৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
অৱয়ব
ৰাষ্ট্ৰীয় ঘাইপথ ৩১চি | |
---|---|
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | গলগলীয়া |
To | বিজনী |
Location | |
States | পশ্চিম বংগ, অসম |
Primary destinations | নক্সালবাৰী - বাগডোগড়া - চালচা - নাগ্ৰাকাটা - বীৰপাৰা - মদৰীহাট - কামাখ্যাগুড়ি - কোচগাঁও - বিজনী |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিম বংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।[1]
সংযোজিত পথসমূহ
[সম্পাদনা কৰক]- গলগলীয়া (ইংৰাজী: Galgalia)
- নক্সালবাৰী (ইংৰাজী: Naxalbari)
- বাগডোগ্ৰা
- ওডলাবাৰী (ইংৰাজী: Oodlabari)
- মালবজাৰ (ইংৰাজী: Malbazar)
- চালচা
- নাগ্ৰাকাটা (ইংৰাজী: Nagrakata)
- বনৰহাট (ইংৰাজী: Banarhat)
- বীৰপাৰা (ইংৰাজী: Birpara)
- মদৰীহাট (ইংৰাজী: Madarihat)
- হচিমাৰা (ইংৰাজী: Hasimara)
- আলিপুৰদুৱাৰ (ইংৰাজী: Alipurduar)
- কামাখ্যাগুড়ি (ইংৰাজী: Kamakhyaguri)
- কোচগাঁও (ইংৰাজী: Kochgaon)
- বঙাইগাঁও
- বিজনী
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|