কামৰূপ মহানগৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কামৰূপ (মহানগৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
কামৰূপ মহানগৰ জিলা
—  অসমৰ জিলা  —
অসমত কামৰূপ মহানগৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ নামনি অসম
সদৰ গুৱাহাটী
মহকুমা কামৰূপ মহানগৰ সদৰ
চৰকাৰ
 - লোকসভা সমষ্টি গুৱাহাটী
 - বিধানসভা সমষ্টি জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪)
মাটিকালি
 - মুঠ ৯৫৫ কি.মি. 
(৩৬৮.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১২,৫৩,৯৩৮ জন
 - জনঘনত্ব ১,৩১৩ প্ৰতি বৰ্গ কি.মি. 
(৩,৪০০.৭ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৮৮.৭১%
 - লিংগ অনুপাত ৯৩৬
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E / 26.183333; 91.733333স্থানাংক: 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E / 26.183333; 91.733333
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

কামৰূপ মহানগৰ জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন।

ইতিহাস[সম্পাদনা কৰক]

কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।[2]

ভুগোল[সম্পাদনা কৰক]

কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।[1] এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।[5] জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।[1] জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।[1] ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।[1] কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/census/district/156-kamrup-metropolitan.html। আহৰণ কৰা হৈছে: 29 December 2018. 
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. "Home page". Kamrup Metropolitan district website. http://kamrupmetro.nic.in/main.asp। আহৰণ কৰা হৈছে: 19 March 2010. 
  4. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Estonia1,282,963July 2011 est." 
  5. "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "New Hampshire1,316,470" 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]