১ (UTC)

Invite to WikiConference India 2011[সম্পাদনা কৰক]


Hi Moushomi B.C.,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

অনুগ্ৰহ কৰি আপুনি আপল’ড কৰা চিত্ৰখন "জেতুকা" প্ৰৱন্ধটোত সংলগ্ন কৰক | Gitartha.bordoloi ১০:৪৮, ১৪ আগষ্ট ২০১১ (UTC) ছবিখনৰ আকাৰ সৰু কৰিব পাৰি নেকি? আপল'ড কৰা ছবিখন মনপুত নহ'লে আপল'ড কৰাৰ পাছত delete কেনেকৈ কৰিব পাৰি?

অনুগ্ৰহ কৰি এই প্ৰৱন্ধটো তথ্যসূত্ৰ দৰ্শাই বিস্তাৰ কৰক | মাত্ৰ এটা বা দুটা শাৰীৰ প্ৰৱন্ধ ৱিকিপিডিয়াত অন্তৰ্ভুক্ত নকৰিব | প্ৰশাসকেহে কিবা লেখা বা চিত্ৰ ডিলিট কৰিব পাৰে | পিক্সেল কমাই চিত্ৰৰ আকাৰ সৰু কেনেকৈ কৰিব জানিবলৈ ওপৰৰ প্ৰৱন্ধটোৰ সম্পাদনাত গৈ চাওক | Gitartha.bordoloi ১৯:৫৩, ১৪ আগষ্ট ২০১১ (UTC) ধন্যবাদ, Gitartha.bordoloi সহায় তথা সহযোগৰ বাবে ।

Welcome back to wikipedia ! ‍‍‍গীতাৰ্থ বৰদলৈ (talk) ধন্যবাদ । বহুদিন লিখিব পৰা নাছিলো । সা-সজুলিবোৰ অলপ সলনি হ'লনেকি! লিখনিৰ লগত ফটো সংযোগ কৰিব পৰা নাই । তাৰোপৰি বন্ধনীৰ মাজত দিয়া ইংৰাজী বা বৈজ্ঞানিক নামবোৰ পোষ্ট হোৱা নাই ।

সলনি হোৱা নাই। কোনটো প্ৰবন্ধত সমস্যা পাইছে বাৰু? -- গীতাৰ্থ বৰদলৈ (talk) 09:38, 12 মাৰ্চ 2012 (UTC) সম্ভবতঃ মোৰ ইন্টাৰনেটৰ লেহেমীয়া গতিৰ বাবে কিছুমান আখৰ দেখা পোৱা নাছিলো । এতিয়া দেখা পাইছো ।

বাইদেউ, বঢ়িয়া মাছ দেই| জিভাৰ পানী ওলাই গৈছে| পিছে অনুজ্ঞাপত্ৰখনহে দিয়া নাই, ম‍ই পাছে পাছে লগাই গৈছো| আপ্লোড কৰাৰ সময়ত তলৰ ফালে এটা বাচনি আছে চাবচোন এবাৰ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:06, 11 এপ্ৰিল 2012 (UTC)

আপল'ড বিকল্পসমূহৰ কোনটোত ক্লিক কৰিব লাগে ?

নিজা তোলা ফটো হ’লে "নিজা কাম", তেনেদৰে বাহ্য্ক ৱেবছাইতৰ পৰা সংগ্ৰহ কৰিলে "বাহ্যিক .... " আদি বাচনি আছে|

থলুৱা বস্তুবোৰৰ ছবিবোৰ ইয়াত কৰাতকৈ ৱিকিমিডিয়াত আপল'ড কৰিবচোন। তেতিয়া গোটেইবোৰ প্ৰকল্পত ব্যৱহাৰ কৰিব পৰা যায়। — গীতাৰ্থ বৰদলৈ (talk) 20:48, 19 এপ্ৰিল 2012 (UTC)

'ৱিকিমিডিয়া" বুলিও পৃষ্ঠা আছেনেকি? কেনেকৈ "ৱিকিমিডিয়া"ত আপল'ড কৰিব লাগে অকনমাণ বুজাই দিবচোন! আৰু এটা অসুবিধা পাই আছো - সম্পাদনাৰ সময়ত একে শাৰীতে অসমীয়া আৰু ইংৰাজী লিখিলে ইংৰাজী আখৰখিনি দেখা নাপাওঁ, বেলেগ বেলগকৈ দুটা শাৰীত লিখিলেহে (এটা শাৰীত ইংৰাজী, এটা শাৰীত অসমীয়া) দেখা পাওঁ ৷

ইয়াত আপল'ড কৰিব পাৰি [ৱিকিমেডিয়া কমন্স] Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) 15:26, 20 এপ্ৰিল 2012 (UTC)


এই প্ৰবন্ধত আপুনি সংযোগ কৰা চিত্ৰখন সঠিক হয়নে বাৰু? লাওপানী বগা বুলিহে ম‍ই জানো| বিষ্ণু বাৰ্তা 17:05, 10 মে' 2012 (UTC)

আহোম সম্প্রদায়ত ডাঙৰ-দীঘল হোৱা বাবে চাক্ষুক অভিজ্ঞতা আছে । :) টেকেলীৰপৰা উলিওৱাৰ লগে লগে ইয়াৰ ৰং অলপ ঢেলা বগা(pale white color) হয় যদিও অলপ সময় বটল বা গিলাচত থোৱাৰ পাছত গেদখিনি তললৈ পৰি ইয়াৰ ৰঙটো চফা হৈ পৰে ।মৌচুমী (talk)

ভাল| প্ৰবন্ধটো অলপ চাফ-চিকুন কৰি দিব তেন্তে আপুনিয়েই| ৰঙটো ঢেলা বগাই হ’ব তেন্তে? বিষ্ণু বাৰ্তা 13:34, 11 মে' 2012 (UTC)

অসমৰ বনৌষধি[সম্পাদনা কৰক]

আপুনি ঠিকেই কৈছে। কালি মই সেইটো নতুন কথা জানিলোঁ, যে বৈজ্ঞানিক নামৰ synonym থাকে। ৱিকিত কাম কৰাৰ এয়ে মজা, নিতৌ নতুন কথা শিকিবলৈ পোৱাযায়। কাম কৰি থাকিব। আদৰেৰে প্রভাকৰ শৰ্মা নেওগ (talk) 04:16, 15 মে' 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:03, 8 জুলাই 2012 (UTC))

The Working Wikipedian's Barnstar
প্ৰিয় সতীৰ্থ (বাইদেউ), আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক।কৌশিক দাসবাৰ্তা 05:08, 4 আগষ্ট 2012 (UTC)


ফে'চবুকত আপোনাক বাৰ্তা দিছোঁ। সোনকালে উত্তৰ দিয়ক! — গীতাৰ্থ বৰদলৈ (talk) 07:28, 9 জুলাই 2012 (UTC)

শামুকভঙা আৰু মণিয়ৰিৰ আৰম্ভণিৰ অংশটো ইংৰাজী প্ৰবন্ধকেইটাৰ দৰে লিখিবচোন। — গীতাৰ্থ বৰদলৈ (talk) 16:53, 1 আগষ্ট 2012 (UTC)

আজিলৈ সামৰিলো- কাইলৈ চাম বাৰু! মৌচুমী (talk)


অসমীয়া খাদ্যত ব্যৱহৃত শাক পাচলিসমূহৰ ছবি[সম্পাদনা কৰক]

মৌচুমী বাইদেউ, ম‍ই ছবিখন একেযেন দেখিনামটো সলনি কৰিছিলো। কিন্তু সন্দেহ হৈ আছিল। শুদ্ধ কৰি দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। মোৰ লগতো কেইখনমান ছবি আছে বেলেগ বেলেগ শাক-পাচলিৰ, দিব পাৰিমনে? কৌশিক দাসবাৰ্তা 04:40, 4 আগষ্ট 2012 (UTC)

মৌচুমী বাইদেউ, ম‍ই চাৰিখন ফটো যোগ কৰিছো। চাবচোন।কৌশিক দাসবাৰ্তা 12:12, 5 আগষ্ট 2012 (UTC)

ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান[সম্পাদনা কৰক]

প্রবন্ধটোৰ আলোচনা পৃষ্ঠাত মেচেজ দিছোঁ । চাবচোন প্রভাকৰ শৰ্মা নেওগ (talk) 16:16, 19 আগষ্ট 2012 (UTC)

আপোনাক বহুদিনৰ মূৰত দেখি ভাল লাগিছে৷ যোৱা দুদিনমান ধৰি মই অসমত পোৱা চৰাইসমূহৰ বিষয়ে যি পাৰো লিখি আছোঁ৷ আপুনিও সহায় আগবঢ়ালে খুবেই আনন্দিত হ'ম৷ জলি বৰা (talk) 05:46, 10 এপ্ৰিল 2013 (UTC)

পৃষ্ঠাকেইটা চালো৷ এই Lesser আৰু Greater Adjutant ৰ অসমীয়া নামৰ ক্ষেত্ৰত মোৰো সন্দেহ আছে৷ হাড়গিলা আৰু বৰটোকোলা নাম দুটা দুয়োটাৰ ক্ষেত্ৰতে সলনা সলনিকৈ ব্যৱহাৰ কৰা প্ৰায়ে দেখা পাওঁ৷ আনোৰাদ্দিন চৌধুৰীৰ 'Birds of Assam' তো দুয়োটাতে অসমীয়া নাম হাড়গিলা/বৰটোকোলা বুলি দিয়া আছে৷ শব্দ ডট অৰ্গত আকৌ ওলোটাকৈ মানে Greater Adjutant ক হাড়গিলা আৰু Lesser Adjutant ক বৰটোকোলা (http://www.xobdo.org/asm/%E0%A6%AC%E0%A7%B0%E0%A6%9F%E0%A7%8B%E0%A6%95%E0%A7%8B%E0%A6%B2%E0%A6%BE) বুলি দিয়া আছে৷ অসমীয়া নামকেইটাৰ উৎস অনুসৰি (বৰটোকোলা অৰ্থাৎ দুয়োটাৰ মাজত ডাঙৰ প্ৰজাতিটো) মই খেলিমেলি নহ'বৰ বাবে Greater ক বৰটোকোলা আৰু Lesser ক হাড়গিলা কৰি থ'লো৷ আপুনি অন্য কোনো উৎসৰ পৰা অসমীয়া নাম সম্পৰ্কে তথ্য পালে জনাবচোন৷ জলি বৰা (talk) 09:41, 10 এপ্ৰিল 2013 (UTC)

ময়ো অলপ বিচাৰ-খোচাৰ কৰি চালো৷ নিৰ্ভৰযোগ্য উৎস কিছুমানত আপুনি কোৱাৰ দৰেই Greater Adjutant হাড়গিলা বুলিয়েই উল্লেখ কৰিছে৷ গতিকে ময়ো ভাৱো নামকেইটা সলাই দিলেই ঠিক হ'ব৷ নামদুটা কেনেকৈ সলাব লাগে মই নাজানো৷ পাৰিলে আপুনিয়েই সলাই দিবচোন৷ লগতে কথাটো আঙুলিয়াই দিয়া বাবে অশেষ ধন্যবাদ৷ জলি বৰা (talk) 08:23, 11 এপ্ৰিল 2013 (UTC)

বৰটোকোলা পৃষ্ঠাখন সদ্যহতে আপোনাৰ সদস্যপৃষ্ঠালৈ আনি থৈছো| আপুনি সম্পাদনা শেষ কৰা পাছত বৰটোকোলা পৃষ্ঠাত তথ্যখিনি প্ৰতিলিপি কৰি দিলেই ভাল হ’ব| বিষ্ণু শইকীয়া 14:57, 12 এপ্ৰিল 2013 (UTC)

বাইদেউ, দূঃখিত| বিশেষ কাৰিকৰী অসুবিধাৰ বাবে হাড়গিলা পৃষ্ঠাত থকা বৰটোকোলাৰ পূৰ্বৰ তথ্যখিনি উদ্ধাৰ কৰিব পৰা নাযাব| আপোনাৰ অলপ কষ্ট বঢ়ালো| চৰাই দুটাই মোকো অলপ পয়মাল লগালে, উদ্ধাৰ কৰিব যাওতে পুণৰ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে বাবে নতুনকৈ সৃষ্টি কৰাই ভাল হ’ব যেন পাইছো| বিষ্ণু শইকীয়া 12:43, 13 এপ্ৰিল 2013 (UTC)

ভাগ্যক্ৰমে মোৰ হাতত প্ৰবন্ধটোৰ কিছু অংশ সাঁচি থোৱা আছিল৷ নতুনকৈ যোগ দি দিছোঁ৷ কিছু অংশ পুনৰ অনুবাদ কৰিব লাগিব৷ পাৰে যদি আপুনিও চাই যি পাৰে যোগ দি দিবচোন৷জলি বৰা (talk) 03:39, 21 এপ্ৰিল 2013 (UTC)

পাতিশগুণ/পাটিশগুণ[সম্পাদনা কৰক]

কি যে হ'ব! তালিকাখনত দুয়োটা সোমাই আছিল বুলি লক্ষ্যই কৰা নাছিলোঁ৷ আগৰটো বহুদিন আগেয়ে লিখা যে-মনতো নাছিল৷ ধন্যবাদ দেই-নহ'লে আকৌ গোটেইটো অনুবাদ কৰিলোহেঁতেন৷ পিছে কোনটোৰ বানান শুদ্ধ মই নিশ্চিত নহয়৷

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Moushomi B.C.,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.