সমললৈ যাওক

গোৱাৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Districts of Goaৰ পৰা পুনঃনিৰ্দেশিত)
গোৱাৰ জিলাসমূহ

গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।

জিলাসমূ্হ

[সম্পাদনা কৰক]

গোৱাৰ দুখন জিলা হৈছে:

ক’ড জিলা সদৰ জনসংখ্যা
(২০১১)[1]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট
NGউত্তৰ গোৱাপানাজী৮১৭,৭৬১১,৭৩৬৪৭১northgoa.nic.in Archived 2011-12-19 at the Wayback Machine
SGদক্ষিণ গোৱামাৰগাঅ’৬৩৯,৯৬২১,৯৬৬৩২৬southgoa.nic.in


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/goa/table-1.xls আহৰণ কৰা হৈছে: 2012-08-22.

বহিঃসংযোগ

[সম্পাদনা কৰক]