ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জুন-২০১৫/শ্ৰদ্ধাঞ্জলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰদ্ধাঞ্জলি

  • প্ৰসেন বৰা: ২০১৫ চনৰ ২১ মে' তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া প্ৰসেন বৰাৰ মৃত্যু হয়। তেখেতে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ আৰু বিদেশৰো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি খ্যাতি লাভ কৰিছিল। বহুকেইখন অসমীয়া শ্ৰব্য এলবামত তেওঁ ঢোলবাদন কৰাৰ লগতে দুখন ভিডিঅ' ছবিতো তেওঁ অভিনয় কৰিছিল। ঢোলৰ উপৰিও তেওঁ খোল, তাল, নাগাৰা আদি থলুৱা বাদ্যযন্ত্ৰ বজোৱাতো তেওঁ পাকৈত আছিল।
    (বিতংকৈ পঢ়ক...)