পুলস্ত্য
অৱয়ব
ঋষি পুলস্ত্য | |
---|---|
সপ্তৰ্ষি-ৰ সদস্য | |
দেৱনাগৰী | पुलस्त्य |
সম্পৰ্ক | হবিৰ্ভূ (পত্নী)[1] |
নিবাস | লংকা |
গ্ৰহ | পৃথিৱী |
পিতৃ-মাতৃ | ব্ৰহ্মা (পিতৃ) |
সহোদৰ | সপ্তৰ্ষি |
সন্তান | ঋষি বিশ্ৰবা, অগস্ত্য মুনি, ৰাক্ষসগণ, কিন্নৰ |
পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (হিন্দী: पुलस्त्य; ইংৰাজী: Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন[2] আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ।[3]
মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।
পুৰাতাত্ত্বিক নিদৰ্শন
[সম্পাদনা কৰক]শ্ৰীলংকাৰ পোলোন্নাৰুৱা (Polonnaruwa) অঞ্চলৰ মাটিৰ খনন কাৰ্যত গ্ৰেনাইট পাথৰত তৈয়াৰী এটি মানৱমূৰ্ত্তি পোৱা যায়। প্ৰাথমিকভাৱে ঐতিহাসিকবিদসকলে মূৰ্তিটোক ৰজা প্ৰথম পৰাক্ৰমবাহু বুলি অনুমান কৰিলেও পিছত তাক ঋষি পুলস্ত্যৰ মূৰ্তি বুলি অনুমান কৰিছিল। কিন্তু এই অনুমান মিছা বুলি সেনাৰাথ পাৰানাভিথানাই প্ৰমাণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "History of Kubera". Manuscrypts. http://www.manuscrypts.com/myth/2011/08/25/kuber/। আহৰণ কৰা হৈছে: 25 August 2011.
- ↑ Kisari Mohan Ganguli (1883 - 1896). "The Mahabharata". Sacred texts. http://www.sacred-texts.com/hin/m02/m02011.htm.
- ↑ Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angira, Pulaha, Kratu, Pulatsya, and Vashishtha. In other manvantara there are other saptarishi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa and Purana to Suta. The three chief classes of rishi are the Brahmarshi, born of the mind of Brahma, the Devarshi of lower rank, and Rajarshi or Kings who became rishi through their knowledge and austerities, such as Janaka, Ritaparna, etc. Thc Shrutarshi are makers of Shastras, as Sushruta. The Kandarshi are of the Karmakanda, such as Jaimini.