হবিৰ্ভূ
অৱয়ব
হবিৰ্ভূ | |
---|---|
অন্য নাম | মনিনী |
দাম্পত্যসঙ্গী | ঋষি পুলস্ত্য |
পিতৃ-মাতৃ | কৰ্দম ঋষি (পিতৃ) দেৱহুতী (মাতৃ) |
সন্তান | ঋষি বিশ্ৰবা ঋষি অগস্ত্য |
হবিৰ্ভূ বা মনিনী (হিন্দী: हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।[1][2]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Srimad-Bhagavatam". https://vaniquotes.org/wiki/Pulastya_begot_in_his_wife,_Havirbhu,_one_son_of_the_name_Agastya,_who_in_his_next_birth_became_Dahragni._Besides_him,_Pulastya_begot_another_very_great_and_saintly_son,_whose_name_was_Visrava। আহৰণ কৰা হৈছে: ১৫ মে ২০২০.
- ↑ "Kuber". https://www.manuscrypts.com/myth/2011/08/25/kuber/। আহৰণ কৰা হৈছে: ১৫ মে ২০২০.