সমললৈ যাওক

কপিৰাইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Copyrightৰ পৰা পুনঃনিৰ্দেশিত)

কপিৰাইট (ইংৰাজী: copyright) এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনে, লেখা, সংগীত বা শিল্প-কলা), ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট (স্বত্ব্ব) বোলা হয়।[1] এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্মক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ কৰিবলৈ দিব, তাৰ সম্পূৰ্ণ অধিকাৰ নিজেই বহন কৰে। সাধাৰণতে ৰচয়িতাৰ সমগ্ৰ জীৱনকাল আৰু তেখেতৰ মৃত্যুৰপৰা নিৰ্দিষ্ট এক কালৰ ভিতৰত ৰচয়িতাৰ নামত এই আইনী অধিকাৰ থাকে। দেশৰ আইন ব্যৱস্থাই কপিৰাইটৰ কাল আৰু অন্যান্য চৰ্ত নিৰ্ধাৰণ কৰে।

কপিৰাইট 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰ'ৰ (Intellectual Property Right) অন্তৰ্গত। এই আইনৰ অধীনতে ট্ৰেডমাৰ্ক, পেটেণ্ট আদিও আছে। কিন্তু কপিৰাইটৰ ভিতৰতে মূলতে মূল কৰ্মৰ প্ৰতিলিপি কৰাৰ অধিকাৰক লোৱা হৈছে। সেয়ে ইয়াক 'প্ৰতিলিপি স্বত্ব'ও[2] বোলা হয়। কি কি কৰ্মক কপিৰাইট আইনৰ ভিতৰত ধৰা হ'ব সেইটো দেশৰ সংশ্লিষ্ট আইনত নিৰ্ধাৰণ কৰা হয়।

ছপাশাল আৱিষ্কাৰৰ আগলৈ ৰচয়িতাৰ স্বত্ব সম্বন্ধে আইনী ব্যৱস্থাৰ কথা ভবা হোৱা নাছিল। ছপাশালে ৰচনা আৰু শিল্পৰ প্ৰতিলিপি কৰাটো সহজলভ্য কৰি তোলাৰ পাছত সপ্তদশ শতিকাত "Licensing of the Press Act 1662" ইংলেণ্ডৰ সংসদত গৃহীত হয়[3]। সেই দিনত প্ৰকাশকে নিজৰ ইচ্ছা অনুসৰি কিতাপৰ প্ৰতিলিপি প্ৰস্তুত কৰি বিক্ৰী কৰিব পাৰিছিল। উক্ত আইনৰ জৰিয়তে প্ৰকাশকৰ সকলো কিতাপ এক নিকায়ৰ দ্বাৰা অনুমোদিত কৰিবলগীয়া হৈছিল আৰু আৰু নিকায়ৰ হাতত থকা পুৰণি তথ্যৰ আলমত একেখন কিতাপৰ প্ৰতিলিপি প্ৰস্তুত কৰা হৈ আছে নেকি জানিব পৰা গৈছিল।

১৭১০ চনত ইংলেণ্ডত গৃহীত "The Statute of Anne"

প্ৰকৃত অৰ্থত কপিৰাইট বা প্ৰতিলিপি স্বত্বৰ আইন প্ৰণয়ন হয়, The Statute of Anne-ৰ যোগেদি।[4] ১৭১০ চনত ইংলেণ্ডত এই আইন প্ৰনয়ন কৰা হয়। এই আইনৰ যোগেদি লিখকৰপৰা প্ৰতিলিপি গ্ৰহণ কৰাৰ পাছত প্ৰকাশকে ১৪ বছৰলৈ সেই লেখা প্ৰকাশ কৰাৰ আৰু পুনৰ প্ৰকাশ কৰাৰ আইনী স্বত্ব লাভ কৰিছিল। উক্ত আইনত উল্লেখ কৰা আছিল, সেই সময়ত প্ৰকাশক, কিতাপ বেচোঁতা সকলে অসীমিত ভাৱে প্ৰতিলিপি তৈয়াৰ কৰি ধন ঘটিছিল যদিও তাৰ অংশ লেখকক দিয়া নহৈছিল আৰু নিজৰ সৃষ্টিৰ ওপৰত লেখকৰ অধিকাৰ সাব্যস্ত কৰিবলৈয়ে এই আইন প্ৰণয়ন কৰা হৈছিল। এই আইনৰ যোগেদি ৰচয়িতাৰ অৰ্থৰ অধিকাৰ নিৰ্দিষ্ট কৰি দিয়াৰ উপৰিও আইনী প্ৰক্ৰিয়াত এই আইনৰ যোগেদিয়েই ৰচয়িতাই নিজৰ সৃষ্টিৰ প্ৰকাশ আৰু বিতৰণৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ৰায় দিয়া হৈছিল। এই আইন প্ৰণয়নৰ আগতে প্ৰকাশিত সমলৰ বাবে ২১ বছৰৰ সময় সীমা বান্ধি দিয়া হৈছিল।

১৭৮৩ চনত আমেৰিকাৰ কনেটিকাট-ত প্ৰথমে কপিৰাইটৰ নিয়মৰ প্ৰণয়ন কৰা হৈছিল[5]। পাছলৈ আন ৰাজ্যসমূহতো এনে নিয়ম প্ৰণয়ন কৰা হয়। ১৭৮৭ চনত গৃহীত আমেৰিকাৰ সংবিধানত 'কপিৰাইট অনুচ্ছেদ' সংযোজিত হৈছিল। এই অনুচ্ছেদত কোৱা হৈছিল যে, 'বিজ্ঞান আৰু কলাৰ বিকাশৰ বাবে লেখক আৰু আৱিষ্কাৰকক এটা নিৰ্দিষ্ট সময়সীমালৈহে নিজৰ কৰ্মৰাজিক নিয়ন্ত্ৰণ কৰা অধিকাৰ দিয়া হৈছে। ' আমেৰিকাৰ কপিৰাইট অনুচ্ছেদত সামগ্ৰিক বিকাশৰ বাবে সকলো জ্ঞান আৰু আৱিষ্কাৰ ৰাইজৰ মাজত বিতৰণ কৰাত থকা বাধা-নিষেধ কমোৱাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে একেসময়তে ৰচয়িতাই নিজৰ কৰ্মৰাজিৰপৰা অৰ্থালাভ কৰিলে এনে অৱদান বাঢ়ি যোৱাৰ কথাও স্বীকাৰ কৰা হৈছিল। সেয়ে এই অনুচ্ছেদ অনুসৰি ১৪ বছৰৰ বাবে লেখক আৰু আৱিষ্কাৰকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছিল আৰু অনুমতি লৈ আন চৈধ্য বছৰৰ বাবে অধিকাৰ ল'ব পাৰিছিল। ইয়াৰ পাছত তেওঁলোকৰ কৰ্মৰাজি প্ৰতিলিপি স্বত্বৰ বাহিৰত পৰা বুলি গণ্য কৰা হৈছিল। এই অনুচ্ছেদৰ মতে নিজৰ স্বত্ব দাবী কৰাৰ বাবে ৰচয়িতাই আবেদন কৰিব লাগিছিল। ১৭৯০ চনত প্ৰথমে আমেৰিকাৰ কপিৰাইট এক্ট প্ৰণয়ন কৰা হয়[5]

১৮৮৬ চনত ছুইজাৰলেণ্ডবাৰ্ন চহৰত অনুষ্ঠিত বাৰ্ন সন্মিলনৰ (সাহিত্যিক আৰু শিল্পকৰ্মৰ সুৰক্ষাৰ বাবে সন্মিলন) যোগেদি স্বাধীন ৰাষ্ট্ৰ সমূহৰ মাজত সাহিত্য আৰু শিল্পকলাৰ ক্ষেত্ৰত স্ৰষ্টাৰ অধিকাৰক আন্তৰাষ্ট্ৰীয় ভাৱে ন্যায্যতা দিয়াৰ প্ৰচেষ্টা লোৱা হয়। ইয়াৰ আগলৈ দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে এনে ন্যায্যতা দিয়াৰ নিয়ম আছিল। বাৰ্ন সন্মিলনৰ যোগেদিয়েই সিদ্ধান্ত লোৱা হৈছিল সৃষ্টি কৰাৰ লগে লগেই কপিৰাইটৰ স্বত্ব ৰচয়িতাৰ হাতলৈ নিজে নিজে আহিব। ইয়াৰ বাবে তেখেতে বেলেগে অনুমোদন বা আবেদন কৰাৰ প্ৰয়োজন নাই। আৰ্ এই অধিকাৰ বাৰ্ন সন্মিলনত ভাগ লোৱা সমূহ ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।[6] কোনো সৃষ্টিৰ ওপৰত স্বত্ব এৰি দিবলৈ ৰচয়িতাই নথীভুক্ত ভাৱে দাবিলুপ্তিৰ জাননী দিব লাগিব, এক নিৰ্দিষ্ট সময়ৰ পাছত ৰচয়িতাৰ স্বত্বৰ ম্যাদ নিজে নিজে উকলি যাব। ৰচয়িতাৰ নিজৰ দেশৰ বাহিৰে বাৰ্ন সন্মিলনত অংশ লোৱা সকলো দেশতে এই দাবি ন্যায্য হ'ব। ১৮৮৭ চনত ইংলেণ্ডে বাৰ্ন সন্মিলনৰ সংলগ্ন দেশৰ অংশ হয়, কিন্তু এশ বছৰ পাছতহে তেওঁলোকে বাৰ্ন সন্মিলনৰ সকলো নিয়ম পালন কৰি ১৯৮৮ চনত 'কপিৰাইট, ডিজাইন আৰু পেটেণ্ট আইন ১৯৮৮' প্ৰনয়ন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰও বাৰ্ন সন্মিলনৰ অংশ নাছিল। ১৯৮৯ চনতহে আমেৰিকাই বাৰ্ন সন্মিলনৰ অংশগ্ৰহণ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বেছিভাগ লেটিন আমেৰিকাৰ দেশে ১৯১০ চনত অনুষ্ঠিত বুয়েন্‌ছ আয়াৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনত স্বত্ব সংৰক্ষিত কৰ্মৰ ওপৰত জাননী (যেনে, "all rights reserved" ) দিয়াটো বাধ্যতামূলক আছিল। অন্যথাই তাক স্বত্বৰ বাহিৰৰ বুলি গণ্য কৰা হৈছিল। অংশগ্ৰহণ কাৰী ৰাষ্ট্ৰসমূহে কোনো কৰ্মৰ ওপৰত থকা স্বত্বৰ কাল চুটি কৰিব পাৰিছিল বা পুনৰ অনুমোদনৰ বাবে ধাৰ্য কৰিব পাৰিছিল।[7][8][9] ১৯৫২ চনত আন্তৰ্জাতিক কপিৰাইট সন্মিলনত বাৰ্ন সন্মিলনৰ নিয়মাৱলীক কিছু শিথিল কৰা হৈছিল আৰু ছোভিয়েট ৰাছিয়াকে ধৰি কেবাখনো উন্নয়নশীল ৰাষ্ট্ৰই ইয়াক সমৰ্থন কৰিছিল।

বিশ্ব বাণিজ্য সংস্থাৰ 'বৌদ্ধিক সম্পত্তিৰ স্বত্বাধিকাৰৰ বাণিজ্যিক ৰূপৰ চুক্তি, ১৯৯৫' (Agreement on Trade-Related Aspects of Intellectual Property Rights (TRIPS)) গৃহীত হোৱাৰ পাছত বাৰ্ন সন্মিলনৰ সমূহ নিয়মাৱলী প্ৰায় পৃথিৱীব্যাপী হৈ পৰে।[10] ২০০২ চনত গৃহীত "বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাৰ কপিৰাইট চুক্তি" (World Intellectual Property Organization Copyright Treaty (WIPO Copyright Treaty))-ৰ জৰিয়তে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৰিয়তে মৌলিক কৰ্মৰ নকল প্ৰস্তুত কৰাত থকা বাধা-নিষেধ কঠোৰ কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত ৱাল্ট ডিজনী কোম্পানীৰ হেঁচাৰ বাবেই ধীৰে ধীৰে কপিৰাইটৰ কাল বৃদ্ধি হৈ আৰম্ভণিৰ ১৪ বছৰৰপৰা বৰ্তমানৰ ৭০ বছৰ পাইছে।

সৃজনীমূলক, বৌদ্ধিক, কলাত্মক আদি কেবাপ্ৰকাৰৰ কৰ্মৰ বাবে কপিৰাইটৰ ব্যৱস্থা আছে। কি কি কৰ্মক কপিৰাইটৰ অধীনত ধৰা হ'ব সেইটো দেশখনৰ কপিৰাইট আইনৰ ভিতৰত উল্লেখ কৰা হয়। সাধাৰণতে যিকোনো লেখনী, নাটক, চলচ্চিত্ৰ, সংগীত, বাণীবদ্ধ কৰা ধ্বনি, ছবি, ভাস্কৰ্য, আলোক ছবি, কম্পিউটাৰ প্ৰোগ্ৰাম, সম্প্ৰচাৰ, ডিজাইন আদি কপিৰাইট আইনৰ অন্তৰ্গত হয়। উদ্যোগিক ডিজাইন আদি কপিৰাইটৰ বাহিৰে আন আইনৰ জৰিয়তেও সংৰক্ষিত কৰা হ'ব পাৰে।[11][12]

প্ৰাৰম্ভিক ধাৰণা, বাতৰি আদি কপিৰাইটৰ অন্তৰ্গত নহয়। কিন্তু সেই ধাৰণা, বাতৰি আদি যিটো শৈলীত (manner) আৰু মাধ্যমত (form) প্ৰকাশ কৰা হৈছে সেইখিনি কপিৰাইট আইনৰ অধীকৃত হয়।[13] উদাহৰণ স্বৰূপে, ৱাল্ট ডিজনী কোম্পানীৰ দ্বাৰা স্বত্ব সংৰক্ষিত 'মিকি মাউছ'ৰ একেবিধৰ প্ৰতিলিপি নিজাকৈ বা কোনো মাধ্যমত উপযুক্ত অনুমোদন অবিহনে ব্যৱহাৰ কৰিব নোৱাৰি, কিন্তু নিগনী এটাৰ আন যিকোনো কাৰ্টুনীয় ৰূপ ব্যৱহাৰ কৰাত কোনো বাধা নাই। নিগনী এটাক কাৰ্টুনৰ ৰূপ দিয়াটো এটা ধাৰণা যিটোৰ ওপৰত কোনো কপিৰাইট নাখাটে। কিন্তু সেই ৰূপটো মিকি মাউছৰ দৰে হ'ব নালাগিব, কাৰণ মিকি মাউছৰ স্বত্ব সংৰক্ষিত আছে। অৱশ্যে ঠিক কিমানখিনি পাৰ্থক্য থাকিলে সেইটো মিকি মাউছৰ নকল বুলি ধৰা নহ'ব সেইটো বিচাৰযোগ্য।[13] বহুতো দেশৰ আইনত কিছূমান ব্যৱহাৰৰ বাবে স্বত্বধাৰীৰ অনুমোদন নোহোৱাকৈ প্ৰতিলিপি ব্যৱহাৰ কৰিব পাৰি। তেনে ব্যৱহাৰ কপিৰাইট আইনৰ অধীনতে সংজ্ঞাবদ্ধ কৰা থাকে। সাধাৰণতে সমালোচনা বা সেই বিষয় সংলগ্ন আলোচনাৰ বাবে মূল কৰ্মৰ কিছূ অংশ অপৰিৱৰ্তিত ৰূপত ব্যৱহাৰ কৰিব পাৰি। এই নিয়ম দেশৰ আইন আনুসাৰে বেলেগ বেলেগ হয়। এনে ব্যৱহাৰকে 'সমূচিত প্ৰয়োগ' (Fair Use বা Fair Dealing) বোলা হয়।

বাৰ্ন সন্মিলন আৰু বিশ্ব কপিৰাইট সন্মিলনৰ নিয়মাৱলী অনুসৰি দেশীয় কপিৰাইট আইন প্ৰস্তুত কৰা হয় বাবে সাধাৰণতে অংশগ্ৰহণ কাৰী দেশসমূহৰ কপিৰাইটৰ পৰিসৰ প্ৰায় একে হোৱা পৰিলক্ষিত হয়।

কপিৰাইটৰ ন্যায্যতা

[সম্পাদনা কৰক]

কপিৰাইট আহৰণ আৰু বাহালকৰণ

[সম্পাদনা কৰক]
ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বৌদ্ধিক সম্পত্তি দপ্তৰে প্ৰদান কৰা কপিৰাইট প্ৰমাণপত্ৰ। বিষয়ঃ ফাৰ্মাৰ প্ৰমেয়ৰ প্ৰমাণ।

কপিৰাইট আহৰণৰ বাবে স্ৰষ্টাৰ মৌলিক কৰ্ম হোৱাটো প্ৰয়োজনীয়। আৰু এটা নিৰ্দিষ্ট কালৰ পাছত এই কৰ্ম কপিৰাইটৰ বাহিৰ হৈ যায়। বেলেগ বেলেগ দেশত মৌলিকতাৰ ভিন্ন নিয়ম প্ৰচলিত। ইংলেণ্ডত যি কৰ্মৰ বাবে ৰচয়িতাৰ 'কিছু কুশলতা, পৰিশ্ৰম আৰু বিবেচনা'ৰ প্ৰয়োজন হৈছে তেনে কৰ্মৰ বাবে ৰচয়িতাৰ কপিৰাইট অধিকাৰ প্ৰযোজ্য হ'ব।[14] অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এটা শব্দৰো কপিৰাইট ল'ব পাৰি। সাধাৰণতে এটা শব্দ বা বাক্যাংশৰ কপিৰাইট নলৈ ট্ৰেডমাৰ্ক লোৱা হয়।

কপিৰাইটৰ বাবে ৰচয়িতাৰ কৰ্ম মৌলিক হয় নে সেইটো চোৱা হয়, অনন্য/একমাত্ৰ/অদ্বিতীয় হোৱাৰ প্ৰয়োজন নাই। প্ৰায় একেবিধৰ কিন্তু নিজস্ব কৰ্মৰ বাবে দুগৰাকী ব্যক্তিয়ে কপিৰাইট পাব পাৰে। অৱশ্যে ইয়াৰ বাবে কোনোটো কৰ্মই আনটোৰ নকল বা প্ৰভাৱান্বিত হ'ব নোৱাৰিব।

যিবোৰ দেশ বাৰ্ণ সন্মিলনৰ অংশীদাৰ সেইবোৰত কপিৰাইট স্বয়ংক্ৰিয় ভাৱেই ৰচয়িতাৰ হাতলৈ আহে। ইয়াৰ বাবে কোনো আধিকাৰীক পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তা নাই। নিজৰ সৃষ্টিক যিকোনো প্ৰকাৰে সংৰক্ষণ কৰাৰ পাছতেই ৰচয়িতাই কপিৰাইট দাবী কৰিব পাৰে।[6] কপিৰাইট আহৰণৰ বাবে কোনো পঞ্জীয়ন বাধ্যতামূলক নহ'লেও ৰচয়িতাই আধিকাৰীক বিভাগত নিজৰ কৰ্মৰ পঞ্জীয়ন কৰি ৰাখিব পাৰে। এনে পঞ্জীয়নৰ প্ৰমাণপত্ৰ সেই ব্যক্তিৰ কপিৰাইট ধাৰণৰ পৰ্যাপ্ত প্ৰমাণ হিচাপে আইনতঃ বিবেচিত হয়।

আইনতঃ কপিৰাইটৰ ধাৰক ৰচয়িতাক নিয়োগ কৰা নিয়োগকৰ্তাও হ'ব পাৰে, যদিহে ৰচয়িতাই সেই কৰ্ম 'নিযুক্তিৰ' (work for hire) ভিতৰত কৰিছিল।[15]

কপিৰাইটৰ বাহালকৰণ কৰা হয় দেৱানী আদালতৰ জৰিয়তে। কেতিয়াবা কিছুমান ক্ষেত্ৰত আইনী প্ৰক্ৰিয়া ফৌজদাৰী আদালততো চলিব পাৰে। নিজৰ কৰ্মৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰই কপিৰাইট বাহাল থকাৰ প্ৰমাণ দিলেও, এই প্ৰমাণ-পত্ৰই কৰ্মৰ মৌলিকতা সাব্যস্ত নকৰে। একে ধৰণে কৰ্মৰ নকলকো সদায়ে কপিৰাইট ভংগৰ হিচাপত ধৰা নহয়। কিছুমান ক্ষেত্ৰত মূল কৰ্মৰ নকল আইনী ভাৱে বৈধ হ'বও পাৰে। সাধাৰণতে বিশেষ অৰ্থক্ষতি নহ'লে ফৌজদাৰী গোচৰ তৰা নহয়, কিন্তু বৰ্তমান ইণ্টাৰনেটৰ বহল ব্যৱহাৰৰ বাবে ইজনে-সিজনলৈ ফাইল ট্ৰান্সফাৰ কৰা কাৰ্যকো কপিৰাইটৰ গুৰুতৰ উলংঘন বুলি ধৰা হয়।

কপিৰাইট সংৰক্ষণৰ খৰচ

[সম্পাদনা কৰক]

প্ৰায়ভাগ ন্যায়িক এক্তিয়াৰতে কপিৰাইট অধিকাৰী জনেই কপিৰাইট বাহাল ৰখাৰ যাৱতীয় খৰচ বহন কৰিব লাগে। ন্যায়িক সংৰক্ষণ, প্ৰশাসন আৰু আদালতৰ খৰচ আদি কপিৰাইট অধিকাৰীজনেই বহন কৰে। কপিৰাইট উলংঘনৰ ফলত হোৱা অৰ্থহানি আৰু বাহাল কৰিবলৈ যাওঁতে হোৱা আদালতৰ খৰচৰ পাৰ্থক্য বেছি নহ'লে বা কেতিয়াবা বাহাল কৰাৰ খৃছ বেছি হ'ব পাৰে, তেনে ক্ষেত্ৰত কপিৰাইটৰ উলংঘনৰ বিবাদ আদালতৰ বাহিৰতে সংশ্লিষ্ট দুই পক্ষৰ মাজত নিস্পত্তি কৰা হয়।

কপিৰাইট জাননী

[সম্পাদনা কৰক]
কপিৰাইট জাননীত ব্যৱহৃত এটা কপিৰাইট চিহ্ন

আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৮৯ চনৰ কপিৰাইট আইন অনুসৰি কপিৰাইট সংৰক্ষণৰ বাবে বিশেষ ভাৱে চিহ্নিত কৰি থোৱাৰ প্ৰয়োজন আছিল। কপিৰাইট চিহ্ন (©, এটা বৃত্তৰ ভিতৰত C আখৰটো), বা "Copr.", বা "Copyright", আৰু তাৰ পাছতে সংৰক্ষণ কৰিব খোজা কৰ্মৰ প্ৰথম প্ৰকাশৰ বছৰটো উল্লেখ কৰি থোৱা হৈছিল।[16][17] বাৰ্ন সন্মিলনীত অংশ গ্ৰহণ কৰাৰ পাছত এই বাধ্যতামূলক নিয়ম উঠাই লোৱা হয়। বাৰ্ন সন্মিলনৰ মতে কৰ্মত ৰচয়িতাৰ কপিৰাইট অধিকাৰ স্বয়ংক্ৰিয় আৰু তাক জনাবলৈ কোনো জাননী জাৰী কৰাৰ প্ৰয়োজন নাই। ধ্বনি ৰেকৰ্ডিঙৰ বাবে এই চিনটো ব্যৱহাৰ কৰা হৈছিল। All rights reserved বাক্যাংশও কপিৰাইট জাননীৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বাৰ্ন সন্মলনৰ অংশীদাৰ হিচাপে ভাৰতবৰ্ষত কপিৰাইট অধিকাৰ লাভৰ বাবে জাননী প্ৰদৰ্শন কৰাটো বাধ্যতামূলক নহয়। অৱশ্যে কপিৰাইট জাননী উল্লেখ কৰি থ'লে আইনী প্ৰক্ৰিয়া সহায়ক হয়। বিবাদী পক্ষই 'অজানিত উলংঘন'ৰ দাবী প্ৰয়োগ কৰিব নোৱাৰে।[18][19]

একচেটীয়া অধিকাৰ

[সম্পাদনা কৰক]

কপিৰাইট অধিকাৰীৰ কিছুমান একচেটীয়া অধিকাৰ থাকেঃ

  • নিজৰ কৰ্মৰ প্ৰতিলপি প্ৰস্তুত কৰা আৰু তাক বিক্ৰী কৰা
  • সেই কৰ্মক আমদানী বা ৰপ্তানী কৰা
  • সেই কৰ্মৰ ভিত্তিত অইন কৰ্ম প্ৰস্তুত কৰা
  • কৰ্মৰক ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰা
  • সমূহ অধিকাৰ অইনৰ অধীনলৈ প্ৰেৰণ কৰা
  • ৰেডিঅ' বা ভিডিঅ' মাধ্যমেৰে সম্পৰ্চাৰ কৰা[11]


কপিৰাইট অধিকাৰীয়ে ওপৰত উল্লিখিত সকলো অধিকাৰ নিজৰ আৰু একান্ত নিজৰ ইচ্ছা আৰু বিবেচনা মতে প্ৰয়োগ কৰিব পাৰে। সেইবাবেই ইয়াক একচেটীয়া অধিকাৰ বোলা হয়। অইন কোনোবাই অনুমতি অবিহনে এনে কৰ্ম কৰিলে তেখেতে বাধা দিব পাৰে। কপিৰাইটক সেইবাবে 'ঋণাত্মক অধিকাৰো' বোলা হয়, কাৰণ ইয়াৰ যোগেদি আনৰ হাতৰপৰা কিছুমান অধিকাৰ কাঢ়ি লোৱা হয়। কপিৰাইটক সেয়ে সম্পত্তিৰ অধিকাৰৰ সলনি নৈতিক অধিকাৰৰ ভিতৰত সাঙুৰিব লাগে বুলি কিছুমানে মত পোষণ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]


ব্যৱহাৰৰ আহিলা

[সম্পাদনা কৰক]

আমেৰিকান কপিৰাইটৰ নিয়ম অনুসৰি যদি কোনো চিত্ৰ বা ভাস্কৰ্য্য বা যিকোনো কৰ্ম এবিধ ব্যৱহাৰৰ আহিলা (সঁজুলি) হিচাপে ব্যৱহৃত হয়, তেন্তে ইয়াক কপিৰাইটৰ অন্তৰ্গত কৰিবলৈ হলে ইয়াৰ নান্দনিক অংশক ব্যৱহাৰিক অংশৰপৰা পৃথক কৰিবপৰা হ'ব লাগিব।[20]

কপিৰাইটৰ সীমাবদ্ধতা আৰু ব্যতিক্ৰম

[সম্পাদনা কৰক]

ধাৰণা-প্ৰকাশ দ্বিবিভাজন (idea-expression dichotomy) আৰু সংযোগী নীতি (merger doctrine)

[সম্পাদনা কৰক]

ধাৰণা-প্ৰকাশ দ্বিবিভাজন অনুসৰি কপিৰাইটৰ জৰিয়তে অকল ধাৰণা এটাৰ প্ৰকাশহৰ ওপৰতহে স্বত্ব অৰ্পিত থাকে। মূল ধাৰণাটো কপিৰাইটৰ অন্তৰ্গত নহয়। ১৮৭৯ চনত বেকাৰ বনাম ছেলডেন-ৰ মামলাত ইয়াক সংজ্ঞাবদ্ধ কৰা হয়, আৰু আমেৰিকাৰ কপিৰাইট আইন ১৯৭৬-ত ইয়াক অন্তৰ্ভুক্তকৰা হয়।

প্ৰথম বিক্ৰীৰ নিয়ম আৰু স্বত্বৰ সমাপ্তি (first-sale doctrine and exhaustion of rights)

[সম্পাদনা কৰক]

কপিৰাইট আইনৰ অধীনত বিধিগত ভাৱে কিনি লোৱা কপিৰাইট থকা বস্তু আকৌ বিক্ৰী কৰাত কোনো বাধা নাই, অৱশ্যে আহৰণৰ সময়ত সেই বস্তু কপিৰাইট ধাৰকৰ অনুমতি সৈতে আহৰণ কৰা হ'ব লাগিব। এই নিয়মৰ অধীনত এবাৰ কিনি লোৱা বস্তু আন এজনক বিক্ৰী কৰাত কপিৰাইটৰ উলংঘা কৰা নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াক 'প্ৰথম বিক্ৰীৰ নিয়ম' (firsrt sale doctrine) বুলি জনা যায়। কিছুমান দেশত পুনৰ বিক্ৰীৰ অংশও কপিৰাইটে ধাৰক নিয়ন্ত্ৰণ কৰিব পাৰে। এই নিয়মৰ অধীনতে এখন দেশত বিক্ৰীৰ বাবে অনুমোদিত কিতাপ আন দেশত বিক্ৰী কৰিলে সেইটো কপিৰাইট উলংঘনৰ ভিতৰত পৰে। প্ৰথম বিক্ৰীৰ নিয়মৰ অধীনতে অইন দেশত এই নিয়ম লাঘূ নোহোৱাটোকে স্বত্বৰ সমাপ্তি বোলা হয়। কিতাপৰ বাহিৰেও পেটেণ্ট আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰতো এই নিয়ম অইন ধাৰাৰ অধীনত লাঘূ হয়। 'প্ৰথম বিক্ৰীৰ নিয়ম'ৰ অধীনত একোটা প্ৰতিলিপিহে বিক্ৰী বা হাত-সলিন কৰিব পাৰে, মূল কৰ্মৰ প্ৰতিলিপি তৈয়াৰ কৰি বিতৰণ কৰাটো এই নিয়মৰ ভিতৰত অবৈধ।

ইয়াৰ উপৰিও বিধি সন্মত ভাৱে আহৰণ কৰা কপিৰাইট থকা কৰ্মকো গৰাকীয়ে নিজৰ ইচ্ছামতে সলনি কৰিব পাৰে, কিন্তু সেই সলনি কৰা কৰ্ম নিজে প্ৰতিলিপি কৰি বিতৰণ কৰিব নোৱাৰে। নৈতিক অধিকাৰ-ৰ নিয়ম মানি চলা দেশত কিছু ক্ষেত্ৰত মূল কপিৰাইট ধাৰকে এনে সলনি কিছুমান ক্ষেত্ৰত বাধা দিব পাৰে, যদিহে সেই সলনি ৰাজহুৱা ভাৱে দৃশ্যমান হয়।


Fair use and fair dealing

[সম্পাদনা কৰক]

Copyright does not prohibit all copying or replication. In the United States, the fair use doctrine, codified by the Copyright Act of 1976 as 17 U.S.C. Section 107, permits some copying and distribution without permission of the copyright holder or payment to same. The statute does not clearly define fair use, but instead gives four non-exclusive factors to consider in a fair use analysis. Those factors are:

  1. the purpose and character of your use
  2. the nature of the copyrighted work
  3. what amount and proportion of the whole work was taken, and
  4. the effect of the use upon the potential market for or value of the copyrighted work.[21]

In the United Kingdom and many other Commonwealth countries, a similar notion of fair dealing was established by the courts or through legislation. The concept is sometimes not well defined; however in Canada, private copying for personal use has been expressly permitted by statute since 1999. In Australia, the fair dealing exceptions under the Copyright Act 1968 (Cth) are a limited set of circumstances under which copyrighted material can be legally copied or adapted without the copyright holder's consent. Fair dealing uses are research and study; review and critique; news reportage and the giving of professional advice (i.e. legal advice). Under current Australian law it is still a breach of copyright to copy, reproduce or adapt copyright material for personal or private use without permission from the copyright owner. Other technical exemptions from infringement may also apply, such as the temporary reproduction of a work in machine readable form for a computer.

In the United States the AHRA (Audio Home Recording Act Codified in Section 10, 1992) prohibits action against consumers making noncommercial recordings of music, in return for royalties on both media and devices plus mandatory copy-control mechanisms on recorders.

Section 1008. Prohibition on certain infringement actions
No action may be brought under this title alleging infringement of copyright based on the manufacture, importation, or distribution of a digital audio recording device, a digital audio recording medium, an analog recording device, or an analog recording medium, or based on the noncommercial use by a consumer of such a device or medium for making digital musical recordings or analog musical recordings.[22]

Later acts amended US Copyright law so that for certain purposes making 10 copies or more is construed to be commercial, but there is no general rule permitting such copying. Indeed making one complete copy of a work, or in many cases using a portion of it, for commercial purposes will not be considered fair use. The Digital Millennium Copyright Act prohibits the manufacture, importation, or distribution of devices whose intended use, or only significant commercial use, is to bypass an access or copy control put in place by a copyright owner.[11] An appellate court has held that fair use is not a defense to engaging in such distribution.

It is legal in several countries including the United Kingdom and the United States to produce alternative versions (for example, in large print or braille) of a copyrighted work to provide improved access to a work for blind and visually impaired persons without permission from the copyright holder.[23][24]

Transfer and licensing, and assignment

[সম্পাদনা কৰক]
DVD:All Rights Reserved

A copyright, or aspects of it, may be assigned or transferred from one party to another.[25] For example, a musician who records an album will often sign an agreement with a record company in which the musician agrees to transfer all copyright in the recordings in exchange for royalties and other considerations. The creator (and original copyright holder) benefits, or expects to, from production and marketing capabilities far beyond those of the author. In the digital age of music, music may be copied and distributed at minimal cost through the Internet, however the record industry attempts to provide promotion and marketing for the artist and his or her work so it can reach a much larger audience. A copyright holder need not transfer all rights completely, though many publishers will insist. Some of the rights may be transferred, or else the copyright holder may grant another party a non-exclusive license to copy and/or distribute the work in a particular region or for a specified period of time.

A transfer or licence may have to meet particular formal requirements in order to be effective,[26] for example under the Australian Copyright Act 1968 the copyright itself must be expressly transferred in writing. Under the U.S. Copyright Act, a transfer of ownership in copyright must be memorialized in a writing signed by the transferor. For that purpose, ownership in copyright includes exclusive licenses of rights. Thus exclusive licenses, to be effective, must be granted in a written instrument signed by the grantor. No special form of transfer or grant is required. A simple document that identifies the work involved and the rights being granted is sufficient. Non-exclusive grants (often called non-exclusive licenses) need not be in writing under U.S. law. They can be oral or even implied by the behavior of the parties. Transfers of copyright ownership, including exclusive licenses, may and should be recorded in the U.S. Copyright Office. (Information on recording transfers is available on the Office's web site.) While recording is not required to make the grant effective, it offers important benefits, much like those obtained by recording a deed in a real estate transaction.

Copyright may also be licensed.[25] Some jurisdictions may provide that certain classes of copyrighted works be made available under a prescribed statutory license (e.g. musical works in the United States used for radio broadcast or performance). This is also called a compulsory license, because under this scheme, anyone who wishes to copy a covered work does not need the permission of the copyright holder, but instead merely files the proper notice and pays a set fee established by statute (or by an agency decision under statutory guidance) for every copy made.[27] Failure to follow the proper procedures would place the copier at risk of an infringement suit. Because of the difficulty of following every individual work, copyright collectives or collecting societies and performing rights organizations (such as ASCAP, BMI, and SESAC have been formed to collect royalties for hundreds (thousands and more) works at once. Though this market solution bypasses the statutory license, the availability of the statutory fee still helps dictate the price per work collective rights organizations charge, driving it down to what avoidance of procedural hassle would justify.

Founded in 2001, Creative Commons (CC) is a non-profit organization[28] which aims to facilitate the legal sharing of creative works. To this end the organization provides a number of copyright license options to the public, free of charge. These licenses allow copyright holders to define conditions under which others may use a work and to specify what types of use are acceptable.[28] Terms of use have traditionally been negotiated on an individual basis between copyright holder and potential licensee. Therefore, a general CC license outlining which rights the copyright holder is willing to waive enable the general public to use such works more freely. Four general types of CC licenses are available. These are based upon copyright holder stipulations such as whether he or she is willing to allow modifications to the work, whether he or she permits the creation of derivative works and whether he or she is willing to permit commercial use of the work.[29] Individuals may register for a CC license via the Creative Commons website. As of 2009 approximately 130 million individuals had received such licenses.[29]

==Duration==<!*********************- This section is linked from Little Nemo --******************************>

Expansion of U.S. copyright law (Assuming authors create their works at age 35 and live for seventy years)

Copyright subsists for a variety of lengths in different jurisdictions. The length of the term can depend on several factors, including the type of work (e.g. musical composition, novel), whether the work has been published, and whether the work was created by an individual or a corporation. In most of the world, the default length of copyright is the life of the author plus either 50 or 70 years. In the United States, the term for most existing works is a fixed number of years after the date of creation or publication. Under most countries' laws (for example, the United States[30] and the United Kingdom[31]), copyrights expire at the end of the calendar year in question.

The length and requirements for copyright duration are subject to change by legislation, and since the early 20th century there have been a number of adjustments made in various countries, which can make determining the duration of a given copyright somewhat difficult. For example, the United States used to require copyrights to be renewed after 28 years to stay in force, and formerly required a copyright notice upon first publication to gain coverage. In Italy and France, there were post-wartime extensions that could increase the term by approximately 6 years in Italy and up to about 14 in France. Many countries have extended the length of their copyright terms (sometimes retroactively). International treaties establish minimum terms for copyrights, but individual countries may enforce longer terms than those.[32]

In the United States, all books and other works published before 1923 have expired copyrights and are in the public domain.[33] In addition, works published before 1964 that did not have their copyrights renewed 28 years after first publication year also are in the public domain, except that books originally published outside the US by non-Americans are exempt from this requirement, if they are still under copyright in their home country (see How Can I Tell Whether a Copyright Was Renewed for more details).

But if the intended exploitation of the work includes publication (or distribution of derivative work, such as a film based on a book protected by copyright) outside the U.S., the terms of copyright around the world must be considered. If the author has been dead more than 70 years, the work is in the public domain in most, but not all, countries. Some works are covered by copyright in Spain for 80 years after the author's death.[34]

In 1998 the length of a copyright in the United States was increased by 20 years under the The Copyright Term Extension Act. This legislation was strongly promoted by corporations which had valuable copyrights which otherwise would have expired, and has been the subject of substantial criticism on this point.[35]

As a curiosity, the famous work Peter Pan, or The Boy Who Wouldn't Grow Up has a complex – and disputed – story of copyright expiry.[36]

Copyright, like other intellectual property rights is subject to a statutorily-determined term. Once the term of a copyright has expired, the formerly copyrighted work enters the public domain and may be freely used or exploited by anyone. Courts in the United States and the United Kingdom have rejected the doctrine of a common law copyright. Public domain works should not be confused with works that are publicly available. Works posted in the internet for example, are publicly available, but are not generally in the public domain. Copying such works may therefore violate the author's copyright.

[সম্পাদনা কৰক]
Street hackers and mp3 pirates in Afghanistan

Piracy is considered to be the illegitimate use of materials held by copyright.[37] For the history of the term "piracy" see Copyright infringement. For a work to be considered pirated, its illegitimate use must have occurred in a nation that has domestic copyright laws and/or adheres to a bilateral treaty or established international convention such as the Berne Convention or WIPO Copyright Treaty. Improper use of materials outside of this legislation is deemed "unauthorized edition", not piracy.[38]

Piracy primarily targets software, film and music. However, the illegal copying of books and other text works remains common, especially for educational reasons. Statistics regarding the effects of piracy are difficult to determine. Studies have attempted to estimate a monetary loss for industries affected by piracy by predicting what portion of pirated works would have been formally purchased if they had not been freely available.[39] Estimates in 2007 stated 18.2 billion potential losses in consumer dollars lost as a result of piracy activities in the United States.[40] International estimates suggest losses in the billions throughout the last decade.[40] However other reports indicate that piracy does not have an adverse effect on the entertainment industry.[41]

Treaties and international agreements

[সম্পাদনা কৰক]

ভাৰতীয় কপিৰাইট এক্ট, ১৯৫৭

[সম্পাদনা কৰক]

আন্তৰ্জাতিক কপিৰাইট

[সম্পাদনা কৰক]

কিছুমান কপিৰাইট নিয়ম

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Definition of copyright (British & World English)". Oxforddictionaries.com. 2013-01-30. Archived from the original on 2012-05-02. https://web.archive.org/web/20120502093219/http://oxforddictionaries.com/definition/copyright। আহৰণ কৰা হৈছে: 2013-02-04. 
  2. আধুনিক অসমীয়া অভিধান, বাণী মন্দিৰ, গুৱাহাটী, পৃ ৬৭৭
  3. Copyright in Historical Perspective, p. 136-137, Patterson, 1968, Vanderbilt Univ. Press
  4. "History of Copyright: Statute of Anne, 1710". Copyrighthistory.com. http://www.copyrighthistory.com/anne.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  5. 5.0 5.1 "Copyright Extension". Copyright Extension. Archived from the original on 2013-01-15. https://web.archive.org/web/20130115121235/http://www.copyrightextension.com/page00.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  6. 6.0 6.1 "Berne Convention for the Protection of Literary and Artistic Works Article 5". World Intellectual Property Organization. Archived from the original on 2012-09-11. https://web.archive.org/web/20120911051959/http://www.wipo.int/treaties/en/ip/berne/trtdocs_wo001.html#P109_16834। আহৰণ কৰা হৈছে: 2011-11-18. 
  7. International Copyright Relations of the United States Archived 2007-03-28 at the Wayback Machine", U.S. Copyright Office Circular No. 38a, August 2003.
  8. Parties to the Geneva Act of the Universal Copyright Convention as of 2000-01-01: the dates given in the document are dates of ratification, not dates of coming into force. The Geneva Act came into force on 1955-09-16 for the first twelve to have ratified (which included four non-members of the Berne Union as required by Art. 9.1), or three months after ratification for other countries.
  9. Parties to the Berne Convention for the Protection of Literary and Artistic Works as of 2006-05-30.
  10. MacQueen, Hector L; Charlotte Waelde and Graeme T Laurie (2007). [Contemporary Intellectual Property: Law and Policy http://www.google.com/books?id=_Iwcn4pT0OoC&dq=contemporary+intellectual+property&source=gbs_navlinks_s]. Oxford University Press. পৃষ্ঠা. 39. ISBN 9780199263394. 
  11. World Intellectual Property Organisation. "Understanding Copyright and Related Rights" (PDF). WIPO. পৃষ্ঠাসমূহ: 8. Archived from the original on 2013-01-16. https://web.archive.org/web/20130116005531/http://www.wipo.int/freepublications/en/intproperty/909/wipo_pub_909.pdf। আহৰণ কৰা হৈছে: August 2008. 
  12. Express Newspaper Plc v News (UK) Plc, F.S.R. 36 (1991)
  13. 17 U.S.C. § 201(b); Cmty. for Creative Non-Violence v. Reid, 490 U.S. 730 (1989)
  14. Copyright Act of 1976, সাঁচ:USPL, 90 Stat. 2541, § 401(a) (October 19, 1976)
  15. The Berne Convention Implementation Act of 1988 (BCIA), সাঁচ:USPL, 102 Stat. 2853, 2857. One of the changes introduced by the BCIA was to section 401, which governs copyright notices on published copies, specifying that notices "may be placed on" such copies; prior to the BCIA, the statute read that notices "shall be placed on all" such copies. An analogous change was made in section 402, dealing with copyright notices on phonorecords.
  16. "U.S. Copyright Office - Information Circular". Archived from the original on 2009-03-26. https://web.archive.org/web/20090326042005/http://www.copyright.gov/circs/circ03.html। আহৰণ কৰা হৈছে: 2012-03-16. 
  17. 17 U.S.C. সাঁচ:UnitedStatesCodeSec
  18. "US CODE: Title 17,107. Limitations on exclusive rights: Fair use". .law.cornell.edu. 2009-05-20. http://www4.law.cornell.edu/uscode/17/107.html। আহৰণ কৰা হৈছে: 2009-06-16. 
  19. insert
  20. Copyright Law of the USA, Chapter 1 Section 121: http://www.copyright.gov/title17/92chap1.html#121
  21. Copyright (Visually Impaired Persons) Act 2002 (England): http://www.rnib.org.uk/xpedio/groups/public/documents/publicwebsite/public_cvipsact2002.hcsp Archived 2009-09-07 at the Wayback Machine
  22. 28.0 28.1 Creative Commons Website http://creativecommons.org/ retrieved October 24, 2011.
  23. 29.0 29.1 Rubin, R. E. (2010) 'Foundations of Library and Information Science: Third Edition', Neal-Schuman Publishers, Inc., New York, p. 341
  24. সাঁচ:Usc
  25. The Duration of Copyright and Rights in Performances Regulations 1995, part II, Amendments of the UK Copyright, Designs and Patents Act 1988
  26. Nimmer, David (2003). Copyright: Sacred Text, Technology, and the DMCA. Kluwer Law International. পৃষ্ঠা. 63. ISBN 978-9041188762. OCLC 50606064. http://books.google.com/books?id=RYfRCNxgPO4C. 
  27. "Copyright Term and the Public Domain in the United States 1 January 2008.", Cornell University.
  28. Art. 26
  29. Lawrence Lessig, Copyright's First Amendment, 48 UCLA L. Rev. 1057, 1065 (2001)
  30. "Stanford Center for Internet and Society". Web.archive.org. Archived from the original on 2006-10-27. https://web.archive.org/web/20061027134508/http://cyberlaw.stanford.edu/about/cases/emily_somma_v_gosh_peter_.shtml। আহৰণ কৰা হৈছে: 2010-05-08. 
  31. Owen, Lynette (2001) Piracy Association of Learned and Professional Society Publishers 14(1) p. 67.
  32. Owen, Lynette (2001) Piracy Association of Learned and Professional Society Publishers 14(1) p. 68.
  33. Butler, S. Piracy Losses "Billboard" 199(36) Retrieved from http://search.proquest.com/docview/227212689?accountid=14771
  34. 40.0 40.1 Staff (2007) Piracy Statistics around the World "Video Business" 27(28).
  35. "Urheberrechtsverletzungen im Internet: Der bestehende rechtliche Rahmen genügt". Ejpd.admin.ch. Archived from the original on 2014-08-19. https://web.archive.org/web/20140819222007/http://www.ejpd.admin.ch/content/ejpd/de/home/dokumentation/mi/2011/2011-11-30.html। আহৰণ কৰা হৈছে: 2013-02-04. 

অধিক পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]