ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/2

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

ইংৰাজী নামৰ পুনৰ্নিৰ্দেশনা[সম্পাদনা কৰক]

এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিব খুজিছোঁ। কেইদিনমান আগতে দীপাংকৰহঁতে পদাৰ্থ বিজ্ঞানৰ বিষয়বোৰৰ ইংৰাজী নাম অসমীয়া প্ৰবন্ধটোলৈ পুনৰ্নিৰ্দেশ কৰা দেখা পালোঁ। যেনে- Physicsক 'পদাৰ্থ বিজ্ঞান'লৈ। এই বিষয়ে চিজুৰ লগত কথা পাতি দেখিলোঁ যে এই কথাটো বেয়া নহ'ব। মালায়ালম ৱিকিত ইতিমধ্যে সকলো প্ৰবন্ধতে তেওঁলোকে এই কাম কৰিছে। ইয়াৰ সপক্ষে থকা যুক্তিসমূহ হ'ল:

  • অসমীয়া টাইপিঙৰ জ্ঞান বা সুবিধা নথকা নথকা ব্যক্তিৰ বাবেও অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ এটা বিচৰা অতি সহজ হ'ব। ধৰি লওক ইণ্টাৰনেট কেফেত বহি অসমীয়াত "ত্বৰণ"ৰ বিষয়ে জানিব বিচাৰিলে অসমীয়া ৱিকিত 'Acceleration' টাইপ কৰিলেই হ'ল।
  • একে ধৰণেৰে গোগলতো অনুসন্ধান কৰা সহজ হ'ব। অসমীয়াত সৰ্পদংশনৰ বিষয়ে জানিবলৈ বিচাৰিলে site:as.wikipedia.org snakebite বুলি সন্ধান কৰিলেই হ'ল।
  • লিংক দিবলৈকো তেতিয়া সুবিধা হ'ব। যেনে- http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%97 এইটোতকৈ http://as.wikipedia.org/wiki/Velocity লিংকটো লিখা সহজ।
  • এই কামটোৰে অসমীয়া ৱিকিপিডিয়াৰ Readership বাঢ়িব বুলি আশা কৰিব পাৰি।

সদস্যসকলৰ সঁহাৰি পালে অসমীয়া ৱিকিপিডিয়াতো তেনে পুনৰ্নিৰ্দেশনা আৰম্ভ কৰিব পৰা যাব। গীতাৰ্থ বৰদলৈ 09:05, 17 ফেব্ৰুৱাৰী 2012 (UTC)

পাৰি মই সমৰ্থন কৰিছো, বিশেষকৈ প্ৰথম কাৰণটোত "অসমীয়া টাইপিঙৰ জ্ঞান বা সুবিধা নথকা নথকা ব্যক্তিৰ বাবেও অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ এটা বিচৰা অতি সহজ হ'ব।" Jyoti Prakash Nath 10:15, 17 ফেব্ৰুৱাৰী 2012 (UTC)
কথাটো ঠিকেই। মই সমৰ্থন কৰোঁ। চাইপাও 10:22, 17 ফেব্ৰুৱাৰী 2012 (UTC)
মোৰো পূৰ্ণ সমৰ্থন আছে । মাধৱ শইকীয়া 16:24, 17 ফেব্ৰুৱাৰী 2012 (UTC)
মইও এইটো দৰকাৰী বুলি ভাবিছো ৷ আজি কিছুদিনৰ আগতে মই "fancy-schmancy Super Proton Synchrotron" ৰ অসমীয়া প্ৰতিশব্দ বিচাৰি উলিয়াবই নোৱাৰিলো ৷ দৰাচলতে ৰসায়ন আৰু গণিততো এনেকুৱা পুনৰ্নিৰ্দেশনাৰ দৰকাৰ আছে ৷ -ভাস্কৰ গগৈ
ঠিক আছে, সমৰ্থন কৰিছোঁ প্রভাকৰ শৰ্মা নেওগ 00:07, 18 ফেব্ৰুৱাৰী 2012 (UTC)
সমৰ্থন কৰিছোঁ। ভগৎ লাল দত্ত 13:32, 18 ফেব্ৰুৱাৰী 2012 (UTC)
সমৰ্থন কৰো । ভগাই ল’লে শৃংখলা বদ্ধ হ’ব কামতো কৰিবলৈ ভাবিবচোন, "ক" ৰ পৰা "দ" লৈকে মই গাত ল’লো কৰিবলৈ দীপাংকৰ চেতিয়া বাৰ্তা 16:41, 18 ফেব্ৰুৱাৰী 2012 (UTC)
Hello, my apology for not using Assamese here. I understand Assamese but cannot write well, so I better go on with English. I have acknowledged from Assamese Wikipedia mailing list that you have agreed to create redirects of English article titles to Assamese titles. I have a similar bot running in Bangla Wikipedia. If you want, I can use that here too. For that I will need a bot flag for my bot. If you all agree, please tell me where to request for a bot flag, and I will request the flag there. There, I will also explain how my bot works. Thanks! Wikitanvir 15:55, 20 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ Wikitanvir ডাঙৰীয়া বেয়া নহ’ব, মেনুৱেলী কৰিবলৈ যতেষ্ঠ সময় লাগিব, আনসকলে মন্তব্য দিয়কচোন | দীপাংকৰ চেতিয়া বাৰ্তা 16:10, 20 ফেব্ৰুৱাৰী 2012 (UTC)

Wikitanvir ডাঙৰীয়াই কোৱা বট ব্যৱহাৰ কৰাত যদি কাৰো আপত্তি নাই তেনেহ'লে কাম আৰম্ভ কৰিব লাগে। তাৰ কাৰণে তেওঁ কোৱা bot flag ক'ত পোৱা যাব সেই কথাটো কোনোবাই ক'ব নেকি? মই কেইদিনমান ধৰি লক্ষ্য কৰিছো কথাটোত কোনোৱে মন দিয়া নাই । Jyoti Prakash Nath 05:25, 22 ফেব্ৰুৱাৰী 2012 (UTC)
You can create a bot request page on Assamese Wikipedia like other wikis, See a model like en:WP:BRFA. But if you know Bangla, I would suggest you the similar model of bn:WP:BRFA which is a lot more simpler. Or if you think you don't need a bot request page this time, you can point me to your "Communiy portal" or "villapge pump" page, so I can request the flag there.
And an off-topic: You can address me as just "তানভিৰ". No need to write that in English. I think it's a good equivalent of the Bangla word "তানভির" (tell me if I made a mistake here). ;-) তানভিৰ 18:30, 23 ফেব্ৰুৱাৰী 2012 (UTC)
ধন্যবাদ তানভিৰ, আপুনি আপোনাৰ বটৰে প্ৰথমে দেশ শ্ৰেণীত থকা প্ৰবন্ধকেইটা বাচি লওঁক, কামটো ঠিকে ঠাকে হ’লে বাকীবোৰ আৰম্ভ কৰি দিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:48, 23 ফেব্ৰুৱাৰী 2012 (UTC)
Sorry to answering in late guys. Let me clear to you how my bot works. It goes alphabetically and it is not category-based. So I cannot do it only in country pages. But if you want a test, then I can run on some pages. Another thing, it will not only create the redirect of the English title, but also create the titles to redirect that are also redirected to the English titles on English Wikipedia. Hope you understand. I am making few test edits (about 50) for a demo. তানভিৰ 03:57, 27 ফেব্ৰুৱাৰী 2012 (UTC)
Let me explain you more. The bot will check the inter-wiki of an aswiki page. And will find out the English inter-wiki link. Then it will collect the list list of redirects in English wiki to that page, and it will create all the titles on aswiki and will create the redirect. For example, অংগৰাগ মহন্ত has inter-wiki link to en:Angaraag Mahanta; and en:Papon (singer) and en:Angaraag 'Papon' Mahanta are redirected to the en:Angaraag Mahanta on English Wikipedia. The bot can create only redirect of the title of Angaraag Mahanta here or it can also create the redirect of Papon (singer) and Angaraag 'Papon' Mahanta pages here, what it just did.
After the test phase let me know which way you want or if you have any questions. Thanks! তানভিৰ 04:13, 27 ফেব্ৰুৱাৰী 2012 (UTC)
My bot has done around 60 test edits. Please review its edits and tell me if that is what you want. তানভিৰ 04:59, 27 ফেব্ৰুৱাৰী 2012 (UTC)
As per my observations, I found all those redirect edits are well constructed. You can go ahead. Thanks. বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:11, 27 ফেব্ৰুৱাৰী 2012 (UTC)
Your bot seems to be working fine. Please go ahead with the job. Meanwhile we need to put en interwiki link to some pages that don't have any. Also some articles don't have corresponding english ones in en wiki. There we'll have to do the redirects manually. ‍‍গীতাৰ্থ বৰদলৈ 17:36, 27 ফেব্ৰুৱাৰী 2012 (UTC)
Hello, per this request my bot has given the bot flag on this wiki, and it already started the work (this time from the beginning). In case of any emergency note, please do post that on my Bangla Wikipedia talk page, and if the bot starts malfunctioning, go ahead to block it. :-) তানভিৰ 13:06, 29 ফেব্ৰুৱাৰী 2012 (UTC)

non-free/fair useৰ ভাঙনি[সম্পাদনা কৰক]

facebook-ত ইয়াৰ বিষয়ে আলোচনা এটা হৈছিল। সদ্যহতে ইয়াৰ ভাঙনি "অ-মুক্ত/সমুচিত ব্যৱহাৰ" কৰা হ'ল। চাইপাও 10:50, 17 ফেব্ৰুৱাৰী 2012 (UTC)

সমৰ্থন প্রভাকৰ শৰ্মা নেওগ 00:03, 18 ফেব্ৰুৱাৰী 2012 (UTC)

সদস্যসকলে ---- এই আঁচডাল বিশেষভাৱে উল্লেখযোগ্য বক্তব্য লিখাৰ বাহিৰে অন্য বক্তব্যত ব্যৱহাৰ নকৰাই শ্রেয়। কোনো বক্তব্যৰ উত্তৰ দিব লগা থাকিলে ":" ব্যৱহাৰ কৰক। প্রভাকৰ শৰ্মা নেওগ 00:30, 18 ফেব্ৰুৱাৰী 2012 (UTC)

Let us have a portal namespace. I have already filed a bug report, see here:- https://bugzilla.wikimedia.org/show_bug.cgi?id=34923. I have written there as follows: This is from as wikipedia, as.wikipedia.org. We need a portal namespace, please create it as follows

Portal = ৱিকিচ'ৰা Portal talk = ৱিকিচ'ৰা আলোচনা

Developers are asking for our consensus about it. Please vote below. Please use English.

প্রভাকৰ শৰ্মা নেওগ (talk) 12:43, 3 মাৰ্চ 2012 (UTC)

Yes[সম্পাদনা কৰক]

  1. প্রভাকৰ শৰ্মা নেওগ (talk) 12:43, 3 মাৰ্চ 2012 (UTC)
  2. বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:46, 3 মাৰ্চ 2012 (UTC)
  3. দীপাংকৰ চেতিয়া বাৰ্তা 12:50, 3 মাৰ্চ 2012 (UTC)
  4. ভগৎ লাল দত্ত 13:03, 3 মাৰ্চ 2012 (UTC)
  5. উদ্দীপতালুকদাৰ (talk) 13:33, 3 মাৰ্চ 2012 (UTC)
  6. Jyoti Prakash Nath (talk) 18:09, 3 মাৰ্চ 2012 (UTC)
  7. ভাস্কৰ গগৈ ,৪ মাৰ্চ ২০১২
  8. গীতাৰ্থ বৰদলৈ (talk) 15:00, 5 মাৰ্চ 2012 (UTC)

No[সম্পাদনা কৰক]

Alias (এলায়েচ), সম্পৰ্কীয় দুটামান সমস্যা চকুত পৰা বাবে এটা বাগ ৰিপ'ৰ্ট ফাইল কৰা হ’ল| Alias দুটা হৈছে০ WP:Wikipedia আৰু CAT:Category | লিংকটো ইয়াত পাব|34931। আপোনালোকৰ কিবা ক’ব লগা থাকিলে ইয়াত উত্থাপন কৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:25, 3 মাৰ্চ 2012 (UTC)

yes[সম্পাদনা কৰক]

  1. support প্রভাকৰ শৰ্মা নেওগ (talk) 13:32, 3 মাৰ্চ 2012 (UTC)
  2. বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:37, 3 মাৰ্চ 2012 (UTC)
  3. ভগৎ লাল দত্ত বাৰ্তা 13:44, 3 মাৰ্চ 2012 (UTC)
  4. উদ্দীপতালুকদাৰ (talk) 16:27, 3 মাৰ্চ 2012 (UTC)
  5. দীপাংকৰ চেতিয়া বাৰ্তা 01:40, 4 মাৰ্চ 2012 (UTC)

no[সম্পাদনা কৰক]

Result[সম্পাদনা কৰক]

 কৰা হ'ল। (4 মাৰ্চ, 2012)

Thanks for your help. Problem solved. বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:26, 5 মাৰ্চ 2012 (UTC)
But, its my fault, now I have been seen again about these two aliases. Please do it for these two also. বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:44, 5 মাৰ্চ 2012 (UTC)
  • H: for shortcuts to pages in the Help namespace
  • T: for shortcuts to pages in the Template namespace

জীৱনী প্ৰৱন্ধৰ বাবে এটা চক[সম্পাদনা কৰক]

ৱিকিপিডিয়াত প্ৰৱন্ধ লিখোঁতে এটা নিয়মমাফিক চকত লিখিলে চবৰে সুবিধা হয়। নতুন সদস্যইও সেই চকমতে লিখি প্ৰৱন্ধ এটা দেখাত শুৱনি কৰি তুলিব পাৰে। চকত নিলিখিলে আন এটা অসুবিধা যিটো হয়, সেইটো হৈছে সম্পাদনা কৰি আগৰ অংশ এটাক শুদ্ধ কৰাত। বা খেলি-মেলিকৈ থাকিলে নতুন তথ্য যোগ দিয়াটো অসুবিধা হয়। বেলেগ বেলেগ ধৰণৰ তথ্যৰ বাবে বেলেগ বেলেগ চক লাগিব আৰু এতিয়াই চবৰে বাবে উপযুক্ত চক এটা তৈয়াৰ কৰিব পৰা অৱস্থা এটা অসমীয়া ৱিকিপিডিয়াৰ অহা নাই। কিন্তু জীৱনীমূলক প্ৰৱন্ধ ইতিমধ্যে বহুত আছে, আৰু সেইখিনি সজাবৰ বাবে তলত দিয়াৰ দৰে চক এটা ব্যৱহাৰ কৰিলে সম্পাদনা আৰু তথ্য-সংযোগৰ সুবিধা হ'ব যেন পাওঁ। একেটা নিয়মত কৰি গৈ থাকিলে নতুন লেখকেও তাৰেপৰাই আৰ্হি চাই নিজে প্ৰৱন্ধ লিখাত সুবিধা পাব। মোৰ প্ৰস্তাৱিত জীৱনীভিত্তিক প্ৰৱন্ধৰ আৰ্হিঃ

  • প্ৰথম চিনাকী (চমুকৈ ব্যক্তিগৰাকীৰ পৰিচয়, কিয় বিখ্যাত আৰু বিশেষ অৱদানৰ তথ্য। stub প্ৰৱন্ধৰ বাবে অকল এইখিনি)
    • চমু জীৱনী (জন্ম - পিতৃ-মাতৃ - কৰ্ম - চাকৰি - বিবাহ - পৰিয়াল - মৃত্যু)
      • প্ৰয়োজন বোধে ওপৰৰ যিকোনো অংশৰ বাবে উপশাখা কৰিলেই হ'ল।
    • বৰঙনি ১ (ব্যক্তিগৰাকীৰ মূল অৱদানৰ বিষয়ৈ উল্লেখ, প্ৰয়োজন মতে উপশাখা কৰি গৈ থাকিব পাৰিব)
      • ইয়াতে ব্যক্তিগৰাকীৰ মূল কাম-কাজৰ উল্লেখ যিহৰ বাবে তেখেতক ৱিকিপিডিয়াত উল্লেখৰ উপযোগী বুলি ভবা হৈছে।
    • বৰঙনি ২ (ব্যক্তিগৰাকী কেবাটাও বিষয়ত সিদ্ধহস্ত হ'ব পাৰে। এনে ব্যক্তিৰ ক্ষেত্ৰত ৩ ৪ এনেকৈ শাখা সাজি গৈ থাকিব পাৰিব।
    • বঁটা আৰু অন্যান্য উপলব্ধি
    • ব্যক্তিগৰাকীক সাঙুৰি হোৱা যিকোনো বিতৰ্ক আদি
    • অইন আমোদজনক খুচুৰা খবৰ যিবোৰ ওপৰৰ কোনো অংশতে নোসোমায়
    • ব্যক্তিগৰাকীৰ কিতাপ/চিনেমা আদিৰ তালিকা
    • ব্যক্তি গৰাকীৰ ওপৰত লিখা কিতাপ, ছবি, উপন্যাস আদিত তালিকা
    • ৱিকিছোৰ্ছ/ৱিকিউক্তি ইত্যাদিত থকা ব্যক্তিগৰাকীৰ উল্লেখলৈ লিংক
    • বহিঃ সংযোগ
    • তথ্য-উৎস

এইখিনি এটা মোটামুটি আৰ্হিহে, প্ৰয়োজনবোধে সাল-সলনি কৰিলেই হ'ল। কিন্ত একেটা নিয়মত ফৰ্মেট কৰিবলৈ আৰম্ভ কৰিলে, বিষয় যোগ, সম্পাদনাৰ সুবিধা হোৱাৰ উপৰিও পঢ়িবলৈ সহজ হয়। উদাহৰণ স্বৰূপে ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হৈছিল, সেইটো জানিবলৈ প্ৰথম অংশটো পঢ়িলেই হৈ যাব। বিচাৰি ফুৰিব নালাগে।

উদ্দীপতালুকদাৰ (talk) 13:46, 6 মাৰ্চ 2012 (UTC)


এইখিনি কথা ম‍ই দুদিন মান আগতেই ভাৱি আছিলো| কাৰ্যকৰী হ’লে ভাল হ’ব| তলৰ ফালে অলপ আৰু সালসলনি কৰিলে ভাল হ’ব নেকি? যেনে -
    • ==তথ্যসংগ্ৰহ?==
    • ===বাহ্যিক সংযোগ===
      • ৱিকিছোৰ্ছ/ৱিকিউক্তি ইত্যাদিত থকা ব্যক্তিগৰাকীৰ উল্লেখলৈ লিংক
      • প্ৰবন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহ (খুব বেছি ১০ খন)

এই আলোচনা সম্পূৰ্ণ হ’লে ইয়াৰ ফলাফল সমূহ সহায়:জীৱনীত সন্নিবিষ্ট কৰা উচিত হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:18, 6 মাৰ্চ 2012 (UTC)

এনেকৈ যিমানে ভাগ কৰি লিখিব পাৰি সিমানে ভাল। গতিকে তুমি যোগ দিয়াখিনিত মোৰ আপত্তি নাই। কিন্তু, 'তথ্য সংগ্ৰহ' মানে তথ্য-উৎস বুলি মই যিটো লিখিছোঁ, সেইটোৱেই নে, আন কিবা? আৰু 'প্ৰবন্ধ সম্পৰ্কীয় সমূহসমূহ (খুব বেছি ১০ খন)' এইখিনি মই বুজি পোৱা নাই। 117.198.54.253 15:16, 7 মাৰ্চ 2012 (UTC)
হয়, উদ্দীপদা, ম‍ই তথ্য উত্সৰ সলনি "তথ্য সংগ্ৰহ" হিচাপে ৰাখিলে ভাল হ’ব যেন পাওঁ| প্ৰবন্ধ সম্পৰ্কীয় সমূহসমূহ টো লিখাত ভুল হৈছিল সেইটো আচলতে "প্ৰবন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহ" হ’ব লাগিছিল| তেনে গ্ৰন্থ সংযোগ ১০খন দিলেই যথেষ্ঠ হ’ব চাগে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:42, 7 মাৰ্চ 2012 (UTC)
প্ৰৱন্ধ সম্পৰ্কীয় গ্ৰন্থসমূহতকৈ 'অধিক জানিবলৈ' দিব পাৰি নেকি? কাৰণ সেইটো 'প্ৰৱন্ধ সম্পৰ্কীয়' নহয়, 'বিষয় সম্পৰ্কীয়' হে হ'ব। আৰু মোৰ মতে ১০খন বুলি লিমিট কৰি দিব নালাগে। কাৰন কিছুমান লৈখাৰ বাবে তাতকৈ বেছিৰ প্ৰয়োজন হ'বও পাৰে। মোৰ প্ৰথমে লগ-ইন দেখুৱাই, নেক্সট পৃষ্ঠাত ক্লিক কৰিলেই লগ-অফ হৈ যোৱা সমস্যাটো ঠিক হোৱা নাই। প্ৰথম খোলোতেহে সেইটো হয়। এবাৰ আকৌ লগ-ইন কৰিলে নহয়। উদ্দীপতালুকদাৰ (talk) 16:09, 7 মাৰ্চ 2012 (UTC)
অধিক জানিবলৈ বুলি বা অধিক তথ্য সংযোগ হিচাপে দিব পাৰি, ইংৰাজীনটো বাহ্যিক সংযোগৰ ক্ষেত্ৰত সীমা মানি চলে| সেয়ে কথাসাৰ কৈছিলো| এনে নকৰিলেওঁ মোৰ আপত্তি নাই| লগ ইন সম্পৰ্কে আপোনালৈ এটা বাৰ্তা পঠিয়াম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:00, 7 মাৰ্চ 2012 (UTC)

ভাল হব বুলি মই ভাৱো, কিন্তু নতুন সদস্যই লিখিবলৈ অলপ অসুবিধা পাব পাৰে। Jyoti Prakash Nath (talk) 18:59, 7 মাৰ্চ 2012 (UTC)

নতুন সদস্যই যেনেকৈয়ে আৰম্ভ কৰক, পোনাই পজৰাই দিয়াৰ সময়ত পাছৰজন সম্পাদকে এইটো চকত সুমুৱাৰ চেষ্টা কৰিলেই হ'ল। [উদ্দীপ তালুকদাৰ] 14.98.58.242 06:18, 8 মাৰ্চ 2012 (UTC)
হয়, এই দায়িত্ব আমিবোৰে লোৱা উচিত হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:35, 8 মাৰ্চ 2012 (UTC)


ৱিকি উৎস[সম্পাদনা কৰক]

এই গুৰুত্বপূৰ্ণ কথাবোৰ ফেচবুকৰ পৰা প্ৰতিলিপি কৰি থোৱা হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:43, 9 মাৰ্চ 2012 (UTC)

Shiju Alex I suggest some of you take some time to translate the system messages in Translate wiki. If we are able to finish those meassages we will be able to request for a dedicated website for Assamese Wikisource

Jyoti Prakash Nath how to do that?

Gitartha Bordoloi ‎Shiju Alex: 99% of Mediawiki messages are translated. Isn't it enough? New messages keep coming up even after doing 100%.

Shiju Alex ‎:) Nice to know that community is ready to take up the task on Mediawiki translations. You need to work on the following set of translations.

  1. All MediaWiki messages - (this has around 26 untranslated messages now, which means this can be done in a day
  2. Main extensions used by Wikimedia Foundation wikis - (this has around 1600 untranslated messages, which means more helping hands required)
  3. Collection extension for Wikisource and Wikibooks - ( this has only 150 untranslated messages)
  4. ProofreadPage extension for Wikisource - (this has around 55 untranslated messages)]

I request community to finish messages in group (1) (3) and (4) soon as there are less number of messages. the messages in group (2) might take some time since we have to finish 1600 messages. But if community decides to finish 100 messages per day even that can be finished in 20 days or so. Keep up all the good work you are doing

Shiju Alex Apart from above other community members continue working on the Wikisource.org site also. Make sure all the pages you create are added to the category অসমীয়া which will allow language committee members to keep track of the Assamese contributions in wikisource site.

Template বা সাঁচ[সম্পাদনা কৰক]

অসমীৰা ৱিকিপিডিয়াত ন ন লিখকৰ সংযোজন হৈছে, বৰ ভাল কথা। কিন্তু অনভিজ্ঞতাৰ বাবে অনেকে উপযুক্ট ঠাঁচত লিখিব নোৱাৰে। তেতিয়া আমি পুৰণি ৱিকিপিডিয়ানসকলে কেতিয়াবা চকুত পৰিলে {{cleanup}} বা {{underconstruction}} আদি জাতীয় tag লগাই দিওঁ। এই টেগবোৰ ইং ৱিকিৰ পৰা অনুদিত। ঠিকেই হ'লেও এইবোৰ খুব সংক্ষিপ্ত আৰু ন ৱিকিপিডিয়ান এজনে বুজিবলৈ টান পাব। "সহায়" বিভাগত ইয়াৰ ব্যাখ্যা থাকিলেও অ কাৰিকৰি মানুহ এজনে বিচাৰি পাব নোৰাৰিবও পাৰে। গতিকে টেগটোতে সংশ্লিষ্ট সম্যক সহা দি দিলে কেনে হয়? যেনে মই সদ্যহতে "underconstruction" টেগটোত সম্পাদনা দ্বন্দ মানে কি তাকো বুজাই লিখি সলনি কৰিছোঁ। এনেধৰণৰ আৰু অন্য টেগ ও আছে।

আমি টেগটোৰ লগতে দুইলাইন সহায়ো সুমুৱাই দিয়াৰ ব্যৱস্থা কৰিলে কেনে হয়?

প্রভাকৰ শৰ্মা নেওগ (talk) 03:41, 25 এপ্ৰিল 2012 (UTC)