হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ (অসম)
অৱয়ব
পৰীক্ষা
[সম্পাদনা কৰক]ফলাফল ঘোষণা
[সম্পাদনা কৰক]"ছেবা"ই হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ৰ ফলাফল ২ জুন ২০১৫ তাৰিখে পুৱা দহ (১০) বজাত ঘোষণা কৰে ।[1]
ফলাফলৰ ৱেবছাইতসমূহ
[সম্পাদনা কৰক]নিম্নোক্ত ৱেবছাইতসমূহত পৰীক্ষাত্ৰীৰ ৰোল নং অন্তৰ্ভুক্ত কৰি ফলাফল লাভ কৰিব পাৰি ।
- http://sebaassam2015.in/[সংযোগবিহীন উৎস]
- http://hslcassam2015.in/ Archived 2016-03-05 at the Wayback Machine
- http://resultsassam.nic.in/ Archived 2015-06-14 at the Wayback Machine
স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকল
[সম্পাদনা কৰক]| ক্ৰমিক নং | স্থান | নাম | বিদ্যালয় | এলেকা | জিলা | মুঠ নম্বৰ |
|---|---|---|---|---|---|---|
| ১ | প্ৰথম | ৰিপুঞ্জয় কলিতা | গিলবাৰ্ট ইংলিছ স্কুল | পাঠশালা | বৰপেটা | ৫৮৭ |
| ২ | দ্বিতীয় | মৃদুল শৰ্মা | শংকৰদেৱ জাতীয় বিদ্যালয় | বেজেৰা | দৰং | ৫৮৫ |
| ৩ | তৃতীয় | শতাব্দী বৰা | মধ্য জামুগুৰি হাইস্কুল | জামুগুৰিহাট | শোণিতপুৰ | ৫৮৪ |
| ৪ | চতুৰ্থ | চয়নিকা গোস্বামী | পাতিদৰং বিদ্যাপীঠ | দৰং | ৫৮৩ | |
| ৫ | চতুৰ্থ | অসীম মজুমদাৰ | ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল | বাক্সা | ৫৮৩ | |
| ৬ | চতুৰ্থ | প্ৰাপ্তি কাকতি | মৰিগাঁও হাইস্কুল | মৰিগাঁও সদৰ | মৰিগাঁও | ৫৮৩ |
| ৭ | পঞ্চম | সুমনা কলিতা | মৰাণ জাতীয় বিদ্যালয় | মৰাণ | ডিব্ৰুগড় | ৫৮২ |
| ৮ | পঞ্চম | দেবাশীষ তালুকদাৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন | গোৱালপাৰা | ৫৮২ | |
| ৯ | পঞ্চম | ইলিয়াছ খান ৰাণা | হজৰত ওমৰ (আৰ) একাডেমী | হাউলী | বৰপেটা | ৫৮২ |
| ১০ | ষষ্ঠ | নবাংকুৰ ডেকা | সুদৰ্শন পাব্লিক স্কুল | গুৱাহাটী | কামৰূপ (মহানগৰ) | ৫৮১ |
| ১১ | ষষ্ঠ | বিজিত কলিতা | এঞ্জেলচ ইংলিছ স্কুল | কামৰূপ | ৫৮১ | |
| ১২ | ষষ্ঠ | অভিজিৎ বৰা | পূব ফুলবাৰী হাইস্কুল | লখিমপুৰ | ৫৮১ | |
| ১৩ | ষষ্ঠ | মনস্বিতা তালুকদাৰ | লিটল ফ্লাৱাৰ্ছ স্কুল | নলবাৰী | ৫৮১ | |
| ১৪ | ষষ্ঠ | শুভংকৰ হ'ৰ | নেতাজী বিদ্যামন্দিৰ হাইস্কুল | ঢেকীয়াজুলি | শোণিতপুৰ | ৫৮১ |
| ১৫ | সপ্তম | শীৰ্ষ মজুমদাৰ | ছল্টব্ৰুক স্কুল | ডিব্ৰুগড় সদৰ | ডিব্ৰুগড় | ৫৮০ |
| ১৬ | সপ্তম | প্ৰতিশ্ৰুতি শইকীয়া | চুঙাজান হাইস্কুল | গোলাঘাট | ৫৮০ | |
| ১৭ | সপ্তম | কৃষ্ণ চক্ৰৱৰ্তী | ছেইন্ট ষ্টিফেন্টছ স্কুল | কামৰূপ | ৫৮০ | |
| ১৮ | অষ্টম | সঞ্চিতা কেজৰিৱাল | ছল্টব্ৰুক স্কুল | ডিব্ৰুগড় সদৰ | ডিব্ৰুগড় | ৫৭৯ |
| ১৯ | অষ্টম | কস্তুৰিকা কোঁৱৰ | পিঠুবৰ বালিকা উঃ মাঃ বিদ্যালয় | পিঠুবৰ | ডিব্ৰুগড় | ৫৭৯ |
| ২০ | অষ্টম | ছাবিৰা ফাৰহিন | সুদৰ্শন পাব্লিক স্কুল | গুৱাহাটী | কামৰূপ (মহানগৰ) | ৫৭৯ |
| ২১ | অষ্টম | ইপ্সিতা ভূঞা | ছেইন্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুল | গুৱাহাটী | কামৰূপ (মহানগৰ) | ৫৭৯ |
| ২২ | অষ্টম | কুমাৰ ৰত্নদীপ | নগাঁও মিছন হাইস্কুল | নগাঁও সদৰ | নগাঁও | ৫৭৯ |
| ২৩ | নৱম | ইন্দিবৰ তালুকদাৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন | পাঠশালা | বৰপেটা | ৫৭৮ |
| ২৪ | নৱম | দৰ্শনা তালুকদাৰ | আনন্দৰাম বৰুৱা একাডেমী | বৰপেটা | ৫৭৮ | |
| ২৫ | নৱম | সামন্ত দে’ | শিলচৰ কলেজিয়েট স্কুল | কাছাৰ | ৫৭৮ | |
| ২৬ | নৱম | ফাৰ্নাজ আলম আহমেদ | হেপ্পী ছাইল্ড ইংলিছ স্কুল | ছিপাঝাৰ | দৰং | ৫৭৮ |
| ২৭ | নৱম | মানস হাজৰিকা | গহপুৰ হাইস্কুল | গহপুৰ | শোণিতপুৰ | ৫৭৮ |
| ২৮ | নৱম | অন্বেষা ভৰালী | ক্ৰীষ্টজ্যোতি হাইস্কুল | বোকাখাত | গোলাঘাট | ৫৭৮ |
| ২৯ | দশম | বিবেকজ্যোতি বড়ো | তামোলপুৰ উঃ মাঃ বিদ্যালয় | তামুলপুৰ | বাক্সা | ৫৭৭ |
| ৩০ | দশম | দৰ্শনজ্যোতি তালুকদাৰ | আনন্দৰাম বৰুৱা একাডেমী | বৰপেটা | ৫৭৭ | |
| ৩১ | দশম | নিলয় কুমাৰ দত্ত | পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল | পাঠশালা | বৰপেটা | ৫৭৭ |
| ৩২ | দশম | ৰিচা দাস | ছেইন্ট এন্থনীজ হাইস্কুল | যোৰহাট | ৫৭৭ | |
| ৩৩ | দশম | গাৰ্গী শৰ্মা | সুদৰ্শন পাব্লিক স্কুল | গুৱাহাটী | কামৰূপ (মহানগৰ) | ৫৭৭ |
| ৩৪ | দশম | পাৰ্থপ্ৰতিম নাথ | দছন উঃ মাঃ আৰু বহুমুখী বিদ্যালয় | নগাঁও সদৰ | নগাঁও | ৫৭৭ |
| ৩৫ | দশম | ৰেজিত কোঁৱৰ | নাজিৰা উঃ মাঃ আৰু বহুমুখী বিদ্যালয় | নাজিৰা | শিৱসাগৰ | ৫৭৭ |
| ৩৬ | দশম | ভাস্কৰ ঘোষ | এছ পি ইংলিছ মিঃ হাইস্কুল | ধুবুৰী | ৫৭৭ |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "ছেবা"ৰ মূল ৱেবছাইত Archived 2015-07-05 at the Wayback Machine