সমললৈ যাওক

ভাৰতীয় সংখ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Indian numeralsৰ পৰা পুনঃনিৰ্দেশিত)

দেৱনাগৰী সংখ্যা আৰু সেইবোৰৰ সংস্কৃত নাম

[সম্পাদনা কৰক]

তলত ভাৰতীয় সংখ্যাবোৰৰ আধুনিক দেৱনাগৰী ৰূপত এখন তালিকা দিয়া হ’ল লগতে উচ্চাৰণ আৰু অনুবাদবোৰো দিয়া হ’ল।

Modern
Devanagari
Hindu-ArabicSanskrit word for the
ordinal numeral (wordstem)
Translations in some
languages
0śūnya (शून्य)sifr (Arabic)
1éka (एक)echad (Hebrew)
2dvi (द्वि)dva (Russian)
3tri (त्रि)tre (Italian)
4catúr (चतुर्)katër (Albanian)
5pañca (पञ्च)penki (Lithuanian)
6ṣáṣ (षष्)seis (Spanish)
7saptá (सप्त)şapte (Romanian)
8aṣṭá (अष्ट)astoņi (Latvian)
9náva (नव)nove (Italian)

ভিন্নতা

[সম্পাদনা কৰক]
A comparison of Sanskrit and Eastern Arabic numerals

ভৌগোলিক অঞ্চল বা যুগৰ ওপৰত নিৰ্ভৰ কৰি দেৱনাগৰী সংখ্যাৰ আকৃতি ভিন্ন হ'ব পাৰে। ইয়াৰ কিছুমান ভিন্নতা পুৰণি সংস্কৃত সাহিত্যতো দেখা যায়।[1][2]


Common

Nepali
1

"Bombay" Variant

"Calcutta" Variant
5

"Bombay" Variant

"Calcutta" Variant
8

Common

Nepali Variant
9

নেপালী ভাষাত ५, ८, ९ - এইকেইটা সংখ্যা আধুনিক দেৱনাগৰী সংখ্যাতকৈ অলপ পৃথক। পুৰণি দেৱনাগৰী পদ্ধতিত , , লিখা হয়৷

ভাৰতীয় পৌৰাণিক ভাষা (বোৰ)

[সম্পাদনা কৰক]
আন্তঃৰাষ্ট্ৰীয় সংখ্যা0123456789ব্যৱহৃত হয়
তামিল সংখ্যাo তামিল ভাষা
তেলেগু সংখ্যা তেলেগু ভাষা


অনান্য আধুনিক ভাৰতীয় ভাষা

[সম্পাদনা কৰক]
আন্তঃৰাষ্ট্ৰীয় সংখ্যা 0123456789ব্যৱহৃত হয়
অসমীয়া/বঙালী(Ref) সংখ্যা বঙালী ভাষা
অসমীয়া ভাষা
গুজৰাটী সংখ্যা গুজৰাটী ভাষা
মাৰাঠী সংখ্যা মাৰাঠী ভাষা, সংস্কৃত ভাষা আৰু হিন্দী ভাষা
গুৰমুখী সংখ্যা পঞ্জাবী ভাষা
মালায়লম সংখ্যা মালায়লম ভাষা
ওড়িয়া সংখ্যা ওড়িয়া ভাষা
লেপচা সংখ্যা ছিক্কিম আৰু ভূটান


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Devanagari for TEX version 2.17, page 22
  2. "Alternate digits in Devanagari". Scriptsource.org. http://scriptsource.org/cms/scripts/page.php?item_id=entry_detail&uid=hvzj8v9yrg আহৰণ কৰা হৈছে: 13 September 2017.